• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপিক সহায় কৰিবলৈকে ডিব্ৰুগড়ৰ টিকট দিয়া হ’ব নেকি লুৰিণজ্যোতিক!

বিজেপিক সহায় কৰিবলৈকে ডিব্ৰুগড়ৰ টিকট দিয়া হ’ব নেকি লুৰিণজ্যোতিক!

3 years ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

26 minutes ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

1 hour ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

19 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

20 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

20 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

21 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

22 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

22 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

23 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

23 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

24 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিজেপিক সহায় কৰিবলৈকে ডিব্ৰুগড়ৰ টিকট দিয়া হ’ব নেকি লুৰিণজ্যোতিক!

অসমতো বিৰোধী দলৰ মাজত আৰম্ভ মতানৈক্য

editor by editor
December 14, 2023
in অসম, ৰাজনীতি
0
বিজেপিক সহায় কৰিবলৈকে ডিব্ৰুগড়ৰ টিকট দিয়া হ’ব নেকি লুৰিণজ্যোতিক!
0
SHARES
108
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ তিনি ৰাজ্যৰ নিৰ্বাচনত বেয়াকৈ মুখ থেকেচা খোৱাৰ পাছত সকলো অংকতে আউল লাগিছে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াত। শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছ তথা বিৰোধী মিত্ৰজোঁটৰ মাজতে এতিয়া কথাৰ অৰিয়াঅৰিঁ আৰম্ভ হৈছে। শেহতীয়াকৈ অসমৰ প্ৰেক্ষাপটতো কথাৰ অমিল দেখা গৈছে বিৰোধী মিত্ৰজোঁটত থকা নেতাসকলৰ মাজত।

সামাজিক মাধ্যমত কিছুদিনৰ আগেয়ে আম আদমী পাৰ্টিৰ এগৰাকী ৰাজ্যিক নেতাই মুকলিকৈ লুৰিণজ্যোতি গগৈক ডিব্ৰুগড়ত প্ৰাৰ্থীত্ব প্ৰদানৰ বিৰোধিতা কৰাৰ পাছতে এতিয়া এই বিষয়টোক লৈ চৰ্চা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। জনৈক কলিতা উপাধিৰ এগৰাকী আপৰ শীৰ্ষ নেতাই ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা মানে বিজেপিৰ ওচৰত পৰাজয়বৰণ কৰা বুলি সামাজিক মাধ্যম (ফেচবুক) ত মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছে।

কেৱল লুৰীণজ্যোতি গগৈক লৈয়ে নহয়, শেহতীয়াকৈ বিৰোধী দলসমূহৰ মাজত আসনৰ ভাগ-বতৰোৱাক লৈও মতৰ অমিল দেখা গৈছে। বিশেষকৈ আম আদমী পাৰ্টিয়ে আসনৰ ভাগ-বতৰোৱাক লৈ বিভিন্ন সময়ত বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হৈছে। এনে ৰাজনৈতিক প্ৰেক্ষাপটলৈ চাই আগন্তুক লোকসভা নিৰ্বাচনতো যে অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হব সেয়া নিশ্চিত।

নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে বিৰোধী দলসমূহৰ মাজত কথাৰ অৰিয়াঅৰিঁ সৃষ্টি হোৱাৰ ভৱিষ্যতদ্বাণী কৰি থৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পীয়ুষ হাজৰিকাইও। এতিয়া সময়েহে কব কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটে সময়ত ৰাজনীতিৰ এনে জটিল অংক কেনেকৈ সমাধা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ
অসম

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

October 12, 2026
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!
ৰাজনীতি

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

October 11, 2026
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?
অসম

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

October 11, 2026
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য
অসম

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

October 11, 2026
Next Post
বিৰিয়ানি

বাকী বাদ প্ৰথমে বিৰিয়ানিৰ সোৱাদ! একেৰাহে অষ্টম বছৰৰ বাবে বিৰিয়ানিয়ে মাৰিলে বাজি

আজি ‘মহাৰাণী’ৰ ওপজা দিন…

আজি 'মহাৰাণী'ৰ ওপজা দিন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.