• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰীৰ প্রথম ১৫দিনত লটাৰী পোৱাৰ যোগ ৩ ৰাশিৰ, অন্য ৰাশিৰ জাতকৰ ভাগ্যত কি আছে?

ফেব্ৰুৱাৰীৰ প্রথম ১৫দিনত লটাৰী পোৱাৰ যোগ ৩ ৰাশিৰ, অন্য ৰাশিৰ জাতকৰ ভাগ্যত কি আছে?

2 years ago
আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

14 minutes ago
মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

39 minutes ago
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

1 hour ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

1 hour ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

2 hours ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

2 hours ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

3 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

4 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

4 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

5 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

5 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ফেব্ৰুৱাৰীৰ প্রথম ১৫দিনত লটাৰী পোৱাৰ যোগ ৩ ৰাশিৰ, অন্য ৰাশিৰ জাতকৰ ভাগ্যত কি আছে?

editor by editor
February 1, 2024
in বিবিধ, ভাৰত, লেখা
0
ফেব্ৰুৱাৰীৰ প্রথম ১৫দিনত লটাৰী পোৱাৰ যোগ ৩ ৰাশিৰ, অন্য ৰাশিৰ জাতকৰ ভাগ্যত কি আছে?
0
SHARES
45.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজিৰে পৰা আৰম্ভ হ’ল ফেব্ৰুৱাৰী মাহ। এই বছৰৰ দ্বিতীয় মাহৰ প্ৰথম ১৫ দিন জ্যোতিষ গণনা অনুসৰি বিশেষ উল্লেখযোগ্য হ’ব। কাৰণ এই ১৫ দিনৰ ভিতৰত একাধিক গ্ৰহই অৱস্থান সলনি কৰিব। ইয়াৰোপৰি ফেব্ৰুৱাৰী মাহৰ প্ৰথম ১৫ দিনত কেইবাটাও শুভ যোগ গঠিত হ’ব। মাহৰ আৰম্ভণিতেই অৰ্থাৎ ১ ফেব্ৰুৱাৰীতেই মকৰ ৰাশিত গোচৰ কৰিছে বুধে। নিজৰ নক্ষত্ৰ পৰিবৰ্তন কৰি উত্তৰাষাড়াত প্ৰৱেশ কৰিছে মঙ্গলে। ইয়াৰপাছতেই ১১ ফেব্ৰুৱাৰীত কুম্ভ ৰাশিত অস্ত যাব শনি। ইয়াৰ পাছতেই ১২ ফেব্ৰুৱাৰীত মকৰ ৰাশিৰ প্ৰৱেশ কৰিব শুক্ৰই। তাৰ ঠিক পাছতেই অৰ্থাৎ ১৩ ফেব্ৰুৱাৰীত কুম্ভ ৰাশিত প্ৰৱেশ কৰি সূৰ্যই। অৰ্থাৎ দেখা গৈছে যে ফেব্ৰুৱাৰী মাহৰ প্ৰথম ১৫ দিনৰ ভিতৰত বেছিভাগ গোচৰেই সম্পূৰ্ণ হ’ব। ইয়াৰ ফলত এই মাহৰ প্ৰথম দুসপ্তাহ কোন কোন ৰাশিৰ জাতকৰ দিন কেনে যাব?

মেষ আৰু বৃষ ৰাশি
চৰকাৰী প্ৰকল্পৰ পৰা মাহৰ প্ৰথম ১৫দিনৰ ভিতৰত লাভৱান হ’ব মেষ ৰাশিৰ জাতক। এই সময়ত আপোনাৰ বুদ্ধিৰ বিকাশ ঘটিব। ভাগ্য আপোনাৰ প্ৰতি সুপ্ৰসন্ন হ’ব। অৱশ্যে হঠাৎ খৰচ বাঢ়ি যাব পাৰে।
ফেব্ৰুৱাৰী মাহৰ প্ৰথম ১৫ দিনৰ ভিতৰত সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। হঠাৎ অৰ্থলাভ হ’ব পাৰে। কোনো কামৰ বাবে কাৰোবাৰ সৈতে মনোমালিন্য হ’ব পাৰে।

মিথুন আৰু কৰ্কট
এই মাহৰ প্ৰথম ১৫ দিনত খং বাঢ়িব মিথুন ৰাশিৰ জাতকৰ। উপাৰ্জন বৃদ্ধি পাব। সন্তানৰ দিশৰ পৰা কোনো ভাল খবৰ পাব পাৰে। বুকুত সংক্ৰমণৰ আশংকা। কৰ্কট ৰাশিৰ জাতকে মাহৰ প্ৰথম ১৫দিনৰ ভিতৰত গাড়ী ক্ৰয় কৰিব পাৰে। প্ৰতিযোগিতাত সফলতা আহিব। ত্বকত এলাৰ্জিৰ সমস্যা হ’ব পাৰে।

সিংহ আৰু কন্যা ৰাশি
ফেব্ৰুৱাৰী মাহৰ প্ৰথম ১৫ দিনৰ ভিতৰত পেট আৰু ভৰিৰ বিষ হ’ব পাৰে। মনত ভয় বৃদ্ধি পাব। উপাৰ্জন বাঢ়িব। শত্ৰুক পৰাস্ত কৰিব পাৰিব। মাহৰ প্ৰথম ১৫ দিনত অৰ্থ সংক্ৰান্তিয় সাফল্য লাভ কৰিব পাৰে কন্যা ৰাশিৰ জাতকে। মনত চিন্তা বাঢ়িব। প্ৰতিযোগীতাত জয়ী হ’ব।

তুলা আৰু বৃশ্চিক ৰাশি
মাহৰ প্রথম ১৫ দিনৰ মাজত নিজৰ বুদ্ধিৰ পৰিচয় দিব পাৰে তুলা ৰাশিৰ জাতকে। নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব। দাম্পত্য জীৱনত সুখ বাঢ়িব। বৃশ্চিক ৰাশিৰ জাতকৰ ফেব্ৰুৱাৰীৰ প্ৰথম ১৫ দিনৰ ভিৰতৰ নিজৰ সাহসৰ পৰিচয় দিব। শিক্ষাগত ক্ষেত্ৰত বাধাৰ মুখত পৰিব পাৰিব।

ধনু আৰু মকৰ ৰাশি
ফেব্ৰুৱাৰী মাহৰ প্ৰথম ১৫দিনৰ ভিতৰত আৰ্থিক লাভৰ যোগ আছে ধনু ৰাশিৰ জাতকৰ। এই সময়ত আপোনাৰ শিল্প প্ৰতিভা বিকশিত হ’ব? সৌভাগ্য লাভৰ পথত বাধা আছে। পাৰিবাৰিক নানান কামত মাহৰ প্ৰথম ১৫দিনত ব্যস্ততা বাঢ়িব মকৰ ৰাশিৰ জাতকে। প্ৰেমৰ সম্পৰ্কত সমস্যাই দেখা দিব। মানসিক সুখ নাথাকিব।

কুম্ভ আৰু মীন ৰাশি
মাহৰ প্রথম ১৫ দিনৰ ভিতৰত নীতি আৰু আদৰ্শবোধ বৃদ্ধি পাব কুম্ভ ৰাশিৰ জাতকৰ। আপোনাৰ কথাত এই সময়ত সকলো মুগ্ধ হ’ব। আৰ্থিকভাৱে লাভৱান হ’ব। কুম্ভ ৰাশিৰ জাতকে ফেব্ৰুৱাৰী মাহৰ প্ৰথম ১৫ দিনৰ ভিতৰত অতিৰিক্ত খঙাল হৈ পৰিব। ঘৰত অশান্তিৰ পৰিবেশে দেখা দিব পাৰে। দূৰ ভ্ৰমণৰো যোগ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?
জীৱনশৈলী

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

April 7, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে
জীৱনশৈলী

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

April 7, 2026
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন
জীৱনশৈলী

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

April 7, 2026
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

April 7, 2026
Next Post
ভাৰতত হঠাৎ বন্ধ টয়টা ইনোভা ফৰ্চুনাৰৰ ডেলিভাৰি! হতাশ ক্ৰেতা, কিন্তু কিয় বন্ধ কৰা হৈছে টয়টাৰ বাহনৰ বিক্ৰি?

ভাৰতত হঠাৎ বন্ধ টয়টা ইনোভা ফৰ্চুনাৰৰ ডেলিভাৰি! হতাশ ক্ৰেতা, কিন্তু কিয় বন্ধ কৰা হৈছে টয়টাৰ বাহনৰ বিক্ৰি?

৭লাখলৈকে দিব নালাগে এটকাও আয়কৰ, ২কোটি লোকে পাব পকী ঘৰ, নিৰ্মলাৰ বাজেটে সচ্ছল কৰিবনে মধ্যবিত্তক?

৭লাখলৈকে দিব নালাগে এটকাও আয়কৰ, ২কোটি লোকে পাব পকী ঘৰ, নিৰ্মলাৰ বাজেটে সচ্ছল কৰিবনে মধ্যবিত্তক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.