• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিচেম্বৰত ৫ গ্ৰহৰ গোচৰত কেৰিয়াৰ, ব্যৱসায়ত উন্নতি ৫ৰাশিৰ জাতকৰ, বাঢ়িব বেংক বেলেন্স

ডিচেম্বৰত ৫ গ্ৰহৰ গোচৰত কেৰিয়াৰ, ব্যৱসায়ত উন্নতি ৫ৰাশিৰ জাতকৰ, বাঢ়িব বেংক বেলেন্স

2 years ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

3 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

4 hours ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

4 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

5 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

6 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

6 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

8 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

8 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

9 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

10 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

10 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডিচেম্বৰত ৫ গ্ৰহৰ গোচৰত কেৰিয়াৰ, ব্যৱসায়ত উন্নতি ৫ৰাশিৰ জাতকৰ, বাঢ়িব বেংক বেলেন্স

editor by editor
November 22, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ডিচেম্বৰত ৫ গ্ৰহৰ গোচৰত কেৰিয়াৰ, ব্যৱসায়ত উন্নতি ৫ৰাশিৰ জাতকৰ, বাঢ়িব বেংক বেলেন্স
0
SHARES
18.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ডিচেম্বৰ মাহত একাধিক গ্ৰহৰ ৰাশি পৰিবৰ্তন. যিয়ে প্ৰতিজন ব্যক্তিৰ জীৱনক প্ৰভাৱিত কৰিব। ডিচেম্বৰ মাহত প্ৰথমে বুধৰ গোচৰ হ’ব। ১৩ ডিচেম্বৰ ধনু ৰাশিত বক্ৰী হ’ব বুধ। তাৰপিছতেই ১৬ ডিচেম্বৰ ধনু ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। ২৫ ডিচেম্বৰত মঙলৰ ৰাশি বৃশ্চিকে শুক্ৰত গোচৰ কৰিব। তাৰপিছতেই ২৭ ডিচেম্বৰত মঙলে স্বৰাশি বৃশ্চিকৰ পৰা ধনু ৰাশিত প্ৰৱেশ কৰিব। ইয়াতে পুনৰ সূৰ্যৰ সৈতে মিলি মঙল আদিত্য মঙল যোগ তৈয়াৰ কৰিব। ২৮ নৱেম্বৰত বুধ বক্ৰী গতিত বিচৰণ কৰি বৃশ্চিকত প্ৰৱেশ কৰিব। বছৰৰ শেষ মাহৰ শেষ দিনটোতেই মাৰ্গী হ’ব বৃহস্পতি। ডিচেম্বৰ মাহত গ্ৰহৰ এই গতিৰ কাৰণে ৫ৰাশিৰ জাতকৰ সৌভাগ্য বৃদ্ধি সম্ভৱ হ’ব। এই সময়ত কোন কোন জাতকৰ ভাগ্যোদয় হ’ব? জানি থওক সবিশেষ।

বৃষ ৰাশি
ডিচেম্বৰ মাহৰ গ্ৰহৰ গোচৰে বৃষ ৰাশিৰ জাতকৰ ভাগ্যবৃদ্ধি কৰিব। উন্নতিৰ শীৰ্ষত থাকিব বৃষ ৰাশিৰ জাতকসকল। যি ধৰণৰ চাকৰি কৰাৰ ইচ্ছা আছে, সেই সুযোগ লাভ কৰিব আপুনি। পৰিয়ালৰ সদস্যসকলৰ সহায় লাভ কৰিব। চাকৰি আৰু ব্যৱসায়ত নতুন কিছু পৰীক্ষা নিৰীক্ষা কৰিলে সুফল পাব। ছাত্ৰ-ছাত্ৰীসকলে কোনো প্ৰতিযোগিতাত সফল হ’ব।

