• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱাই সংবাদমেল মূখ্যমন্ত্ৰীৰ; সুখবৰ নিবনুৱা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে, আছে বিনামূলীয়া বিজুলীয়ো

পুৱাই সংবাদমেল মূখ্যমন্ত্ৰীৰ; সুখবৰ নিবনুৱা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে, আছে বিনামূলীয়া বিজুলীয়ো

3 years ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

1 hour ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

1 hour ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

2 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

3 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

3 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

5 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

6 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

6 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

7 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

8 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পুৱাই সংবাদমেল মূখ্যমন্ত্ৰীৰ; সুখবৰ নিবনুৱা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে, আছে বিনামূলীয়া বিজুলীয়ো

এতিয়াৰ পৰা সৌৰশক্তিৰ ব্যৱস্থা কৰিলে ৯০ হাজাৰ টকা পৰ্যন্ত লাভ কৰিব জনসাধাৰণে।

editor by editor
March 14, 2024
in অসম, উত্তৰ-পূব
0
পুৱাই সংবাদমেল মূখ্যমন্ত্ৰীৰ; সুখবৰ নিবনুৱা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে, আছে বিনামূলীয়া বিজুলীয়ো
0
SHARES
83
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱাই সংবাদমেল মূখ্যমন্ত্ৰীৰ; সুখবৰ নিবনুৱা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে, আছে বিনামূলীয়া বিজুলীয়ো

আজি ১৪ মাৰ্চ তাৰিখে পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদংমেল যোগে ঘোষণা কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ কথা। এফালে যদি নিবনুৱাৰ বাবে সুখবৰ আনফালে চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ। লগতে আছে বিনামূলীয় বিজুলীৰ বাৰ্তা। যেন পুৱাই ৰঙালী বিহু বুলি সুখবৰ লৈ আনিছে মুখ্যমন্ত্ৰী শৰ্মাই।

জনতা ভৱনত আয়োজিত হোৱা এক সংবাদমেলত বহু কেইটা কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীৰ বাবে লৈ আনিছে সুখবৰ। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমানেই মৰগীয়া বানচ।

চৰকাৰী কৰ্মচাৰীৰ বাবে মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি কৰাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। লগতে ইয়াকো সদৰি কৰে যে, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই লাভ কৰিব এই বৰ্ধিত ধনৰাশি।

আনহাতে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী সকলৰ বাবেও লৈ আনিছে আন এক সুখবৰ। এতিয়াৰ পৰা নিজ নিজ গাঁও তথা পঞ্চায়ততে নিযুক্তি পাব। মুখ্যমন্ত্ৰীয়ে সদৰি কৰা অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়, মধ্য শাখা আৰু উচ্চ মাধ্যমিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এতিয়াৰ পৰা মেধাৰ ভিত্তিত নিজ গাঁৱতে নিযুক্তি লাভ কৰিব।

কেৱল এই দুটাই নহয়, মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে আন এক খবৰো। ৰাজ্যৰ জনসাধাৰণে লাভ কৰিব বিনামূলীয়া বিজুলী।

১ কিলোৱাট পেনেলত ১৫ হাজাৰ টকা ৰেহাই, ২ কিলোৱাটত ৩০ হাজাৰ আৰু ৩ কিলোৱাট পেনেলত ৪৫ হাজাৰ টকালৈকে ৰেহাই লাভ কৰিব পাৰিব বুলি সদৰি সংবাদ মেলখনত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cmGovernment Employeehimanta bishwa sharmapress meetSollar Pannel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড
অসম

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

September 13, 2026
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা
অসম

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

September 13, 2026
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ
অসম

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 12, 2026
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?
বিনোদন

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

September 12, 2026
Next Post
এক ৰহস্যময় হত্যাকাণ্ড আৰু ১ কোটি মোবাইলৰ ডাটা

এক ৰহস্যময় হত্যাকাণ্ড আৰু ১ কোটি মোবাইলৰ ডাটা

১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ'ব সৌভাগ্যৰ দুৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.