• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুয়োখন হাত নাইঃ ভৰিয়েই অৰ্জুনৰ দৰে লক্ষ্য ভেদা শীতলা দেৱীলৈ ‘অৰ্জুন’…

দুয়োখন হাত নাইঃ ভৰিয়েই অৰ্জুনৰ দৰে লক্ষ্য ভেদা শীতলা দেৱীলৈ ‘অৰ্জুন’…

3 years ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

1 minute ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

48 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

1 hour ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

3 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

4 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

4 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

5 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

6 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

6 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

7 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

8 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

দুয়োখন হাত নাইঃ ভৰিয়েই অৰ্জুনৰ দৰে লক্ষ্য ভেদা শীতলা দেৱীলৈ ‘অৰ্জুন’…

ক্ষ্য যদি স্থিৰ হয়, আত্মবিশ্বাস যদি দৃঢ় হয়, তেন্তে কোনেও আপোনাৰ লক্ষ্যপ্ৰাপ্তিত বাধা দিব নোৱাৰে

editor by editor
January 9, 2024
in Uncategorized
0
দুয়োখন হাত নাইঃ ভৰিয়েই অৰ্জুনৰ দৰে লক্ষ্য ভেদা শীতলা দেৱীলৈ ‘অৰ্জুন’…
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ লক্ষ্য যদি স্থিৰ হয়, আত্মবিশ্বাস যদি দৃঢ় হয়, তেন্তে কোনেও আপোনাৰ লক্ষ্যপ্ৰাপ্তিত বাধা দিব নোৱাৰে। তাৰেই জলন্ত উদাহৰণ শীতলা দেৱী। দুয়োখন হাত নথকাৰ স্বত্ত্বেও শীতলা দেৱীৰ সাহস, ধৈৰ্যক সমগ্ৰ বিশ্বই শলাগিছে। হাত নাথাকিলেও ভৰিয়েই আৰ্চাৰীৰ দৰে জটিল প্ৰতিযোগিতাত শীতলা দেৱীয়ে বিশ্বত উজ্বলাইছে দেশৰ নাম। শীতলা দেৱীৰ এই সাহসক সন্মান প্ৰদৰ্শন কৰিয়েই শেহতীয়াকৈ এই অদম্য খেলুৱৈগৰাকীক প্ৰদান কৰা হল অৰ্জুন বটাঁ। মঙলবাৰে ৰাষ্ট্ৰপতিয়ে শীতলা দেৱীক প্ৰদান কৰে অৰ্জুন বটাঁ।

জন্মু-কাশ্মীৰত জন্মগ্ৰহণ কৰা শীতলা দেৱীয়ে ২০২৩ৰ পেৰা এচিয়ান গেমছত আৰ্চাৰীত ভাৰতলৈ আজুৰি আনিছিল ৩টাকৈ সোণৰ পদক। শাৰিৰিক বাধাগ্ৰস্থতাক নেওচি শীতলা দেৱীক সেই সময়ত নৰেন্দ্ৰ মোডীয়ে ব্যক্তিগতভাৱে লগ ধৰি উতসাহ প্ৰদান কৰিছিল। মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনতো শীতলা দেৱীক অৰ্জুন বটাঁ প্ৰদান কৰা মূৰ্হুতত চাৰিওফালে হাত চাপৰিৰ শব্দ শুনা গল।

অৰ্জুন বটাঁ লাভ কৰাৰ পাছতে শীতলা দেৱীক অভিনন্দন জনালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও। সামাজিক মাধ্যমত তেওঁ অভিনন্দন জ্ঞাপন দি লিখিছে– I am extremely inspired by the journey of Sheetal Devi. Her accomplishment is a testament that resolute will power is the strongest force in the planet. Many Congratulations as she is bestowed with Arjuna Award.

এই লিংকত ক্লিক কৰি চাওক VIDEO-

https://fb.watch/ps_RCb37bM/

উল্লেখ কৰা প্ৰয়োজন যে, শীতলা দেৱীৰ জন্ম হৈছিল জন্মু-কাশ্মীৰৰ কিশৱাড় জিলাৰ লাইধাৰ গাঁৱত। শীতলাৰ পিতৃ এগৰাকী খেতিয়ক। সৰুৰে পৰাই শাৰিৰিকভাৱে অতিকৈ কমজোৰ শীতলা দেৱীৰ শাৰিৰিক বিকাশ বয়সৰ সৈতে হোৱা নাছিল। শাৰিৰিক এই বাধাগ্ৰস্থতাৰ নেওচিও অদম্য সাহসৰ বাবেই আজি কোটি কোটি জনৰ বাবে সাহসৰ উতস হৈছে শীতলা দেৱী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
Next Post
প্ৰচণ্ড ঠাণ্ডাৰ পৰা বাচিবলৈ ৰূমত কয়লা জ্বলাই শুইছিলঃ উশাহ ল’ব নোৱাৰি প্ৰাণ গ’ল ৫টি শিশুৰ…

প্ৰচণ্ড ঠাণ্ডাৰ পৰা বাচিবলৈ ৰূমত কয়লা জ্বলাই শুইছিলঃ উশাহ ল’ব নোৱাৰি প্ৰাণ গ’ল ৫টি শিশুৰ…

শলঠেকত বিজেপি! এইবাৰ নিৰ্বাচনত মিটিঙলৈ বিজেপিৰ মানুহ নকঢ়িয়াই বাছ চালকসকলে…

শলঠেকত বিজেপি! এইবাৰ নিৰ্বাচনত মিটিঙলৈ বিজেপিৰ মানুহ নকঢ়িয়াই বাছ চালকসকলে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.