• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকলো ঘৰাঘৰি! উৰুকাত উদং গুৱাহাটী…PHOTOS

সকলো ঘৰাঘৰি! উৰুকাত উদং গুৱাহাটী…PHOTOS

3 years ago
কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

57 minutes ago
টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

1 hour ago
চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

2 hours ago
শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

2 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

Gold-Silver Price : উৎসৱৰ বতৰত সোণ-ৰূপৰ মূল্যই দেখাইছে যাদু, মূল্য জানি লওক

2 hours ago
পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

3 hours ago
দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

6 hours ago
ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

7 hours ago
উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

7 hours ago
৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

8 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

ভাগ্যই দেখুৱাব যাদু! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

9 hours ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সকলো ঘৰাঘৰি! উৰুকাত উদং গুৱাহাটী…PHOTOS

 বিহু বুলিলেই আপোন ঘৰখনলৈ কাৰনো মনত নপৰে

editor by editor
January 14, 2024
in অসম
0
সকলো ঘৰাঘৰি! উৰুকাত উদং গুৱাহাটী…PHOTOS
0
SHARES
346
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ বিহু বুলিলেই আপোন ঘৰখনলৈ কাৰনো মনত নপৰে! বিহু বুলিলেই ঘৰৰ সকলোৰে সৈতে এসাজঁ খাবলৈ কাৰনো মন নাযায়! তাতে ভোগালী বিহুত সকলোৰে সৈতে আনন্দ-স্ফূৰ্তি কৰাৰ মজাই বেলেগ। পৰিৱেশ-পৰিস্থিতিত পৰি বহুজনে  বিহুৰ এনে আনন্দৰ পৰা বঞ্চিত হ’বলগীয়া হয়। কিন্তু তাৰমাজতেই বিহুবলীয়া অসমীয়াই বিহুত উৰা মাৰে ঘৰলৈ বুলি।

ভোগালীৰ উৰুকাত প্ৰতিবাৰৰ দৰে এইবাৰো খালী হৈ পৰিল গুৱাহাটী। সদাব্যস্ত গুৱাহাটীৰ প্ৰতিটো ৰাজপথ আজি উদং। নাই কোনো ব্যস্ততা, নাই গাড়ী-মটৰৰ হাল্লা। এয়া গুৱাহাটীৰ চানমাৰীৰ দৃশ্য। গাড়ী-মটৰৰে ভৰি থকা চানমাৰীৰ ৰাস্তা আজি তেনেই উদং-

কেৱল চানমাৰীয়েই নহয়! প্ৰতিদিনেই ট্ৰেফিক জামত হাৰাশাস্তি খোৱা জি এছ ৰোডো আজি তেনেই খালী।  ট্ৰেফিক জামত গাড়ী চলাব নোৱাৰা জি এছ ৰোডত আজি ফিৰফিৰাই সকলোৱে চলাইছে বাহন।

 

ছয়মাইল, খানাপাৰা, গণেশগুৰি, পাণবজাৰ আদি স্থানটো পূৰ্বৰে নাই মানুহৰ ভিৰ। চৰকাৰী-বেচৰকাৰী সকলো কৰ্মচাৰী নিজৰ কাম সামৰি ঘৰাঘৰি হৈছে। ৰাজগড়ৰ সদাব্যস্ত পথটোও আজি অকলশৰীয়া যেন অনুভৱ হৈছে-

এইদৰেই এতিয়া গুৱাহাটীখন ভোগালীৰ উৰুকাৰ দিনটোত একেবাৰে খালী হৈ পৰিছে। বিভিন্ন উতসৱ -পাৰ্বনত ভিৰ হৈ থকা গুৱাহাটীখন বিহুৰ বতৰত পৰম আশাৰে সকলো উভটিছে ঘৰলৈ…

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ
অসম

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

October 25, 2026
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ
অসম

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

October 25, 2026
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম
অপৰাধ

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

October 25, 2026
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী
অসম

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

October 24, 2026
Next Post
চীনে মাৰিছে জেক! ইণ্ডিয়ান আৰ্মীক দুমাহৰ ভিতৰত ঘৰাঘৰি হ’বলৈ নিৰ্দেশ মালদ্বীপৰ…

চীনে মাৰিছে জেক! ইণ্ডিয়ান আৰ্মীক দুমাহৰ ভিতৰত ঘৰাঘৰি হ'বলৈ নিৰ্দেশ মালদ্বীপৰ...

তিল অবিহনে অসম্পূৰ্ণ মকৰ সংক্ৰান্তি! মাঘ বিহুত তিল পিঠা কিয় লাগে? এমুঠি তিলেই দূৰ কৰিব আপোনাৰ সকলো কষ্ট

তিল অবিহনে অসম্পূৰ্ণ মকৰ সংক্ৰান্তি! মাঘ বিহুত তিল পিঠা কিয় লাগে? এমুঠি তিলেই দূৰ কৰিব আপোনাৰ সকলো কষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.