• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘লৰাকেইটাই ভালেই খেলিছিল, ‘পনৌতি’ আহিয়েই খেল হৰুৱাই দিলে!’ নাম নোলোৱাকৈ প্ৰধানমন্ত্ৰীক আকৌ সমালোচনা ৰাহুল গান্ধীৰ

‘লৰাকেইটাই ভালেই খেলিছিল, ‘পনৌতি’ আহিয়েই খেল হৰুৱাই দিলে!’ নাম নোলোৱাকৈ প্ৰধানমন্ত্ৰীক আকৌ সমালোচনা ৰাহুল গান্ধীৰ

3 years ago
একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

17 minutes ago
Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

2 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

15 hours ago
অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

16 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

16 hours ago
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

17 hours ago
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

17 hours ago
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

18 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

18 hours ago
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

19 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

20 hours ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘লৰাকেইটাই ভালেই খেলিছিল, ‘পনৌতি’ আহিয়েই খেল হৰুৱাই দিলে!’ নাম নোলোৱাকৈ প্ৰধানমন্ত্ৰীক আকৌ সমালোচনা ৰাহুল গান্ধীৰ

editor by editor
November 21, 2023
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
‘লৰাকেইটাই ভালেই খেলিছিল, ‘পনৌতি’ আহিয়েই খেল হৰুৱাই দিলে!’ নাম নোলোৱাকৈ প্ৰধানমন্ত্ৰীক আকৌ সমালোচনা ৰাহুল গান্ধীৰ
0
SHARES
267
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নাম নোলোৱাকৈ আকৌ এবাৰ প্রধানমন্ত্ৰীক সমালোচনা ৰাহুল গান্ধীৰ। কংগ্ৰেছ নেতা ৰাহুলে ভাষণত কয়, ‘এই ‘পনৌতি’ৰ বাবেই ভাৰতে বিশ্বকাপ ফাইনেল মেচত পৰাস্ত হয়।’ সন্মুখত ৰাজস্থানৰ বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে প্ৰচাৰত ব্যস্ত কংগ্ৰেছ, বিজেপি দুই পক্ষই। ৰাজস্থানত কেইবা স্থানতো বিজেপি দলৰ হৈ মোদীয়ে আৰু কংগ্ৰেছ দলৰ হৈ ৰাহুল গান্ধীয়ে প্ৰচাৰ সভাত অংশ লৈছে।

মঙলবাৰে ৰাজস্থানৰ জালোৰৰ এখন জনসভাৰ মাজত ৰাহুল গান্ধীয়ে টানি আনিছে ভাৰতে বিশ্বকাপ ক্ৰিকেট হৰাৰ প্ৰসংগ। কংগ্ৰেছ নেতা ৰাহুলে এই সন্দৰ্ভত ভাষণত কয়, ‘লৰাহঁতে ভালেই খেলিছিল। বিশ্বকাপো তেওঁলোকে জয় কৰিব পাৰিলহেতেন। কিন্তু সেই পনৌতি’ আহি হৰোৱাই দিলে। ৰাহুল গান্ধীয়ে এই মন্তব্য কৰাৰ পাছতেই জাঙুৰ খাই উঠিছে কেইবাগৰাকী বিজেপি নেতা। কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে এই সন্দৰ্ভত কয়, ‘ৰাহুল গান্ধীয়ে ভুল কথা কৈছে। এয়া কেনেধৰণৰ আচৰণ?’ ৰাহুলক অনতিপলমে ক্ষমা খুজিবলৈকো দাবী জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

ছোনীয়া গান্ধীয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘মৃত্যুৰ সদাগৰ’ বুলিও উল্লেখ কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে ছোনীয়া গান্ধীৰ প্ৰসংগ টানি কয়, ‘আপোনাৰ মাতৃয়ে গুজৰাটৰ প্ৰচাৰসভাত প্রধানমন্ত্ৰীক কটু কথা কোৱাৰ পাছত কংগ্ৰেছে আৰু কেতিয়াও তাত বিজয় সাব্যস্ত কৰিব নোৱাৰিলে। আপুনিও এই বিষয়সমূহৰ পৰা অলপ শিক্ষা লওক।’ ৰাহুল গান্ধীৰ মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত কয়,’ৰাহুলে অত্যন্ত নিম্নমানৰ মন্তব্য কৰিছে।’ ইয়াৰোপৰি নিৰ্মলা সীতাৰমণে কয়, ‘খেলাত হৰাজিকা থাকেই। ৰাহুল গান্ধীয়ে প্রধানমন্ত্ৰী সম্পৰ্কে এনে মন্তব্য ৰখা উচিত নহয়। এনেকৈ কথা ক’লে দেশৰ খেলুৱৈসকলক কেনেকৈ অনুপ্ৰেৰণা যোগাব। কংগ্ৰেছে এনেকৈ কেনেকৈ দেশৰ খেলাধূলাৰ কাম আগুৱাই নিব? আমাৰ চৰকাৰৰ দিনতেই আমাৰ দেশৰ খেলুৱৈয়ে অলিম্পিক খেলিছে, এছিয়ান গেমছৰ পৰা আৰম্ভ কৰি পেৰা অলিম্পিকলৈকে সৰ্বত্ৰতে মোদী চৰকাৰৰ ভূমিকা লেখত ল’বলগীয়া।’

উল্লেখ্য যে, ৰাহুল গান্ধীৰ এই মন্তব্যৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে? একাংশ নেটিজেনে তেওঁৰ এই মন্তব্য শ্বেয়াৰো কৰিছে। ভাইৰেল এই অংশ লৈ ক্ষোভ প্ৰকাশ কৰিছে বিজেপি নেতা কৰ্মীয়েও? নিজৰ নামাঙ্কিত ষ্টেডিয়ামত ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত প্ৰধানমন্ত্ৰীৰ উপস্থিতিক লৈ বহুতেই বহুধৰণে সমালোচনা কৰিছে। আপোনাৰ প্ৰসংগত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে কয়, ‘BJPয়ে পৰ্দাৰ আঁৰত গেম প্লেন চলাইছিল।’ ৬ উইকেটত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাস্ত হৈছে। ভাৰতৰ এই পৰাজয়ত ১৪০ কোটি মানুহৰ সপোন ভাঙিছে বুলিও সামাজিক মাধ্যমত চৰ্চা চলিছে। ইয়াৰপাছতেই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখা গৈছে টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰুমত। ৰোহিত ব্ৰিগেডক বুকুত সোমোৱাই সান্তনাও দিছে মোদীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক
জীৱনশৈলী

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

August 2, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

August 1, 2026
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!
জীৱনশৈলী

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

August 1, 2026
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?
জীৱনশৈলী

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

August 1, 2026
Next Post
ডিচেম্বৰত ৫ গ্ৰহৰ গোচৰত কেৰিয়াৰ, ব্যৱসায়ত উন্নতি ৫ৰাশিৰ জাতকৰ, বাঢ়িব বেংক বেলেন্স

ডিচেম্বৰত ৫ গ্ৰহৰ গোচৰত কেৰিয়াৰ, ব্যৱসায়ত উন্নতি ৫ৰাশিৰ জাতকৰ, বাঢ়িব বেংক বেলেন্স

সুৰংগত আৱদ্ধ ৪০ শ্ৰমিকলৈ দৈনিক দি থকা হৈছে মটৰ পনিৰ, পোলাও, ফলমূল, কিন্তু উদ্ধাৰ কৰি কেতিয়া বাহিৰলৈ অনা হ’ব ৪০ শ্ৰমিকক?

সুৰংগত আৱদ্ধ ৪০ শ্ৰমিকলৈ দৈনিক দি থকা হৈছে মটৰ পনিৰ, পোলাও, ফলমূল, কিন্তু উদ্ধাৰ কৰি কেতিয়া বাহিৰলৈ অনা হ’ব ৪০ শ্ৰমিকক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.