তুলা ৰাশি
তুলা ৰাশিৰ জাতকসকলৰ বাবে ডিচেম্বৰ মাহ অসাধাৰণ। শুক্ৰৰ গোচৰৰ কাৰণে তুলা ৰাশিৰ জাতকৰ উন্নতিৰ যোগ আছে। পাবলগীয়া ধন পাব। ব্যৱসায়ত ভৱাধৰণে সাফল্য লাভ কৰিব। বিবাহৰ পৰিকল্পনা কৰাসকলে এই পৰিকল্পনাত সফল হ’ব। কৰ্মক্ষেত্ৰত ভাল পৰিবেশ বৰ্তী থাকিব। যাৰ প্ৰভাৱত কামত উন্নতি হ’ব।

ধনু ৰাশি
ডিচেম্বৰ মাহত গ্ৰহ গোচৰ ধনু ৰাশিৰ জাতকৰ জীৱনত শুভ প্ৰভাৱ বিস্তাৰ কৰিব। আপোনাৰ ওপৰত লক্ষ্মীৰ আশীৰ্বাদ থাকিব। এই সময়ত গাড়ী বা মাটি ক্ৰয়ৰ পৰিকল্পনা থাকিলে সফল হ’ব। ডিচেম্বৰৰ গ্ৰহ গোচৰৰ ফলত উন্নতিৰ সুযোগ লাভ কৰিব। এই ৰাশিৰ যিসমূহ জাতকৰ নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা আছে, তেওঁলোকৰ বাবে এই সময় অত্যন্ত লাভজনক। নতুন কামত সফল হ’ব।

মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকসকলৰ বাবে ডিচেম্বৰ মাহৰ গ্ৰহগতি অত্যন্ত অনুকূল আৰু আশীৰ্বাদ স্বৰূপ। সেই কাম পূৰ্ণ কৰাৰ সুযোগ পাব। পছন্দমতে জীৱনসংগী লাভৰ সপোন পূৰণ হ’ব। মকৰ ৰাশিৰ জাতকসকলৰ হাতলৈ টকা-পইছা আৰু ধন-সম্পত্তি আহিব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। ইয়াৰোপৰি ভাগ্যৰ সংগ পাব এই ৰাশিৰ জাতকে।

কুম্ভ ৰাশি
ডিচেম্বৰৰ গ্ৰহগতিয়ে আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত লাভৰ সুযোগ আনি দিব। এই ৰাশিৰ চাকৰিয়াল জাতকৰ পদোন্নতিৰ যোগ। এই ৰাশিৰ ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ীক কাম সম্প্ৰসাৰণ কৰিব পাৰিব। অৰ্থ আৰু কেৰিয়াৰৰ পথত যি বাধা আছে সেয়া দূৰ হ’ব। জ্যোতিষ গণনা অনুসৰি এই মাহত আপোনাৰ ভাগ্যোন্নতি হ’ব। সমস্ত পৰিকল্পনা পূৰণ হ’ব। সংগীৰ সৈতে ভাল সময় কটাব আৰু প্ৰেমৰ সম্পৰ্ক উন্নত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই
বিনোদন

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

March 28, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

March 28, 2026
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?
বিনোদন

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

March 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
Next Post
সুৰংগত আৱদ্ধ ৪০ শ্ৰমিকলৈ দৈনিক দি থকা হৈছে মটৰ পনিৰ, পোলাও, ফলমূল, কিন্তু উদ্ধাৰ কৰি কেতিয়া বাহিৰলৈ অনা হ’ব ৪০ শ্ৰমিকক?

সুৰংগত আৱদ্ধ ৪০ শ্ৰমিকলৈ দৈনিক দি থকা হৈছে মটৰ পনিৰ, পোলাও, ফলমূল, কিন্তু উদ্ধাৰ কৰি কেতিয়া বাহিৰলৈ অনা হ’ব ৪০ শ্ৰমিকক?

টি-২০ আৰু এদিনীয়া মেচত নতুন নিয়ম, ICCৰ নতুন ষ্টপ ক্লক পদ্ধতি কি? জানি থওক সবিশেষ

টি-২০ আৰু এদিনীয়া মেচত নতুন নিয়ম, ICCৰ নতুন ষ্টপ ক্লক পদ্ধতি কি? জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.