• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ মৰম কেতিয়াও পাহৰিব নোৱাৰিম…

অসমৰ মৰম কেতিয়াও পাহৰিব নোৱাৰিম…

3 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

1 hour ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

1 hour ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

2 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

2 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

3 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

4 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

4 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

5 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

6 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

7 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

7 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমৰ মৰম কেতিয়াও পাহৰিব নোৱাৰিম…

অসমত আৰু মাত্ৰ ২০দিন থাকিব আনন্দ মিশ্ৰ!

editor by editor
December 27, 2023
in অসম
0
অসমৰ মৰম কেতিয়াও পাহৰিব নোৱাৰিম…
0
SHARES
313
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ অসমত আৰু মাত্ৰ ২০দিন থাকিব আনন্দ মিশ্ৰ। কেইবাবছৰ ধৰি অসমত সেৱা আগবঢ়োৱা আনন্দ মিশ্ৰ নিজৰ কামৰ মাজেৰে অসমত অভূতপূৰ্ব সমাদৰ লাভ কৰিছিল। বিদায় পৰত আনন্দ মিশ্ৰ অসমক লৈ যথেষ্ট আৱেগিক হৈ পৰা দেখা গল। ২৭ডিচেম্বৰত মাজুলীত উপস্থিত হোৱাৰ পাছত আনন্দ মিশ্ৰই অসমক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়- কাম কৰিবলৈ অসমৰ নিচিনা ভাল জেগা কতোৱেই নাই। ইয়াত মোক ইমান মৰম, সন্মান দিছে মই কেতিয়াও পাহৰিব নোৱাৰিম। অসমখন মোৰ সচাঁকেয়ে বৰ মৰমৰ।

আগন্তক সময়ত কি কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আনন্দ মিশ্ৰই কয় যে, ভৱিষ্যতৰ কথা কোনেও নাজানে। কিন্তু সমাজৰ বাবে আৰু মোৰ গাঁওখনৰ বাবে কিবা এটা কৰাৰ মানসেৰে মই এই সিদ্ধান্ত গ্ৰহণ কৰিছো। মোৰ গাঁৱত স্কুলৰ অভাৱ, খোৱাপানীৰ অভাৱ আদিবোৰ সমস্যা সমাধানৰ বাবে কাম কৰিম। মোৰ সৰু পৰিয়ালটোৰ সৈতে সময় কটাম। এতিয়ালৈকে এয়াই ভাৱি আছো…।

উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমান অসমত থকা আৰ এছ এছ প্ৰধান মোহন ভাগৱতকো ২৮ডিচেম্বৰত সাক্ষাত কৰিব আনন্দ মিশ্ৰই। ইতিমধ্যে সাক্ষাতৰ বাবে সময় দিছে মোহন ভাগৱতেও। মুঠৰ ওপৰত প্ৰশাসনিক সেৱাৰ পাছত এইবাৰ ৰাজনীতিতো অতি সুপৰিকল্পিতভাৱে খোজ থব বিচাৰিছে আনন্দ মিশ্ৰই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি
অসম

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

October 14, 2026
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!
অসম

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

October 14, 2026
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা
অসম

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

October 14, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

October 14, 2026
Next Post
অসমৰ মৰম কেতিয়াও পাহৰিব নোৱাৰিম…

অসমৰ মৰম কেতিয়াও পাহৰিব নোৱাৰিম...

ৰাম মন্দিৰৰ মূৰ্তি নিৰ্মাণত ব্যস্ত অসমৰ এগৰাকী শিল্পী…

ৰাম মন্দিৰৰ মূৰ্তি নিৰ্মাণত ব্যস্ত অসমৰ এগৰাকী শিল্পী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.