• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়া নিদিয়াৰ বাবে চূড়ান্ত সিদ্ধান্ত, নিজকে শেষ কৰি দিব প্ৰেমিক-প্ৰেমিকাই, শেষ মুহুৰ্তৰ ভিডিঅ’ পঠালে ঘৰলৈ

2 years ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

2 minutes ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

41 minutes ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

1 hour ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

2 hours ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

3 hours ago
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

4 hours ago
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

5 hours ago
শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিয়া নিদিয়াৰ বাবে চূড়ান্ত সিদ্ধান্ত, নিজকে শেষ কৰি দিব প্ৰেমিক-প্ৰেমিকাই, শেষ মুহুৰ্তৰ ভিডিঅ’ পঠালে ঘৰলৈ

editor by editor
March 19, 2024
in ভাৰত
0
বিয়া নিদিয়াৰ বাবে চূড়ান্ত সিদ্ধান্ত, নিজকে শেষ কৰি দিব প্ৰেমিক-প্ৰেমিকাই, শেষ মুহুৰ্তৰ ভিডিঅ’ পঠালে ঘৰলৈ
0
SHARES
136
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়া নিদিয়াৰ বাবে চূড়ান্ত সিদ্ধান্ত, নিজকে শেষ কৰি দিব প্ৰেমিক-প্ৰেমিকাই, শেষ মুহুৰ্তৰ ভিডিঅ’ পঠালে ঘৰলৈ

এগৰাকী ২৫ বছৰীয়া যুৱক আৰু এগৰাকী ১৪ বছৰীয়া কিশোৰী, প্ৰেমত মচগুল দুয়ো। বিয়া হবলৈ উদ্বাউল দুয়ো। যাৰ বাবে বাৰে বাৰে পলাই যায়। কিন্তু ছোৱালী কৈশোৰ অৱস্থাত থকা বাবে মান্তি নহয় কোনো এটা পৰিয়াল।

ইফালে আকৌ ইজনে আনজনক এৰি থাকিব নোৱাৰে। যাৰ বাবে শেষত নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত লয় দুয়ো প্ৰেমিক প্ৰেমিকাই।

এই ঘটনা মধ্যপ্ৰদেশৰ বৈতুলৰ। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ঘৰৰ পৰা মান্তি নোহোৱাৰ বাবে দুয়ো প্ৰেমিক-প্ৰেমিকা মাজনিশা ঘৰৰ পৰা ওলাই গৈ দুয়ো এক ঠাইত মিলিত হয়।

তাৰ পাছত দিনটো ইফাল সিফাল কৰি কটাই বিয়লিলৈ এক ভিডিঅ’ বনাই , ভিডিঅ’ত প্ৰথমে দুয়ো ইজনে সিজনলৈ চাই হাঁহে তাৰ পাছত পি খাই কীটনাশক দ্ৰব্য।

যাৰ ফলত দুয়ো ঠাইতে সংজ্ঞাহীন হৈ পৰি থাকে। কোনো প্ৰত্যক্ষদৰ্শীয়েহে দুয়োকে তেনেদৰে দেখা পাই লগে লগে আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰি লগে লগে হাস্পতাললৈ প্ৰেৰণ কৰে। বৰ্তমানে সংকটজনক অৱস্থাত দুয়ো প্ৰেমিক-প্ৰেমিকা।

আৰক্ষীয়ে দুয়োৰে ঘৰৰ মানুহক খবৰ কৰাত সকলো উপস্থিত হয়। তেতিয়াহে ওলাই পৰে ঘৰৰ মানুহে মান্তি নোহোৱাত পূৰ্বেও পলাই গৈছিল দুয়ো। পাছে শেষত একেবাৰে নিজকে শেষ কৰি দিয়াৰে সিদ্ধান্ত লয় ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: loveLOVE STORYmadhya pradeshViral Storyviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও
ক্ৰীড়া

April 18, 2026
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?
জীৱনশৈলী

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

April 18, 2026
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?
জীৱনশৈলী

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

April 18, 2026
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?
জীৱনশৈলী

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

April 18, 2026
Next Post
ৰাজ্যত পুৱাৰে পৰা বৰষুণ, অহা ৪ দিনলৈ একে থাকিব বতৰ, ২০ জিলাত এলাৰ্ট

দেশ কঁপাই যোৱা ঘটনা, উত্তৰপ্ৰদেশৰ বদায়ুত এটা নিশাতে শেষ এখন ঘৰৰ সকলো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন