• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথম বিবাহত গাৰ্হস্থ্য হিংসা, তাৰপাছতেই দ্বিতীয় বিবাহ, দ্বিতীয় বিবাহৰ এবছৰ নৌহওতেই আকৌ বিচ্ছেদ! কি হৈছে অভিনেত্ৰী দলজিৎ কৌৰৰ বিবাহিত জীৱনত?

2 years ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

19 minutes ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

1 hour ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

2 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

20 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

21 hours ago
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

22 hours ago
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

23 hours ago
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰথম বিবাহত গাৰ্হস্থ্য হিংসা, তাৰপাছতেই দ্বিতীয় বিবাহ, দ্বিতীয় বিবাহৰ এবছৰ নৌহওতেই আকৌ বিচ্ছেদ! কি হৈছে অভিনেত্ৰী দলজিৎ কৌৰৰ বিবাহিত জীৱনত?

editor by editor
February 11, 2024
in জীৱনশৈলী, বিনোদন, ভাৰত, লেখা
0
প্ৰথম বিবাহত গাৰ্হস্থ্য হিংসা, তাৰপাছতেই দ্বিতীয় বিবাহ, দ্বিতীয় বিবাহৰ এবছৰ নৌহওতেই আকৌ বিচ্ছেদ! কি হৈছে অভিনেত্ৰী দলজিৎ কৌৰৰ বিবাহিত জীৱনত?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দী চিৰিয়েলৰ তেওঁ জনপ্ৰিয় মুখ। ‘ইছ প্যাৰ কৌ ক্যা নাম দুঁ’ সহ একাধিক চিৰিয়েলত অভিনয় কৰিছে দলজিৎ কৌৰে। তেওঁৰ প্ৰথমা বিবাহ হৈছিল ২০০৯চনত। ‘বিগ বছ’ৰ প্ৰাক্তন প্ৰতিযোগী অভিনেতা শালিন ভনোটৰ সৈতে। ২০১৫ চনত তেওঁলোকৰ বিচ্ছেদ হয়। প্ৰথমা বিবাহত দলজিতৰ আছে এটি লৰা সন্তান জেডেন। সেই সময়ত ছালিনৰ ওপৰত গাৰ্হস্থ্য হিংসাৰ অভিযোগ আনে দলজিতে।

প্ৰথম বিবাহত ছন্দপতন ঘটাৰ পাছতেই আকৌ এবাৰ বিবাহত বহে দলজিৎ। কিন্তু দ্বিতীয় বিবাহো সুখৰ নহ’ল দলজিতৰ। দ্বিতীয় বিবাহৰ প্ৰথম বিবাহবাৰ্ষিকীৰ পূৰ্বেই আহিছে দ্বিতীয় বিবাহ ভঙাৰ খবৰ। বিগত বৰ্ষত বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতেই স্বামী নিখিলৰ সৈতে সন্তান জেডনক লৈ দলজিতে মুম্বাই এৰি কেনিয়ালৈ গুচি গৈছিল দলজিৎ। কিন্তু এবছৰ নৌহওঁতেই তেওঁলোকৰ সংসাৰত ফাঁট মেলিছে। কেনিয়াৰ পৰা বিবাহৰ পাছতেই সুখী সুখী লগা ফটো শ্বেয়াৰ কৰিছিল দলজিতে। বিবাহৰ পাছতেই দলজিতে কৌৰ উপাধি সলনি কৰি পেটেল উপাধিও লিখিছিল।

কিন্তু সম্প্ৰতি দেশলৈ উভতি আহিছে দলজিৎ। নিজৰ সামাজিকমাধ্যমৰ পৃষ্ঠাৰ পৰা আঁতৰাই পেলাইছে পেটেল উপাধিও। মুছি পেলাইছে স্বামী নিখিলৰ সৈতে থকা সমস্ত ছবি। দলজিতৰ সামাজিক মাধ্যমৰ প্ৰফাইল দেখিয়েই বহুতে ধাৰণা কৰিছে যে দলজিতৰ সংসাৰত ভাঙোন আৰম্ভ হৈছে। ঘনিষ্ঠ সূত্ৰৰ খবৰ অনুসৰি বিবাহৰ প্ৰথম কেইটামান মাহ দুয়োৰে ঠিকেই চলিছিল। কিন্তু ক্ৰমশ দলজিতে নিখিলৰ প্ৰকৃত স্বৰূপসমূহ দেখিবলৈ আৰম্ভ কৰে। দুয়োৰে মাজত বুজাপৰাৰ অভাৱ হ’বলৈ ধৰে। মুম্বাইলৈ উভতি অহাৰ পূৰ্বে দলজিৎ আৰু তেওঁৰ স্বামী নিখিলৰ দাম্পত্য জীৱনত অত্যাধিক উঠানমা হ’বলৈ ধৰে। ঘনিষ্ঠ সূত্ৰই জনালেও দলজিৎ নতুবা নিখিল কোনোৱে বিচ্ছেদৰ আনুষ্ঠানিক ঘোষণা কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?
জীৱনশৈলী

January 29, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

January 29, 2026
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ
জীৱনশৈলী

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

January 29, 2026
Next Post
বিধানসভাত বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিলে ৭৭৪.৪৭ কোটিৰ ঘাটি বাজেট, চাকৰি, অৰুণোদয়কে ধৰি কেইবাটাও বিভাগত কোটি কোটিৰ অনুমোদন

কৃষক একলগ! হাৰিয়ানা চৰকাৰে সাজি উলিয়াইছে দুটাকৈ বৃহৎ অস্থায়ী কাৰাগাৰ, দিল্লীত এমাহলৈ জাৰি ১৪৪ধাৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন