• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম আমাৰ আৱেগ কিন্তু আমি RSS আৰু BJPয়ে আয়োজন কৰা ইভেণ্টত নাযাওঃ কংগ্ৰেছে স্পষ্টৰূপত প্ৰত্যাখান কৰিলে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ আমন্ত্ৰণ

2 years ago
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

16 minutes ago
মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

2 hours ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

3 hours ago
২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

4 hours ago
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

5 hours ago
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

6 hours ago
‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

7 hours ago
চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

8 hours ago
LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাম আমাৰ আৱেগ কিন্তু আমি RSS আৰু BJPয়ে আয়োজন কৰা ইভেণ্টত নাযাওঃ কংগ্ৰেছে স্পষ্টৰূপত প্ৰত্যাখান কৰিলে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ আমন্ত্ৰণ

editor by editor
January 10, 2024
in ভাৰত, ৰাজনীতি
0
ৰাম আমাৰ আৱেগ কিন্তু আমি RSS আৰু BJPয়ে আয়োজন কৰা ইভেণ্টত নাযাওঃ কংগ্ৰেছে স্পষ্টৰূপত প্ৰত্যাখান কৰিলে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ আমন্ত্ৰণ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অৱশেষত ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ আমন্ত্ৰণ ৰক্ষা নকৰাৰ সিদ্ধান্ত ল’লে কংগ্ৰেছে। বুধবাৰে কংগ্ৰেছৰ হাইকমাণ্ডৰ পক্ষৰ পৰা স্পষ্ট কৰি দিয়া হৈছে এই কথা। অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত ২২ জানুৱাৰীত উপস্থিত নাথাকে কংগ্ৰেছৰ কোনো এজন নেতা। কংগ্ৰেছৰ পক্ষৰ পৰা লিখিতৰূপত দিয়া হৈছে যে, ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান কেৱল RSS আৰু BJPৰ হে ইভেণ্ট। এই অনুষ্ঠানত সেয়ে কংগ্ৰেছ দলৰ কোনো নেতা উপস্থিত নাথাকে।

ৰামৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনীয়া গান্ধী, বৰ্তমানৰ সভাপতি মল্লিকাৰ্জূন খাৰ্গে আৰু লোকসভাৰ কংগ্ৰেছ দলপতি অধীৰ ৰঞ্জন চৌধুৰীক আমন্ত্ৰণ জনোৱা হৈছিল। ইয়াৰোপৰি আমন্ত্ৰণ লাভ কৰিছিল প্ৰাক্তন প্রধানমন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেতা মনমোহন সিঙেও। কিন্তু কংগ্ৰেছ শিবিৰৰ পক্ষৰ পৰা জনোৱামতে তেওঁলোকৰ মাজৰ পৰা কোনোৱে ২২ জানুৱাৰীৰ অনুষ্ঠানত উপস্থিত নাথাকে। এই প্ৰসংগত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশেও এক অফিছিয়েল বিবৃতি জাৰি কৰিছে।

বিবৃতিত তেওঁ লিখিছে, ‘ভগৱান ৰামক এই দেশৰ কোটি কোটি মানুহে পূজা কৰে। ধৰ্ম একেবাৰেই ব্যক্তিগত বিষয়। কিন্তু অযোধ্যাৰ এই মন্দিৰ উদ্বোধনৰ অনুষ্ঠানক বিজেপি আৰু RSSয়ে ৰাজনৈতিক ৰং সানিছে। নিৰ্বাচনী ফায়দা উঠাবৰ বাবেই বিজেপিয়ে আধা বনোৱা এই মন্দিৰ উদ্বোধন কৰিবলৈ আগবাঢ়িছে। আমি ২০১৯ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায় মানি লৌছো আৰু দেশৰ সকলো ৰাম ভক্তক আমিও শ্ৰদ্ধা কৰো। তেওঁলোকৰ ভাৱাবেগকো শ্ৰদ্ধা কৰো। কিন্তু এই উদ্বোধনী অনুষ্ঠানলৈ আমি নাযাও এটা কাৰণতে। এই উদ্বোধনত দেশৰ জনতাৰ আৱেগৰ তুলনাত বিজেপিৰ পলিটিক্স হে সোমাই আছে। আমাৰ সকলো নেতাই এই আমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ
জীৱনশৈলী

May 16, 2026
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?
জীৱনশৈলী

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

May 16, 2026
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?
জীৱনশৈলী

বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

May 16, 2026
‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে
জীৱনশৈলী

‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

May 16, 2026
Next Post
১০ জানুৱাৰীৰ পৰাই সলনি গুগল পে, ফোন পেৰ নিয়ম! UPI লেনদেন কৰোতে এইকেইটা নিয়ম জনাটো খুবেই জৰুৰী

বহু ৰহস্য! ৰাম বনবাসলৈ গৈ অযোধ্যালৈ পুনৰ উভতি অহা এই সকলোবোৰৰ সাক্ষী সৰযূ নদীৰ জন্মকাহিনী জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন