• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

1 month ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

49 minutes ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

60 minutes ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

1 hour ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

3 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

3 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

4 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

5 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

5 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

7 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

8 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

৫ কুইণ্টলকৈ ভেজাল খোয়া জব্দ

editor by editor
August 26, 2026
in খাদ্য, জীৱনশৈলী, বিবিধ, ভাৰত, স্বাস্থ্য
0
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…
0
SHARES
455
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাখী বন্ধনকে ধৰি আগন্তুক উৎসৱসমূহৰ পূৰ্বে ভেজাল খাদ্যৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসনে (এফ এছ ডি এ)। সোমবাৰে নিশা উত্তৰ প্ৰদেশৰ আলিগড়ৰ বিজয়গড় আৰক্ষী থানা এলেকাত ভেজাল খোয়া(khoya) প্ৰস্তুত কৰা কাৰখানাত অভিযান চলায় খাদ্য সুৰক্ষা বিভাগৰ দলে। অভিযানৰ সময়ত কাৰখানাটোৰ পৰা প্ৰায় ৫ কুইণ্টল ভেজাল খোয়া(khoya) জব্দ কৰা হয়। জানিব পৰা মতে, এই সামগ্ৰীখিনি এখন বিচনাৰ তলত লুকুৱাই ৰখা হৈছিল।

খাদ্য বিভাগৰ তথ্য অনুসৰি, কাৰখানাটোত অস্বাস্থ্যকৰ পৰিৱেশত খোয়া(khoya) প্ৰস্তুত কৰা হৈছিল। অভিযানৰ সময়ত চক পাউডাৰ, ৰিফাইন অইল আৰু বিভিন্ন ৰাসায়নিক পদাৰ্থ পোৱা যায়। এই সামগ্ৰীবোৰ ব্যৱহাৰ কৰি ভেজাল খোয়া প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন হৈছে। FSDAৰ আলিগড়ৰ দলটোৱে কিছুদিন ধৰি নগলা ভূৰা অঞ্চলত বৃহৎ পৰিসৰত ভেজাল খাদ্য প্ৰস্তুত কৰাৰ তথ্য লাভ কৰি আছিল। কাৰখানাটোত তালাচী চলোৱাৰ সময়ত এখন বিচনা খুলি চোৱাত তাৰ তলত বৃহৎ পৰিমাণৰ খোয়া (khoya) লুকুৱাই থোৱা দেখা যায়। খাদ্য বিভাগৰ দলটোৱে সেই স্থানৰ পৰা প্ৰায় ৫ কুইণ্টল সন্দেহযুক্ত ভেজাল খোয়া উদ্ধাৰ কৰে। উদ্ধাৰ কৰা সামগ্ৰীখিনি এক্সকেভেটৰৰ সহায়ত গাঁৱৰ বাহিৰত গাঁত খান্দি ধ্বংস কৰা হয়। লগতে কাৰখানাটোত পোৱা অন্যান্য সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। অভিযানৰ সময়ত কাৰখানাৰ অপাৰেটৰ অৰ্জুন যাদৱে পলায়ন কৰে। তেওঁৰ বিৰুদ্ধে বিজয়গড় আৰক্ষী থানাত সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে। এফ এছ ডি এৰ সহকাৰী আয়ুক্ত দীপক সিঙে কয় যে, অঞ্চলটোত বৃহৎ পৰিসৰত ভেজাল খোয়া প্ৰস্তুত কৰাৰ তথ্য লাভ কৰাৰ পিছতে এই অভিযান চলোৱা হৈছিল।

খাদ্য সুৰক্ষা বিভাগে সন্দেহ কৰিছে যে ৰাখী বন্ধনকে ধৰি আগন্তুক উৎসৱৰ সময়ত বজাৰত বিক্ৰীৰ বাবে এই ভেজাল খোয়া প্ৰস্তুত কৰা হৈছিল। বিভাগৰ মতে, এই কাৰখানাত প্ৰস্তুত কৰা ভেজাল আৰু অস্বাস্থ্যকৰ খোয়া NCR আৰু ওচৰৰ বিভিন্ন জিলালৈ যোগান ধৰাৰো তথ্য পোৱা গৈছিল। উৎসৱৰ সময়ত খোয়া, গাখীৰ, মিঠাই আদি খাদ্য সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পায়। এই সুযোগ লৈ অসাধু ব্যৱসায়ীয়ে যাতে ভেজাল খোয়া বজাৰত বিক্ৰী কৰিব নোৱাৰে, তাৰ বাবে খাদ্য বিভাগে অভিযান অধিক তীব্ৰ কৰাৰ কথা প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24foodfood safety
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
Next Post
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.