• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ৫টকাৰ সামগ্ৰীৰ বাবেই ১০,০০০ টকাৰ জৰিমনা, কি এই ৫টকীয়া সামগ্ৰী?

মাত্ৰ ৫টকাৰ সামগ্ৰীৰ বাবেই ১০,০০০ টকাৰ জৰিমনা, কি এই ৫টকীয়া সামগ্ৰী?

2 years ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

45 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

1 hour ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

3 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

3 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

4 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

6 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

6 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

7 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

8 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

9 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

9 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ৫টকাৰ সামগ্ৰীৰ বাবেই ১০,০০০ টকাৰ জৰিমনা, কি এই ৫টকীয়া সামগ্ৰী?

editor by editor
January 30, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
মাত্ৰ ৫টকাৰ সামগ্ৰীৰ বাবেই ১০,০০০ টকাৰ জৰিমনা, কি এই ৫টকীয়া সামগ্ৰী?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কিছুদিন পূৰ্বে সামাজিক মাধ্যমত এটা খবৰ খুবেই বিয়পি পৰিছিল। সেই খবৰে বহুজনক চিন্তিতও কৰিছিল, বহুজনে আকৌ কৈছিল ধেই এয়া হ’বই নোৱাৰে। কিন্তু উপলুঙা কৰিলেও এই কথা সঁচা। নিউজিলেণ্ডৰ বিমানবন্দৰত এই ঘটনাৰ মুখামুখি হৈছে এগৰাকী ভাৰতীয় মহিলা। তেওঁ নিউজিলেণ্ডলৈ যাত্ৰা কৰোতে লগত লৈ গৈছিল ৫টকাৰ নৰসিংহ পাত। সেই ৫টকাৰ নৰসিংহৰ কাৰণেই মহিলাগৰাকীয়ে ভৰিব লগা হ’ল ১০হাজাৰ টকা।

ভাৰতীয় খাদ্যত সোৱাদৰ বাবে বহুতেই এই নৰসিংহ পাত যুগ যুগ ধৰি ব্যৱহাৰ কৰি আহিছে। বিশেষকৈ দক্ষিণ ভাৰতীয় মানুহে যিকোনো খাদ্য ৰান্ধোতে এই পাত ব্যৱহাৰ কৰে। স্বাস্থ্যৰ বাবেও এই পাত খুবেই উপকাৰী। ভাৰতীয় এই খাদ্যৰ বিষয়ে হয়তো নিউজিলেণ্ডবাসী অৱগত নহয়। সেয়ে এইবাৰ নৰসিংহ পাতকেই গাঞ্জা বুলি ভাৱি জৰিমনা বিহা হ’ল ভাৰতীয় মহিলাগৰাকীক।

নৰসিংহ পাতৰ বাবেই মহিলাগৰাকীক এৰেষ্টো কৰে নিউজিলেণ্ড আৰক্ষীয়ে। তাৰপিছতেই মহিলাগৰাকীৰ যাৱতীয় সকলো তথ্য পৰীক্ষাও কৰে। ভাৰতৰ পৰা নিয়া সকলো কাগজপত্ৰ পৰীক্ষা কৰাৰ অন্তত মহিলাগৰাকীক ২০০ নিউজিলেণ্ড ডলাৰ জৰিমনা বিহা হয়। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান ১০হাজাৰ টকা। নিৰুপায় মহিলাগৰাকীয়ে বাধ্য হৈ জৰিমনাৰ ধৰো পৰিশোধ কৰে।

নিউজিলেণ্ড ভ্ৰমণলৈ গ’লে লগত এইকেইবিধ সামগ্ৰী নিনিবই

কোনোৱে যদি ভাৰতৰ পৰা নিউজিলেণ্ড ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে নিজৰ খোৱা সামগ্ৰী লগত নিব পাৰে। নিব পৰা খাদ্যসামগ্ৰীৰ ভিতৰত আছে কণী, সামুদ্ৰিক খাদ্য, আঁচাৰ, চাউল, গাখীৰ, চেনী, শুকান ফল, জলকীয়া, তুলসী পাত, চিৰা, জিৰা মছালা, ফলমূল আদি। যদি আপুনি ভাৰতৰ পৰা নিউজিলেণ্ডলৈ কিছু উদ্ভিদজাত সামগ্ৰী লৈ যাব বিচাৰে তেন্তে সেই উদ্ভিদৰ যাৱতীয় তথ্য আপুনি বিমানবন্দৰত দি যাব লাগিব। নিব পৰা উদ্ভিদজাত সামগ্ৰীৰ মাজত আছে মন্দিৰত দিয়া ফুলৰ নৈবেদ্য, বাঁহ, নাৰিকল আৰু ভেষধ ঔষধ তৈয়াৰৰ সামগ্ৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

July 17, 2026
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

July 17, 2026
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ
বিনোদন

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

July 17, 2026
Next Post
৯দিনত কোটিপতি ৰামলালা! ৰাম মন্দিৰত মুঠ কিমান অনুদান জমা হৈছে?

৯দিনত কোটিপতি ৰামলালা! ৰাম মন্দিৰত মুঠ কিমান অনুদান জমা হৈছে?

ফেব্ৰুৱাৰীতেই ধনিষ্ঠা নক্ষত্ৰত আহিব সূৰ্য, সুখ-সাফল্যত চমকি উঠিব ৪ৰাশিৰ ভাগ্য

ফেব্ৰুৱাৰীতেই ধনিষ্ঠা নক্ষত্ৰত আহিব সূৰ্য, সুখ-সাফল্যত চমকি উঠিব ৪ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.