• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ পুনৰাবৃত্তি! হাৰিয়ানাত নিৰ্মীয়মান মন্দিৰৰ দেৱাল খহি আৱদ্ধ ৫শ্ৰমিক

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আকৌ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ পুনৰাবৃত্তি! হাৰিয়ানাত নিৰ্মীয়মান মন্দিৰৰ দেৱাল খহি আৱদ্ধ ৫শ্ৰমিক

editor by editor
December 25, 2023
in বিবিধ, ভাৰত
0
আকৌ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ পুনৰাবৃত্তি! হাৰিয়ানাত নিৰ্মীয়মান মন্দিৰৰ দেৱাল খহি আৱদ্ধ ৫শ্ৰমিক
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আকৌ এবাৰ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্কিয়াৰা টানেলৰ দৰেই ঘটনাৰ পুনৰাবৃত্তি। হাৰিয়ানাৰ গুৰুগ্ৰামৰ নিৰ্মীয়মান এটা মন্দিৰৰ দেৱাল খহি ধ্বংসস্তুপত আৱদ্ধ হৈ পৰিছে ৫জন শ্ৰমিক। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল। ঘটনাস্থলীত উপস্থিত হৈছে এম্বুলেঞ্চো। সূত্ৰৰ খবৰমতে, হাৰিয়ানা, গুৰুগ্ৰামৰ ছেক্টৰ-১৫ত জগন্নাথ মন্দিৰৰ নিৰ্মাণকাৰ্য চলি আছিল। কেইবাজনো শ্ৰমিকে এই স্থানতেই কাম কৰি আছিল। নিৰ্মাণৰ মাজতেই হঠাৎ খহি পৰে মন্দিৰৰ দেৱাল। তাতেই আৱদ্ধ হৈ পৰে ৫গৰাকীকৈ শ্ৰমিক।

দীপাৱলীৰ দিনা অৰ্থাৎ ১২ নৱেম্বৰত উত্তৰাখণ্ডৰ ছিল্কিয়াৰাত নিৰ্মীয়মান সুৰংগ খহি আৱদ্ধ হৈ পৰিছিল ৪১জন শ্ৰমিক। তাৰপিছতেই এইবাৰ হাৰিয়ানাৰ গুৰুগ্ৰামত একেই ঘটনাৰ পুনৰাবৃত্তি। এই দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। এই ভিডিঅ’ত দেখা গৈছে যে, ঘটনাস্থলৰ আশেপাশে উদ্ধাৰ অভিযান চলিছে। জেছিবি মেছিনেৰে ধ্বংসাৱশেষৰ পৰা উদ্ধাৰৰ কাম আৰম্ভ কৰিছে। উদ্ধাৰকৰ্মীৰ সৈতে সেই স্থানত উপস্থিত হৈছে স্থানীয় আৰক্ষী।

উল্লেখ্য যে, অক্টোবৰ মাহত জম্মুৰ ৰণবীৰেশ্বৰ মন্দিৰৰ এটা অংশ খহি পৰিছিল। সেই ঘটনাত দ্ৰুততৰভাৱে উদ্ধাৰকাৰী দল উপস্থিত হ’লেও জীৱন্তে উদ্ধাৰ কৰিব পৰা হোৱা নাছিল শ্ৰমিক কেইজনক। ২১ জন শ্ৰমিকৰ মৃতদেহ অৱশ্যে উদ্ধাৰ কৰিছিল দলটোৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

Next Post
কলি যুগৰ দাতা কৰ্ণ! ৩ কোটিৰ ফ্লেট ফল বিক্ৰেতাক দান কৰিলে বৃদ্ধই

শনি আৰু লক্ষ্মীৰ ভিতৰত বিষ্ণুৰ প্ৰিয় কোন? উত্তৰত নাৰায়ণে কি কৈছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন