• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মূৰত গিলাচ লৈ গাড়ী চলাই থাকোতেই Jamal Kudu ডান্স কৰি প্ৰাণ গ’ল ৪গৰাকীৰ…

মূৰত গিলাচ লৈ গাড়ী চলাই থাকোতেই Jamal Kudu ডান্স কৰি প্ৰাণ গ’ল ৪গৰাকীৰ…

3 years ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

11 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

12 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

12 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

13 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

14 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

14 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

15 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

15 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

16 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

17 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

17 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মূৰত গিলাচ লৈ গাড়ী চলাই থাকোতেই Jamal Kudu ডান্স কৰি প্ৰাণ গ’ল ৪গৰাকীৰ…

থিতাতে প্ৰাণ গ'ল ২গৰাকীৰ, হস্পাতালত প্ৰাণ গ'ল আন দুগৰাকী যুৱকৰ...

editor by editor
January 6, 2024
in অসম
0
মূৰত গিলাচ লৈ গাড়ী চলাই থাকোতেই Jamal Kudu ডান্স কৰি প্ৰাণ গ’ল ৪গৰাকীৰ…
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ মদৰ গিলাচ মূৰত লৈ ববী দেউলে হিন্দী ছবি ‘এনিমেল’ত কৰা Jamal Kudu ডান্সটো হয়তো আপুনি চাইছে। ববী দেউলৰ এই নৃত্যুটো ভাইৰেল হোৱাৰ পাছতে দেশ-বিদেশৰ বহুলোকে সেই একে ভংগীমাৰেই কোটি কোটি ৰীলছ নিৰ্মাণ কৰিছিল। এই Jamal Kudu ডান্স কৰিবলৈ গৈয়ে শেহতীয়াকৈ প্ৰাণ গল ৪গৰাকীকৈ লোকৰ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, এখন গাড়ীত ৪গৰাকী বন্ধুয়ে মদৰ ৰাগীত মাতাল হৈ গাড়ী চলি থাকোতেই Jamal Kudu গানটোত বনাইছিল ৰীলছ। ৰীলছত মচগুল হৈ গাড়ীৰ চালকগৰাকীয়ে পথৰ কাষেৰে গৈ থকা এগৰাকী বৃদ্ধা আৰু এটি কণমাণিক মহতিয়াই লৈ যায়। প্ৰচণ্ড গতিত থকা গাড়ীখনে এজোপা গছত খুন্দা মাৰিগৈ।

এই দুৰ্ঘটনাত বৃদ্ধা আৰু কণমাণিজনী থিতাতে মৃত্যু হোৱাৰ লগতে হস্পাতালত মৃত্যু হয় গাড়ীখনত থকা দুগৰাকীকৈ যুৱক। ৰাজস্থানত জেছলমাৰত সংঘটিত হোৱা এই ঘটনাটো শুকুৰবাৰে নিশা প্ৰায় ৮.৩-বজাত সংঘটিত হোৱা বুলি আৰক্ষীয়ে সদৰি কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, মদৰ নিচাত মাতাল হৈ থকা যুৱককেইগৰাকীক আৰক্ষীয়ে চেকিং পোষ্টত বাধা দিছিল যদিও প্ৰচণ্ড গতিৰে আৰক্ষীৰ চকুত ধূলি দি আহিছিল গাড়ীখন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
Next Post
ভাৰতৰ ‘সূৰ্য যাত্ৰা’ সফল…

ভাৰতৰ 'সূৰ্য যাত্ৰা' সফল...

ফুৰিবলৈ ওলাইছিলঃ বিমান দুৰ্ঘটনাত দুই কন্যাৰ সৈতে হলিউদৰ জনপ্ৰিয় অভিনেতাৰ বিয়োগ…

ফুৰিবলৈ ওলাইছিলঃ বিমান দুৰ্ঘটনাত দুই কন্যাৰ সৈতে হলিউদৰ জনপ্ৰিয় অভিনেতাৰ বিয়োগ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.