• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুয়োখন হাত নাইঃ ভৰিয়েই অৰ্জুনৰ দৰে লক্ষ্য ভেদা শীতলা দেৱীলৈ ‘অৰ্জুন’…

দুয়োখন হাত নাইঃ ভৰিয়েই অৰ্জুনৰ দৰে লক্ষ্য ভেদা শীতলা দেৱীলৈ ‘অৰ্জুন’…

3 years ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

46 minutes ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

2 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

2 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

3 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

4 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

5 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

5 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

6 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

6 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

7 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

7 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

দুয়োখন হাত নাইঃ ভৰিয়েই অৰ্জুনৰ দৰে লক্ষ্য ভেদা শীতলা দেৱীলৈ ‘অৰ্জুন’…

ক্ষ্য যদি স্থিৰ হয়, আত্মবিশ্বাস যদি দৃঢ় হয়, তেন্তে কোনেও আপোনাৰ লক্ষ্যপ্ৰাপ্তিত বাধা দিব নোৱাৰে

editor by editor
January 9, 2024
in Uncategorized
0
দুয়োখন হাত নাইঃ ভৰিয়েই অৰ্জুনৰ দৰে লক্ষ্য ভেদা শীতলা দেৱীলৈ ‘অৰ্জুন’…
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ লক্ষ্য যদি স্থিৰ হয়, আত্মবিশ্বাস যদি দৃঢ় হয়, তেন্তে কোনেও আপোনাৰ লক্ষ্যপ্ৰাপ্তিত বাধা দিব নোৱাৰে। তাৰেই জলন্ত উদাহৰণ শীতলা দেৱী। দুয়োখন হাত নথকাৰ স্বত্ত্বেও শীতলা দেৱীৰ সাহস, ধৈৰ্যক সমগ্ৰ বিশ্বই শলাগিছে। হাত নাথাকিলেও ভৰিয়েই আৰ্চাৰীৰ দৰে জটিল প্ৰতিযোগিতাত শীতলা দেৱীয়ে বিশ্বত উজ্বলাইছে দেশৰ নাম। শীতলা দেৱীৰ এই সাহসক সন্মান প্ৰদৰ্শন কৰিয়েই শেহতীয়াকৈ এই অদম্য খেলুৱৈগৰাকীক প্ৰদান কৰা হল অৰ্জুন বটাঁ। মঙলবাৰে ৰাষ্ট্ৰপতিয়ে শীতলা দেৱীক প্ৰদান কৰে অৰ্জুন বটাঁ।

জন্মু-কাশ্মীৰত জন্মগ্ৰহণ কৰা শীতলা দেৱীয়ে ২০২৩ৰ পেৰা এচিয়ান গেমছত আৰ্চাৰীত ভাৰতলৈ আজুৰি আনিছিল ৩টাকৈ সোণৰ পদক। শাৰিৰিক বাধাগ্ৰস্থতাক নেওচি শীতলা দেৱীক সেই সময়ত নৰেন্দ্ৰ মোডীয়ে ব্যক্তিগতভাৱে লগ ধৰি উতসাহ প্ৰদান কৰিছিল। মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনতো শীতলা দেৱীক অৰ্জুন বটাঁ প্ৰদান কৰা মূৰ্হুতত চাৰিওফালে হাত চাপৰিৰ শব্দ শুনা গল।

অৰ্জুন বটাঁ লাভ কৰাৰ পাছতে শীতলা দেৱীক অভিনন্দন জনালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও। সামাজিক মাধ্যমত তেওঁ অভিনন্দন জ্ঞাপন দি লিখিছে– I am extremely inspired by the journey of Sheetal Devi. Her accomplishment is a testament that resolute will power is the strongest force in the planet. Many Congratulations as she is bestowed with Arjuna Award.

এই লিংকত ক্লিক কৰি চাওক VIDEO-

https://fb.watch/ps_RCb37bM/

উল্লেখ কৰা প্ৰয়োজন যে, শীতলা দেৱীৰ জন্ম হৈছিল জন্মু-কাশ্মীৰৰ কিশৱাড় জিলাৰ লাইধাৰ গাঁৱত। শীতলাৰ পিতৃ এগৰাকী খেতিয়ক। সৰুৰে পৰাই শাৰিৰিকভাৱে অতিকৈ কমজোৰ শীতলা দেৱীৰ শাৰিৰিক বিকাশ বয়সৰ সৈতে হোৱা নাছিল। শাৰিৰিক এই বাধাগ্ৰস্থতাৰ নেওচিও অদম্য সাহসৰ বাবেই আজি কোটি কোটি জনৰ বাবে সাহসৰ উতস হৈছে শীতলা দেৱী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
প্ৰচণ্ড ঠাণ্ডাৰ পৰা বাচিবলৈ ৰূমত কয়লা জ্বলাই শুইছিলঃ উশাহ ল’ব নোৱাৰি প্ৰাণ গ’ল ৫টি শিশুৰ…

প্ৰচণ্ড ঠাণ্ডাৰ পৰা বাচিবলৈ ৰূমত কয়লা জ্বলাই শুইছিলঃ উশাহ ল’ব নোৱাৰি প্ৰাণ গ’ল ৫টি শিশুৰ…

শলঠেকত বিজেপি! এইবাৰ নিৰ্বাচনত মিটিঙলৈ বিজেপিৰ মানুহ নকঢ়িয়াই বাছ চালকসকলে…

শলঠেকত বিজেপি! এইবাৰ নিৰ্বাচনত মিটিঙলৈ বিজেপিৰ মানুহ নকঢ়িয়াই বাছ চালকসকলে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.