• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোৰ কোনো অনুশোচনা নাই, সকলোৱে ভাল পায় সেয়াই মোৰ সুখ

6 years ago
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

16 minutes ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

50 minutes ago
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

1 hour ago
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

2 hours ago
মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

3 hours ago
দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

4 hours ago
দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?

5 hours ago
চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মোৰ কোনো অনুশোচনা নাই, সকলোৱে ভাল পায় সেয়াই মোৰ সুখ

৮৭ত ভৰি দিলে কিংবদন্তী সংগীত শিল্পী আশা ভোচলেয়ে

editor by editor
September 8, 2020
in বিবিধ
0
মোৰ কোনো অনুশোচনা নাই, সকলোৱে ভাল পায় সেয়াই মোৰ সুখ
0
SHARES
218
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৮৭ত ভৰি দিলে কিংবদন্তী সংগীত শিল্পী আশা ভোচলেয়ে। আজি আশা ভোচলেৰ ওপজা দিন। আশা ভোচলে চিৰনতুন হৈ থকাৰ মন্ত্ৰ হ’ল, সন্মুখলৈ চাই আগবাঢ়ি যোৱা। ওপজা দিনত শিল্পীগৰাকীৰ বার্তা, ‘জীৱনত কোনো অনুশোচনা নাই। জীয়াই আছো সকলোৰে মৰম-ভালপোৱা পাইছো। এয়াই মোৰ আনন্দ।’ এতিয়াও নিজৰ ঘৰৰ ৰান্ধনী ঘৰৰ প্ৰধান ৰান্ধনী তেওঁ। লকডাউনৰ সময়ছোৱাতো আমিষ-নিৰামিষ সকলো ধৰণৰ খাদ্য ৰান্ধি খুৱাইছে পৰিয়ালৰ লোকক। শিল্পীগৰাকীৰ প্ৰিয় ফ্ৰেচ ক্ৰীম ফ্ৰুট কেক কাটি ৮৭ তম জন্মদিন উদযাপন কৰে আশা ভোচলেয়ে। তেওঁৰ বাবে সেই কেক মুম্বাইৰ পৰা অর্ডাৰ দি অনা হৈছিল। পুত্ৰ আনন্দ, বোৱাৰী অনুজা আৰু নাতি-নাতিনীয়ে শুভেচ্ছা জনায় আশা ভোচলেক। কেকৰ লগতে মুম্বাইৰ পৰা অনা হৈছিল শিল্পীগৰাকীৰ প্ৰিয় জাপানীজ আৰু চাইনিজ খাদ্য। নাতি-নাতিনী সম্পর্কত আশা ভোচলেয়ে ক’লে দুয়োটা শিশুৱে অতি প্ৰতিভাধৰ। তেওঁলোকৰ মাজত মই মোৰ শৈশৱ দেখা পাওঁ। এই বিশেষ দিনটোত আশা ভোচলেয়ে ক’লে ‘মোৰ কোনো অনুশোচনা নাই। সকলোৰে ভালপোৱা-মৰম লৈ জীয়াই আছো। তাতে মই যেথষ্ট আনন্দিত। মই সৎ জীৱন যপান কৰিছো। ১০ বছৰ বয়সত প্ৰথম গান গোৱাৰ পাছতে নিজৰ ভৰিত থিয় দি মই খুব সুখী। এই ৮৭ বছৰতো মই গান গাম।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
জীৱনশৈলী

April 20, 2026
চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস
জীৱনশৈলী

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

April 20, 2026
দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?
জীৱনশৈলী

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

April 20, 2026
প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ
জীৱনশৈলী

প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

April 20, 2026
Next Post
নিৰ্বাচনী ভাওনা দেখহ-শুনহ

নিৰ্বাচনী ভাওনা দেখহ-শুনহ

চৰ-চাপৰিৰ উন্নয়নৰ নামত বিয়াগোম কেলেংকাৰি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন