• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ ‘গুৱাহাটী’ সৰ্বানন্দ সোণোৱালৰ…

এইবাৰ ‘গুৱাহাটী’ সৰ্বানন্দ সোণোৱালৰ…

2 years ago
আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

40 minutes ago
যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

1 hour ago
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

2 hours ago
মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

4 hours ago
কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

4 hours ago
শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

5 hours ago
8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

5 hours ago
এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

5 hours ago
কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

9 hours ago
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

9 hours ago
কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

10 hours ago
PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এইবাৰ ‘গুৱাহাটী’ সৰ্বানন্দ সোণোৱালৰ…

সৰ্বানন্দ সোণোৱালেও লক্ষ্যণীয়ভাৱে গুৱাহাটী লোকসভা সমষ্টিত নিজৰ সক্ৰিয়তা তীব্ৰতৰ কৰা দেখা গৈছে

editor by editor
January 5, 2024
in অসম
0
এইবাৰ ‘গুৱাহাটী’ সৰ্বানন্দ সোণোৱালৰ…
0
SHARES
942
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  ২০২৪ৰ পৰা অসমৰ ৰাজনীতিত বহু পৰিৱৰ্তন দেখিবলৈ পাব ৰাইজে।  ইতিমধ্যে জালুকবাৰী এৰি উজনিৰ যোৰহাট বিধানসভা সমষ্টিত প্ৰতিন্দন্দ্বিতা কৰাৰ মন মেলিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কেৱল হিমন্ত বিশ্ব শৰ্মাকে নহয়, এইবাৰ বিজেপিয়ে সৰ্বানন্দ সোণোৱালক লৈও কৰিছে এক বিশেষ পৰিকল্পনা। লোকসভা নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক হিচাপ-নিকাচ কৰাৰ বাবে ১০জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি  জগত প্ৰসাদ নড্ডা।

২৪ৰ লোকসভা নিৰ্বাচনৰ জৰিয়তে ৰাজ্যৰ ৰাজনীতিৰ ৰূপৰেখা সলনি কৰি দিয়াৰ ব্লু-প্ৰিন্ট ৰচিয়ে সংঘৰ পৰিয়াল আৰু বিজেপিয়ে। ২০১৫চনৰ পৰাই বিজেপিৰ উজনি অসমৰ নেতা হিচাপে আগত থৈ বিজেপিয়ে কাম কৰি অহা সৰ্বানন্দ সোণোৱালক ২৪ৰ লোকসভা নিৰ্বাচনত অসমৰ এটা বিশেষ সমষ্টিৰ পৰা নিৰ্বাচনত নমোৱাৰ পৰিকল্পনা অতি সন্তপৰ্ণে কৰিছে সংঘৰ পৰিয়াল আৰু বিজেপিয়ে।

বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত নমোৱাৰ পৰিকল্পনা কৰিছে বিজেপিৰ নেতৃত্বই। কিন্তু সৰ্বানন্দ সোণোৱাল বৰ্তমান  বিজেপিৰ সংসদীয় বৰ্ড  আৰু কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ দৰে গুৰুত্বপূৰ্ণ বৰ্ডৰ সদস্য হৈ থকাৰ বাবে বিজেপিয়ে এই সিদ্ধান্তত আনুষ্ঠানিক মোহৰ মাৰিব পৰা নাই।

ক্লিক কৰি পঢ়কঃ EVMত নাই কোনো খেলিমেলি! উত্তৰ পায়ো বাৰে বাৰে এটাই প্ৰশ্ন কিয়ঃ কংগ্ৰেছক উভতি ধৰিলে নিৰ্বাচনী আয়োগে…

এতিয়ালৈকে উজনি অসমৰ পৰাই বিধায়ক, সাংসদ হৈ থকা সৰ্বানন্দ সোণোৱালক গুৱাহাটীত প্ৰাৰ্থিত্ব প্ৰদান প্ৰক্ৰিয়াই স্বাভাৱিকতে বহু বিজেপিৰ নেতাৰ টোপনি হাৰিছে। সৰ্বানন্দ সোণোৱালেও লক্ষ্যণীয়ভাৱে গুৱাহাটী লোকসভা সমষ্টিত নিজৰ সক্ৰিয়তা তীব্ৰতৰ কৰা দেখা গৈছে। এতিয়া কেতিয়াকৈ বিজেপিয়ে চলি থকা এই ৰাজনৈতিক চৰ্চাত শেষ মোহৰ মাৰে সেয়াহে লক্ষ্যণীয় হব।

ইফালে বৰ্তমানো যোৰহাট বিধান সমষ্টিটো বিজেপিৰ দখলতে থকাৰ বাবে সেই সমষ্টিটোক লৈও অন্য এক অংক কৰিছে বিজেপিয়ে। বৰ্তমান সমষ্টিটোত বিধায়ক হৈ থকা হিতেন্দ্ৰ নাথ গোস্বামীক সমষ্টিটোৰ পৰা আতৰাই ৰাজ্যসভাৰ সাংসদ নাইবা গধুৰ দলীয় দায়িত্বও অৰ্পন কৰিব পাৰে বুলি চৰ্চা চলিছে। আনফালে গুৱাহাটী লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ হৈ থকা কুইন ওজাকো পৰৱৰ্তী সময়ত কিদৰে, ক’ত বিজেপিয়ে সংস্থাপিত কৰে সেয়াও হ’ব লক্ষ্যণীয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?
অসম

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

May 9, 2026
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ
বিশ্ব

কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

May 9, 2026
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?
অসম

‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

May 9, 2026
‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?
অসম

‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

May 8, 2026
Next Post
মূৰত গিলাচ লৈ গাড়ী চলাই থাকোতেই Jamal Kudu ডান্স কৰি প্ৰাণ গ’ল ৪গৰাকীৰ…

মূৰত গিলাচ লৈ গাড়ী চলাই থাকোতেই Jamal Kudu ডান্স কৰি প্ৰাণ গ'ল ৪গৰাকীৰ...

ভাৰতৰ ‘সূৰ্য যাত্ৰা’ সফল…

ভাৰতৰ 'সূৰ্য যাত্ৰা' সফল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.