• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুচকুলৈ চালেই প্ৰশান্তিৰ চাপ! ৰামলালাৰ মায়াবী নয়নৰ ৰহস্য জনালে শিল্পী অৰুণ যোগীৰাজে

দুচকুলৈ চালেই প্ৰশান্তিৰ চাপ! ৰামলালাৰ মায়াবী নয়নৰ ৰহস্য জনালে শিল্পী অৰুণ যোগীৰাজে

2 years ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

1 minute ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

29 minutes ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

1 hour ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

2 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

4 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

5 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

5 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

6 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

6 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

18 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

18 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দুচকুলৈ চালেই প্ৰশান্তিৰ চাপ! ৰামলালাৰ মায়াবী নয়নৰ ৰহস্য জনালে শিল্পী অৰুণ যোগীৰাজে

editor by editor
February 11, 2024
in বিবিধ, ভাৰত
0
দুচকুলৈ চালেই প্ৰশান্তিৰ চাপ! ৰামলালাৰ মায়াবী নয়নৰ ৰহস্য জনালে শিল্পী অৰুণ যোগীৰাজে
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২২ জানুৱাৰীত অতি জাকজমকতাৰে ৰাম মন্দিৰ উদ্বোধন কৰা হৈছে। সেই দিনটোতেই ৰামলালাৰ বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে। সেই বিশেষ বিগ্ৰহ দৰ্শনৰ বাবে প্ৰতিদিনেই লাখ লাখ ভক্তই ভিৰ কৰিছে অযোধ্যাৰ ৰাম মন্দিৰত। কেইটামান ছেকেণ্ডৰ বাবে হ’লেও ৰামলালাৰ সেই বিশেষ বিগ্ৰহ চাবৰ বাবে ভক্তই ভিৰ কৰিছে অযোধ্যাৰ ৰাম মন্দিৰত।

ৰাম মন্দিৰৰ মূল আকৰ্ষণেই হৈছে ৰামলালাৰ বিশেষ বিগ্ৰহ। এই বিগ্ৰহ তৈয়াৰৰ নেপথ্যত আছে ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজৰ অৱদান। কৃষ্ণ শিলাৰে গঠিত ৰামলালাৰ বিগ্ৰহ তৈয়াৰৰ নেপথ্যত আছে বিশিষ্ট ভাস্কৰ অৰুণ যোগীৰাজৰ কৃতিত্ব। প্ৰথমবাৰ যেতিয়া ৰামলালাৰ মূৰ্তি সকলোৰে বাবে মুকলি কৰি দিয়া হৈছে তেতিয়াৰে পৰাই সকলোৰে দৃষ্টি ৰামলালাৰ নয়নাভিৰাম চকুযুৰি। ওঁঠত মিহি হাঁহি, দুচকুত প্ৰশান্তিৰ চাপ। দুচকুলৈ চালেই মন ভৰি উঠে। কেনেতৈ এই বিগ্ৰহ ইমান নিখুঁতভাৱে নিৰ্মাণ কৰিলে শিল্পী অৰুণ যোগীৰাজে? বহুতেই যোগীৰাজক সেই প্ৰশ্ন কৰি আহিছিল। অৱশেষত যোগীৰাজে সকলোবোৰ চিক্ৰেট নিজেই ফাঁচ কৰিছে।

ৰামলালাৰ মূৰ্তি নিৰ্মাণত কোনো সাধাৰণ উপকৰণ ব্যৱহাৰ কৰা নাই অৰুণ যোগীৰাজে। বিগ্ৰহৰ চকু খোদাই কৰিবলৈ তেওঁ ব্যৱহাৰ কৰিছিল ৰূপৰ হাতুৰি আৰু সোনৰ ছেনি। সেই হাতুৰি আৰু ছেনিৰ ছবিও সামাজিক মাধ্যমত প’ষ্ট কৰিছে অৰুণ যোগীৰাজে। ৰামলালাৰ চকু খোদাই কৰা কামটো এক শুভ সময়ত আৰম্ভ কৰিছিল অৰুণে। ইয়াৰোপৰি মূৰ্তি নিৰ্মানৰ কাম আৰম্ভ কৰাৰ পূৰ্বে প্ৰতিদিনেই তেওঁ সৰযূ নদীত গা ধুই আহি হনুমান পূজা কৰি লৈছিল।

ৰামলালা এখন বিশেষ বেদীৰ ওপৰত থিয় হৈ আছে। তেওঁৰ মুখত আছে মিহি হাঁহি। কপালত আচে তিলক আৰু হাতত তীৰ, ধনু। বিগ্ৰহটো ৫১ ইঞ্চি দীঘল আৰু ৩ফুট বহল। প্ৰায় ২০০ কিঃগ্ৰাঃ ওজন এই মূৰ্তিৰ। ভগৱান ৰামৰ এই মূৰ্তি তেওঁৰ পাঁচ বছৰ বয়স কল্পনা কৰি নিৰ্মাণ কৰা হৈছে। মূৰ্তিৰ চাৰিওকাষে আছে বিষ্ণুৰ দশাৱতাৰ, মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন, পৰশুৰাম, ৰাম, কৃষ্ণ, বুদ্ধ আৰু কল্কি। মূৰ্তিৰ এফালে আছে হনুমান আৰু গৰুড়। মূৰ্তিৰ যি মুকুট আছে তাত অংকন কৰা আছে সূৰ্য, শংখ, স্বাস্তিক, চক্ৰ আৰু গদা।

ৰামলালাৰ এই বিগ্ৰহটো নিৰ্মাণ কৰা হৈছে কৃষ্ণশিলাৰে। ৰাম মন্দিৰ কৰ্তৃপক্ষই তিনিটা মূৰ্তি তৈয়াৰ কৰিবলৈ তিনিজন শিল্পীক দায়িত্ব দিছিল। যোগীৰাজে নিৰ্মাণ কৰি উলিওৱা মূৰ্তিটোহে শেষ পৰ্যন্ত চূড়ান্ত বুলি গৃহীত কৰে। এই মূৰ্তি নিৰ্মাণৰ বাবে প্ৰথমে নেপালৰ পা শিল অহা হৈছিল যদিও সেই শিল কামত নাহিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত
জীৱনশৈলী

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

March 16, 2026
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
Next Post
চিনি থওক দেশৰ শেষৰ খন গাওঁ! ইয়াতেই জন্ম নেকি দেৱী সৰস্বতীৰ?

চিনি থওক দেশৰ শেষৰ খন গাওঁ! ইয়াতেই জন্ম নেকি দেৱী সৰস্বতীৰ?

প্ৰথম বিবাহত গাৰ্হস্থ্য হিংসা, তাৰপাছতেই দ্বিতীয় বিবাহ, দ্বিতীয় বিবাহৰ এবছৰ নৌহওতেই আকৌ বিচ্ছেদ! কি হৈছে অভিনেত্ৰী দলজিৎ কৌৰৰ বিবাহিত জীৱনত?

প্ৰথম বিবাহত গাৰ্হস্থ্য হিংসা, তাৰপাছতেই দ্বিতীয় বিবাহ, দ্বিতীয় বিবাহৰ এবছৰ নৌহওতেই আকৌ বিচ্ছেদ! কি হৈছে অভিনেত্ৰী দলজিৎ কৌৰৰ বিবাহিত জীৱনত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.