ৰাষ্ট্ৰীয়কৃত বেংক বিক্ৰীৰ বাবে সাজু কেন্দ্ৰীয় চৰকাৰ। ১২টাৰ কেইটামান ৰাষ্ট্ৰীয়কৃত বেংক বিক্ৰীৰ বাবে সাজু। নীতি আয়োগৰ পৰামর্শত বেংক ব্যক্তিগতকৰণৰ সিদ্ধান্ত। বন্ধ হোৱাৰ দিশে ৰাজ্যৰ বহু ৰে’ল ষ্টেচন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















