• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

3 weeks ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

48 minutes ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

1 hour ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

2 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

3 hours ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

5 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

6 hours ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

6 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

7 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

8 hours ago
২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

8 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

9 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

AC দবাত দিয়া টাৱেলেই সৰ্বাধিক চুৰি

editor by editor
July 21, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
0
SHARES
250
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিভিন্ন কেলেংকাৰী ৰোধ কৰাৰ বিৰুদ্ধে সময়ে সময়ে আন্দোলন হৈ থাকে। আমাৰ দেশত বিভিন্ন বিভাগত হোৱা কেলেংকাৰীৰ তালিকা দীঘলীয়া। বিভিন্ন চৰকাৰী বিষয়া-কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি একাংশ নেতা-পালিনেতা, ঠিকাদাৰৰ দ্বাৰা সংঘটিত এই কেলংকাৰীৰ বিৰুদ্ধে আমি জনসাধাৰণে আন্দোলনত নামো। কিন্তু এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমে শেহতীয়াভাৱে এনে এক ঘটনা পোহৰলৈ আনিছে যিটো ঘটনাৰ বিষয়ে শুনিলে সচেতন নাগৰিক হিচাপে আপোনাৰো চকু কঁপালত উঠিব।

ৰে’লৰ AC দবাৰ পৰা ১০৪.৫১ কোটি টকাৰ সামগ্ৰী চুৰি

বিগত ৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন ৰে’লৰ AC দবাৰ পৰা ১.২৭ কোটিৰো অধিক বিচনা সামগ্ৰী—যেনে বিচনা চাদৰ, কম্বল, গাৰুৰ কভাৰ, গাৰু আৰু টাৱেল—নিখোজ বা চুৰি হৈছে। চুৰি হোৱা এই সামগ্ৰীসমূহৰ মূল্য প্ৰায় ১০৪.৫১ কোটি টকা। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, তথ্যৰ জনাৰ অধিকাৰ আইন (RTI)ৰ জৰিয়তে ভাৰতীয় ৰে’লৰ ৬৯টা বিভাগৰ ভিতৰত ৫৪টা বিভাগৰ পৰা সংগ্ৰহ কৰা তথ্য বিশ্লেষণ কৰা হয়। RTIৰ পৰা সংগ্ৰহ কৰা তথ্য অনুসৰি, ২০২২ চনৰ জানুৱাৰীৰ পৰা ২০২৬ চনৰ মে’লৈ অৰ্থাৎ কোভিড-১৯ৰ পিছত AC দবাত বিচনা-সামগ্ৰী পুনৰ নিয়মীয়াকৈ বিতৰণ আৰম্ভ হোৱাৰ পিছৰে পৰা কমেও ১.২৭ কোটি বিচনা-সামগ্ৰী নিখোজ হৈছে। এই সামগ্ৰীসমূহৰ ভিতৰত আছিল বিচনা চাদৰ, কম্বল, গাৰু, গাৰুৰ কভাৰ আৰু মুখ মচা টাৱেল। RTIৰ তথ্য অনুসৰি, এই নিখোজ সামগ্ৰীৰ মূল্য আছিল প্ৰায় ১০৪.৫১ কোটি টকা। মূলতঃ বিচনা-সামগ্ৰী যোগান ধৰা চুক্তিভিত্তিক সংস্থাসমূহে এই লোকচান বহন কৰে। বহু ক্ষেত্ৰত এই ক্ষতিপূৰণ সংশ্লিষ্ট সংস্থাসমূহে কোচ এটেণ্ডেণ্ট বা কৰ্মচাৰীৰ দৰমহাৰ পৰা কাটি লোৱাৰ অভিযোগো উত্থাপন হৈছে।

AC দবাত দিয়া টাৱেলেই সৰ্বাধিক চুৰি

RTIৰ তথ্যত পোৱা গৈছে যে চুৰি হোৱা সামগ্ৰীসমূহৰ ভিতৰত মুখ মচা টাৱেলই আটাইতকৈ বেছি চুৰি হৈছে। ইয়াৰ পিছত আছে বিচনা চাদৰ, গাৰুৰ কভাৰ, কম্বল আৰু গাৰু। ২০২২ চনৰ তুলনাত ২০২৫ চনলৈ এই ধৰণৰ চুৰি হোৱা ঘটনা প্ৰায় ৫৬ শতাংশ বৃদ্ধি পাইছে। এই ঘটনাক গুৰুত্ব সহকাৰে লৈ ৰে’ল মন্ত্ৰালয়ে বিষয়টোত উদ্বেগ প্ৰকাশ কৰি চুৰি ৰোধৰ বাবে অধিক নজৰদাৰী, CCTV ব্যৱস্থা, Coach Mitra এপৰ ব্যৱহাৰ, কৰ্মচাৰীক সজাগ কৰা আদি ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে।

সকলো ক্ষেত্ৰতে কেৱল চৰকাৰী বিভাগসমূহকে দায়ী কৰাৰ পূৰ্বে এগৰাকী সচেতন নাগৰিক হিচাপে এনে ধৰণৰ ঘটনা ৰোধৰ তৃণমূল পৰ্যায়ৰ পৰাই পদক্ষেপ লব লাগিব। ৰেলৱেৰ এই ঘটনাটো অত্যন্ত চিন্তাজনক।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Indian Railway
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?
বিনোদন

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

August 11, 2026
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ
বিনোদন

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

August 11, 2026
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ
অসম

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

August 11, 2026
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা
বাণিজ্য

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

August 11, 2026
Next Post
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.