• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপোনত এইকেইবিধ সামগ্ৰী দেখিছে? নিশাৰ ভিতৰতেই ধনী হ’বলৈ গৈছে আপুনি

সপোনত এইকেইবিধ সামগ্ৰী দেখিছে? নিশাৰ ভিতৰতেই ধনী হ’বলৈ গৈছে আপুনি

2 years ago
চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

27 minutes ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

শীঘ্ৰে পাব সফলতা, মাত্ৰ পালন কৰক চাণক্যৰ শক্তিশালী মন্ত্ৰ!

48 minutes ago
সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

1 hour ago
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

2 hours ago
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

2 hours ago
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

4 hours ago
ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

4 hours ago
ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

5 hours ago
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

6 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

7 hours ago
আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

7 hours ago
কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সপোনত এইকেইবিধ সামগ্ৰী দেখিছে? নিশাৰ ভিতৰতেই ধনী হ’বলৈ গৈছে আপুনি

editor by editor
January 14, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
সপোনত এইকেইবিধ সামগ্ৰী দেখিছে? নিশাৰ ভিতৰতেই ধনী হ’বলৈ গৈছে আপুনি
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ স্বপ্নশাস্ত্ৰ জ্যোতিষশাস্ত্ৰৰ অন্য এক গুৰুত্বপূৰ্ণ শাখা। সপোনত আমি যি দেখো, সেই সমূহেই আমাৰ ভৱিষ্যৎ নিৰ্ধাৰণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। টোপনিত আমি সকলোৱেই সপোন দেখো। সেই সপোনে কিবা নহয় কিবা ইংগিত বহন কৰে। সকলো সপোনেই শুভ হয় তেনে নহয়। অশুভ সংকেতো কঢ়িয়াই আনে সপোনে। এনে বহু সপোন আছে যিসমূহ সাধাৰণভাৱে লোৱাটো অনুচিত। কি কি সপোনে শুভ বাৰ্তা কঢ়িয়াই?

১) স্বপ্নশাস্ত্ৰ অনুসৰি যদি আপুনি সপোনত হাতী দেখে, তেন্তে ই শুভ বাৰ্তা কঢ়িয়াই। সপোনত হাতী দেখাৰ অৰ্থ আপোনাৰ জ্ঞান আৰু বুদ্ধি বৃদ্ধি পাইছে। সপোনত হাতী দেখিলে বুজিব যে আপুনি লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিছে।

২) সপোনত যদি বৰষুণ হোৱা দেখে তেন্তে সেইয়া অত্যন্ত শুভ। সপোনত বৰষুণ দেখিলে বুজিব ভাল কোনো ঘটনা আপোনাৰ জীৱনত ঘটিব। ইয়াৰ অৰ্থ প্ৰচুৰ অৰ্থ আপোনাৰ হাতলৈ আহি আছে। এই সপোন দেখাৰ কেইদিনমান পাছতেই আপুনি সম্পদ লাভ কৰিব। ইয়াৰোপৰি সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব।

৩) জ্যোতিষশাস্ত্ৰমতে সপোনত নদী দেখাটো অত্যন্ত শুভ। নদীৰ বিশুদ্ধ পানী যদি সপোনত দেখিছে তেন্তে আপোনাৰ জীৱনত প্ৰচুৰ উন্নতি হোৱাটো খাটাং। ইয়াৰোপৰি লক্ষ্মীৰ কৃপাত আপোনাৰ হাতলৈ প্ৰচুৰ খ্যাতি আৰু অৰ্থ আহিব।

৪) সপোনত দেৱ দেৱী দেখা পোৱাটোও অত্যন্ত শুভ। আপুনি যদি সপোনৰ নিজৰ আৰাধ্য দেৱতাক দেখিছে তেন্তে বুজিব যে ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে। সপোনত নিজৰ গুৰুক দেখা পোৱাটোও শুভ। ইয়াৰ ফলত আপোনাৰ জীৱনৰ পৰা যাৱতীয় নিগেটিভিটি দূৰ হ’ব। যিয়ে এই সপোন দেখে তেওঁৰ সমাজত মান সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব।

৫) সপোনত শিৱলিংগৰ দৰ্শন পোৱাটো অত্যন্ত শুভ বুলি কোৱা হয়। যিসকলৰ ব্যক্তিয়ে সপোনত শিৱলিংগৰ দৰ্শন পায় তেওঁৰ জীৱনত সকলো সংকট দূৰ হয়। সপোনত শিৱলিংগ বা মহাদেৱৰ দৰ্শণ পালে বুজিব যে আপোনাৰ জীৱনলৈ সাফল্য আহি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest News Portal in Assamdaily horoscope for today in assamese
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!
জীৱনশৈলী

চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

April 20, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

শীঘ্ৰে পাব সফলতা, মাত্ৰ পালন কৰক চাণক্যৰ শক্তিশালী মন্ত্ৰ!

April 20, 2026
সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!
বাণিজ্য

সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

April 20, 2026
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
Next Post
সকলো ঘৰাঘৰি! উৰুকাত উদং গুৱাহাটী…PHOTOS

সকলো ঘৰাঘৰি! উৰুকাত উদং গুৱাহাটী...PHOTOS

চীনে মাৰিছে জেক! ইণ্ডিয়ান আৰ্মীক দুমাহৰ ভিতৰত ঘৰাঘৰি হ’বলৈ নিৰ্দেশ মালদ্বীপৰ…

চীনে মাৰিছে জেক! ইণ্ডিয়ান আৰ্মীক দুমাহৰ ভিতৰত ঘৰাঘৰি হ'বলৈ নিৰ্দেশ মালদ্বীপৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.