• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰিয়ানি

বাকী বাদ প্ৰথমে বিৰিয়ানিৰ সোৱাদ! একেৰাহে অষ্টম বছৰৰ বাবে বিৰিয়ানিয়ে মাৰিলে বাজি

3 years ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

26 minutes ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

1 hour ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

2 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

2 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

2 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

3 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

16 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

17 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

17 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

18 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

19 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

বাকী বাদ প্ৰথমে বিৰিয়ানিৰ সোৱাদ! একেৰাহে অষ্টম বছৰৰ বাবে বিৰিয়ানিয়ে মাৰিলে বাজি

editor by editor
December 14, 2023
in খাদ্য
0
বিৰিয়ানি
0
SHARES
204
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতবাসীয়ে পুনৰবাৰ প্ৰমাণ কৰিলে তেওঁলোকৰ বিৰিয়ানিপ্ৰীতি। অনলাইন ফুড এপ ছুইগীত ২০২৩ বৰ্ষতো সৰ্বাধিক অৰ্ডাৰ কৰা খাদ্যৰ ভিতৰত শীৰ্ষত আছে বিৰিয়ানি। ইয়াৰ পূৰ্বৰ সাতটা বছৰত বিৰিয়ানিয়ে শীৰ্ষস্থান দখল কৰি আহিছে। ২০২৩ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা নৱেম্বৰ মাহৰ ২৩ তাৰিখলৈ ছুইগীত অৰ্ডাৰ কৰা খাদ্যৰ তথ্য প্ৰকাশ পাইছে।
২০২৩ চনৰ পহিলা জানুৱাৰীৰ দিনটোতে ছুইগীত অৰ্ডাৰ কৰা হৈছিল ৪,৩০,০০০ বিৰিয়ানি। এই বৰ্ষত ভাৰতত প্ৰতি ছেকেণ্ডত ২.৫ টা বিৰিয়ানি অৰ্ডাৰ কৰা হৈছে। ইয়াৰে প্ৰতি ৫.৫ টা বিৰিয়ানিৰ মাজত অৰ্ডাৰ কৰা হৈছে এটাকৈ ভেজ বিৰিয়ানি। ইয়াৰ উপৰিও চলিত বৰ্ষত ছুইগীয়ে ২৪ লাখ ৯০ হাজাৰ নতুন গ্ৰাহক লাভ কৰা বুলিও তথ্যত প্ৰকাশ।
দেশত বিৰিয়ানি অৰ্ডাৰ কৰা চহৰৰ ভিতৰত হাইদৰাবাদ শীৰ্ষত আছে। হাইদৰাবাদৰ এগৰাকী ছুইগী ব্যৱহাৰকাৰীয়ে বছৰটোত সৰ্বমুঠ ১,৬৩৩ প্লেট বিৰিয়ানি অৰ্ডাৰ কৰে। এদিনীয়া বিশ্বকাপৰ ভাৰত-পাকিস্তানৰ মেচৰ দিনা চণ্ডিগড়ৰ এটা পৰিয়ালে ৭০ প্লেট বিৰিয়ানি অৰ্ডাৰ কৰে। মেচখনৰ দিনা ছুইগীয়ে প্ৰতি মিনিটত ২৫০ প্লেট বিৰিয়ানিৰ অৰ্ডাৰ লাভ কৰে।
ছুইগীত অৰ্ডাৰ কৰা অন্যান্য খাদ্যসমূহৰ ভিতৰত গুলাব জামুনে ফেৰ মাৰিছে ৰসগোল্লাক। দুৰ্গা পূজাৰ সময়ছোৱাত ছুইগীয়ে ৭৭ লাখ গুলাব জামুনৰ অৰ্ডাৰ লাভ কৰে। আনহাতে, নৱৰাত্ৰীৰ নটা দিনত নিৰামিষভোজী সকলে পচন্দ কৰে মচলা দোছা। ২০২৩ বৰ্ষত ৮৫ লাখ চকলেট কেক অৰ্ডাৰ কৰা বাংগালুৰুৱে লাভ কৰে ‘কেক কেপিটেল’ৰ খিতাপ। ভেলেণ্টাইন ডে’ৰ দিনা দেশজুৰি প্ৰতি মিনিটত ২৭১ টা কেক অৰ্ডাৰ কৰা হয়।
এদিনীয়া বিশ্বকাপৰ ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেলৰ দিনা ভাৰতত প্ৰতি মিনিটত ১৮৮ টা পিজ্জাৰ অৰ্ডাৰ আহে ছুইগীলৈ। চেন্নাই, দিল্লী আৰু হাইদৰাবাদৰ পৰা ২০২৩ ত ছুইগীলৈ সৰ্বাধিক অৰ্ডাৰ আহে। চহৰকেইখনৰ পৰা প্ৰায় ১০ হাজাৰকৈ অৰ্ডাৰ আহে ফুড ডেলিভাৰী এপটোলৈ। মুম্বাইৰ এগৰাকী লোকে ১ জানুৱাৰীৰ পৰা ২৩ নৱেম্বৰলৈ ছুইগীত মুঠ ৪২.৩ লাখ টকাৰ খাদ্য অৰ্ডাৰ কৰে।
ছুইগীৰ ‘ডেলিভাৰী বয়’ সকলেও যথেষ্ট কষ্টৰে খাদ্যসমূহ যথাস্থানত ডেলিভাৰী দিয়ে। চেন্নাইৰ ভেংকটেশনে ১০,৩৬০ টা, কোচিৰ সনথিনিয়ে ৬,২৫৩ টা, গুৰুগ্ৰামৰ ৰামজিৎ সিঙে ৯,৯২৫ টা অৰ্ডাৰ ডেলিভাৰী কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: biryanifoodSwiggy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু
ভাৰত

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

September 22, 2026
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য
জীৱনশৈলী

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

September 19, 2026
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?
জীৱনশৈলী

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

September 17, 2026
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?
জীৱনশৈলী

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

September 11, 2026
Next Post
আজি ‘মহাৰাণী’ৰ ওপজা দিন…

আজি 'মহাৰাণী'ৰ ওপজা দিন...

আমেৰিকাই দিলে আগজাননীঃ মোদী বিনে ভাৰতত কোনো নাই!

আমেৰিকাই দিলে আগজাননীঃ মোদী বিনে ভাৰতত কোনো নাই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.