• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনি আৰু লক্ষ্মীৰ ভিতৰত বিষ্ণুৰ প্ৰিয় কোন? উত্তৰত নাৰায়ণে কি কৈছিল?

শনি আৰু লক্ষ্মীৰ ভিতৰত বিষ্ণুৰ প্ৰিয় কোন? উত্তৰত নাৰায়ণে কি কৈছিল?

3 years ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

27 minutes ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

2 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

3 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

4 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

4 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

12 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

12 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

12 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

13 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

14 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

14 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনি আৰু লক্ষ্মীৰ ভিতৰত বিষ্ণুৰ প্ৰিয় কোন? উত্তৰত নাৰায়ণে কি কৈছিল?

editor by editor
December 25, 2023
in জীৱনশৈলী, ভাৰত
0
শনি আৰু লক্ষ্মীৰ ভিতৰত বিষ্ণুৰ প্ৰিয় কোন? উত্তৰত নাৰায়ণে কি কৈছিল?
0
SHARES
446
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দু শাস্ত্ৰত এফালে যেনেকৈ লক্ষ্মীক ধন দেৱী বুলি কোৱা হয়, অন্যহাতে শনিক কোৱা হয় কৰ্মফলদাতা। ব্যক্তিক তেওঁৰ কৰ্ম অনুযায়ী ফল প্ৰদান কৰে শনিয়ে। ভাল কাম কৰিলে ব্যক্তিয়ে শনিৰ প্রভাৱত সুখ-সৌভাগ্য লাভ কৰে। ইফালে লক্ষ্মী সন্তুষ্ট হ’লে লক্ষ্মীৰ কৃপাত ধন-সম্পত্তি লাভ কৰিব পাৰে। হিন্দু শাস্ত্ৰত সকলোৱে শনিক ভয় কৰে। বহুতেই শনিক নিষ্ঠুৰ গ্ৰহ বুলিও কয়। অন্যহাতে লক্ষ্মীৰ লাভৰ প্ৰত্যাশা সকলোৱেই কৰে।

ইয়াতেই বহুতে জানিব বিচাৰে, লক্ষ্মী আৰু শনিৰ মাজত বিষ্ণুৰ সকলোতকৈ প্ৰিয় কোন? এই আলোচনাক লৈয়ে বিষ্ণুক প্ৰশ্ন কৰা হৈছিল, আপোনাৰ প্ৰিয় কোন? লক্ষ্মী আৰু তেওঁৰ মাজত বিষ্ণুৰ আটাইতকৈ পছন্দৰ কোন? এই প্ৰশ্নৰ উত্তৰত বিপাঙত পৰে নাৰায়ণ। দুজনেই তেওঁৰ প্ৰিয়। এজন ভক্ত সূৰ্যৰ পুত্ৰ শনি, আনগৰাকী তেওঁৰ প্ৰিয় লক্ষ্মী। লক্ষ্মীক প্ৰিয় বুলি কৰে শনি ক্ষুদ্ধ হ’ব পাৰে। শনিক প্ৰিয় বুলিলে লক্ষ্মীয়ে খঙতে তেওঁক ত্যাগ কৰিব পাৰে। এই সময়ত শনিক এটা পৰীক্ষা দিলে নাৰায়ণে। শনি আৰু লক্ষ্মীক ক’লে যে, ওচৰতে থকা গছজোপাক স্পৰ্শ কৰি তাৰপৰা এখন পাত লৈ আনা।

নাৰায়ণৰ এই বিচিত্ৰ চৰ্তই লক্ষ্মীকো আচৰিত কৰি তুলিলে। নাৰায়ণৰ আদেশ মানি দুয়োজনেই গছজোপাক স্পৰ্শ কৰি একোখন পাত লৈ আনে। পাত আনিয়েই শনিয়ে উৎসাহী হৈ বিষ্ণুক প্ৰশ্ন কৰে ইয়াৰ অৰ্থ কি? তেতিয়া বিষ্ণুৱে কয়, ‘হে সূৰ্য পুত্ৰ শনি! তুমি যেতিয়া গৈছিলা তোমাৰ যোৱাৰ দৃশ্যটোৱে মোক আকৰ্ষিত কৰিছিল। আনহাতে লক্ষ্মীক অহাৰ সময়ত
দেখি খুবেই ভাল লাগিছিল।’ অৰ্থাৎ শনিৰ দশা যেতিয়া শেষ হয় বা শনিয়ে যেতিয়া ব্যক্তিগৰাকীৰ ৰাশি এৰি অন্য ৰাশিলৈ যায় তেতিয়া ব্যক্তিৰ জীৱনত সুখ-সৌভাগ্য বৃদ্ধি পায়। ব্যক্তিৰ হাতলৈ লক্ষ্মী আহে। অৰ্থাৎ অৰ্থ, সম্পদ, সুখ-সৌভাগ্য লাভ কৰিলে অধিক সুখী হৈ পৰে ব্যক্তিজন।

শনিৰ কাৰণে থকা কষ্ট দূৰ হৈ পৰিয়াললৈ লক্ষ্মীৰ আগমন হয়। লক্ষ্মীক কেনেকৈ আদৰিব লাগে তাৰ উপায়ো শাস্ত্ৰত আছে। ইয়াৰ মাজতেই চাৰিটা উপায় অৱলম্বন কৰিলে সুফল পোৱা যায়।

শনিক সুখী কৰাৰ উপায়
শনিক সুখী কৰাৰ উপায় হৈছে, দৰিদ্ৰ, শ্ৰমিকসকলৰ সহায় কৰক। তেওঁলোকক খাদ্য খোৱাওক।
৭ ধৰণৰ খাদ্য ৮টা শনিবাৰে কাৰোবাক খোৱাওক। ইয়াৰ ফলত ঘৰ-পৰিবাৰ সকলোৰে দুখ কষ্ট দূৰ হ’ব।
শনিবাৰে মদ্যপান, আমিষ খাদ্য ত্যাগ কৰক।
বিবাহিত মহিলা বা কোনো স্ত্ৰীক তেওঁৰ সাজোন-কাচোনৰ সামগ্ৰী অৰ্পণ কৰক। কোনো মন্দিৰত গৈ প্ৰাৰ্থনা কৰক। ইয়াৰ ফলত শনিৰ কৃপা লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

October 8, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 7, 2026
Next Post
ঘৰত থাকি সন্তান জন্ম দিয়ক! নিজে গঢ়া আইন নিজেই ভংগ কৰি ৰুছবাসীলৈ কিয় সন্তান জন্ম দিবলৈ কাতৰ অনুৰোধ জনাইছে ৰুছ প্ৰেছিডেণ্টে?

ঘৰত থাকি সন্তান জন্ম দিয়ক! নিজে গঢ়া আইন নিজেই ভংগ কৰি ৰুছবাসীলৈ কিয় সন্তান জন্ম দিবলৈ কাতৰ অনুৰোধ জনাইছে ৰুছ প্ৰেছিডেণ্টে?

দেশৰ কোটি কোটি মহিলা লাখপতি হ’ব! লাখপতি হ’বলৈ কেনেকৈ কৰিব আৱেদন?

দেশৰ কোটি কোটি মহিলা লাখপতি হ’ব! লাখপতি হ’বলৈ কেনেকৈ কৰিব আৱেদন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.