• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আয় কমিলেও সুখৰ জীৱন কটাব, ২০২৪ত মানি চলক এইকেইটা নিয়ম, হোৰাহোৰে বাঢ়িব আপোনাৰ বেংক বেলেন্স

আয় কমিলেও সুখৰ জীৱন কটাব, ২০২৪ত মানি চলক এইকেইটা নিয়ম, হোৰাহোৰে বাঢ়িব আপোনাৰ বেংক বেলেন্স

2 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

2 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

3 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

4 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

5 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

5 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

6 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

6 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

7 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

8 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

9 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আয় কমিলেও সুখৰ জীৱন কটাব, ২০২৪ত মানি চলক এইকেইটা নিয়ম, হোৰাহোৰে বাঢ়িব আপোনাৰ বেংক বেলেন্স

editor by editor
December 25, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আয় কমিলেও সুখৰ জীৱন কটাব, ২০২৪ত মানি চলক এইকেইটা নিয়ম, হোৰাহোৰে বাঢ়িব আপোনাৰ বেংক বেলেন্স
0
SHARES
8.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বাস্তু শাস্ত্ৰ আৰু ধৰ্ম গ্ৰন্থত এনে কিছু নিয়ম আছে যিসমূহ মানি চলিলে জীৱনত উন্নতি আৰু সমৃদ্ধি লাভ কৰিব পাৰি। ইয়াৰোপৰি লক্ষ্মীৰ আশীৰ্বাদো আপোনাৰ ওপৰত থাকে। ব্যস্ততাৰে ভৰা জীৱনত আমি বহুতেই এই সাধাৰণ নিয়মসমূহ পালন কৰিবলৈ পাহৰি যাওঁ। ইয়াৰ ফলত জীৱনত নানান সমস্যা আহে। বিশেষকৈ আৰ্থিক সমস্যা আহে। বাস্তু শাস্ত্ৰ মানি নচলাৰ ফলতেই আয়তকৈ ব্যয়ৰ পৰিমান বৃদ্ধি পায়। বাস্তু শাস্ত্ৰত এনে কিছু নিয়মৰ কথা কোৱা হৈছে যিসমূহ নিয়ম মানি চলিলে ব্যক্তিয়ে নানান সমস্যাৰ পৰা মুক্তি পাব পাৰে। ২০২৪চনত এই নিয়মসমূহ মানি চলিলে সুখী আৰু সমৃদ্ধ জীৱনযাপন কৰিব পাৰিব আপুনিও।

ঘৰ কেনেকৈ মোহাৰিব
বাস্তু শাস্ত্ৰ অনুসৰি প্ৰতিদিনেই ঘৰ মোহৰাৰ সময়ত পানীৰ সৈতে নিমখ মিহলাই দিব। ইয়াৰ ফলত ঘৰৰ পৰা নেতিবাচক শক্তিৰ প্রভাৱ দূৰ হ’ব আৰু ইতিবাচক শক্তিৰ সঞ্চাৰ হ’ব। ইয়াৰোপৰি পৰিয়ালৰ সমস্ত সমস্যা দূৰ হ’ব। অনাবশ্যক ব্যয় কমিব। ইয়াৰ ফলত ২০২৪ চনত অৰ্থ সঞ্চয় কৰিব পাৰিব। দেওবাৰ, মঙলবাৰ আৰু বৃহস্পতিবাৰে এনেকৈ ঘৰ মোহাৰিব।

টোপনিৰ পূৰ্বেই কৰক এই কাম
নিশা টোপনি যোৱাৰ পূৰ্বে ভৰি ধুই ল’ব। ভৰি ধুই ভালকৈ মোহাৰি বিচনালৈ যাব। প্ৰতিদিনেই এই সহজ কামটো কৰিলে ক্লান্তি আৰু দুশ্চিন্তা দূৰ হ’ব। ব্যক্তিৰ মাজত ইতিবাচক শক্তিৰ প্ৰবাহ বৈ থাকিব। ইয়াৰ ফলত লক্ষ্য লাভ কৰিবলৈ সক্ষম হ’ব।

ঘৰৰ বাহিৰত আবৰ্জনা গোটাই নথ’ব
আৰ্থিক উন্নতি আৰু ভাগ্যৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজায় ৰখা অত্যন্ত জৰুৰী। ঘৰৰ আশে-পাশে যাতে আৱৰ্জনা জমা নাথাকে সেই দিশত লক্ষ্য ৰাখিব। ঘৰত প্ৰতিদিনে পূজা কৰাৰ পূৰ্বে চৌপাশ পৰিষ্কাৰ লওক। পাৰিলে গংগাজল ছটিয়াওক। ইয়াৰ ফলত ঘৰত লক্ষ্মীৰ আগমন ঘটে। ঘৰৰ সকলো সমস্যা দূৰ হয়। সন্ধিয়া ঘৰত বা পূজা ঘৰত দুটাকৈ প্ৰদীপ জ্বলাই ৰাখিব। ২০২৪ত এই উপায়সমূহ অৱলম্বন কৰিলে উন্নতিৰ পথ প্ৰশস্ত হ’ব।

কৰ্পূৰেৰে আৰতি কৰিব
২০২৪ চনৰ পৰা পূজাৰ সময়ত নিয়ম কৰি কৰ্পূৰৰ আৰতি কৰিব। পুৱা আৰু সন্ধিয়া পূজাৰ এই নিয়ং পালন কৰিব। কৰ্পূৰৰ গোন্ধ ঘৰৰ চুকে কোণে বিয়পি পৰিব। ইতিবাচক আৰু ঐশ্বৰিক শক্তিক এই গোন্ধই আকৃষ্ট কৰে। কৰ্পূৰৰ পৰা ওলোৱা ধোঁৱাই বিশ্বব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে যুক্ত হয়। এই উপায়েৰে জীৱন আৰু কেৰিয়াৰত উন্নতিৰ যোগ তৈয়াৰ হয়।

প্ৰতিদিনেই পাঠ কৰক এই স্তোত্ৰ
ঘৰত প্ৰতিদিনেই লক্ষ্মী স্তোত্ৰ পাঠ কৰিব। এই স্তোত্ৰই ধন লাভৰ পথ প্ৰশস্ত কৰে। ইয়াৰোপৰি অৰ্থ সঞ্চয়ৰ পথো প্ৰশস্ত হয়। এনেকৈ দৈনিক পাঠ কৰিলে ব্যক্তিৰ ওপৰত লক্ষ্মীৰ আশীৰ্বাদ বৰষে। লক্ষ্মী স্তোত্ৰ পাঠ কৰিলে প্ৰতিদিনেই পূজাৰ পাছত আপুনি এই পাঠ কৰিব পাৰে।

২০২৪ত ভুলতো এই কাম নকৰিব
বহুতেই খাদ্য গ্ৰহণ কৰোতে পঢ়াশুনা বা অফিচৰ কাম কৰি থাকে। এইয়া অত্যন্ত অশুভ। ২০২৪ত এই অভ্যাস ত্যাগ কৰক। ইয়াৰ বাবেই আৰ্থিক লোকচান হয়। স্বাস্থ্যজনিত সমস্যাইয়ো দেখা দিয়াৰ কাৰণ এইসমূহ অভ্যাসেই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
Next Post
ফাইনেল ডেষ্টিনেশ্ব্যনলৈ কেইটামান খোঁজ! গন্তব্যস্থানত উপস্থিত হোৱাৰ পূৰ্বে আদিত্য এল-১ৰ সন্মুখত এই বৃহৎ প্ৰত্যাহ্বান

ফাইনেল ডেষ্টিনেশ্ব্যনলৈ কেইটামান খোঁজ! গন্তব্যস্থানত উপস্থিত হোৱাৰ পূৰ্বে আদিত্য এল-১ৰ সন্মুখত এই বৃহৎ প্ৰত্যাহ্বান

বৰদিনৰ শুভেচ্ছাৰে কিয় হেপ্পী খ্ৰীষ্টমাছৰ সলনি কোৱা হয় মেৰী খ্ৰীষ্টমাছ’?

বৰদিনৰ শুভেচ্ছাৰে কিয় হেপ্পী খ্ৰীষ্টমাছৰ সলনি কোৱা হয় মেৰী খ্ৰীষ্টমাছ'?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.