• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ISROৰ পুনৰ সফলতা, দেশৰ প্ৰথম ৰিইউজুৱেল ‘পুষ্পক’ বাহনৰ সফল পৰীক্ষণ

2 years ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 hour ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

2 hours ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

3 hours ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

4 hours ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

14 hours ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ISROৰ পুনৰ সফলতা, দেশৰ প্ৰথম ৰিইউজুৱেল ‘পুষ্পক’ বাহনৰ সফল পৰীক্ষণ

editor by editor
March 22, 2024
in প্ৰযুক্তি, ভাৰত
0
ISROৰ পুনৰ সফলতা, দেশৰ প্ৰথম ৰিইউজুৱেল ‘পুষ্পক’ বাহনৰ সফল পৰীক্ষণ
0
SHARES
39
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ISROৰ পুনৰ সফলতা, দেশৰ প্ৰথম ৰিইউজুৱেল ‘পুষ্পক’ বাহনৰ সফল পৰীক্ষণ

দেশৰ মহাকাশ সন্থা ইছৰোৰ পুনৰ আন এক সফলতা। আজি পুৱা কৰ্নাটকৰ ৰানৱেৰ পৰা সফলতাৰে পৰীক্ষা কৰে পূৰ্ৱ ব্যৱহৃত ৰকেট লঞ্চ কৰা বাহন (ৰকেট) ইছৰোই।

কৰ্নাটকৰ চিত্ৰদুৰ্গৰ সমীপত এৰোনটিকেল টেষ্ট পুৱা ৭ বাজি ১০ মিনিটত সফলতাৰে কৰে। এয়া আছিল শৃংখলাটোৰ দ্বিতীয়টো সফল পৰীক্ষা। আজিৰ এই পৰীক্ষণ থলীত ইছৰোৰ অধ্যক্ষ এছ সোমনাথ আৰু অন্য জ্যেষ্ঠ অধিকাৰী উপস্থিত আছিল।

এই সফল পৰীক্ষাৰ পাছতে ইছৰোই এক্স(টুইটাৰ)যোগে কয় যে,- ইছৰোই পুনৰ এবাৰ কাম কৰি দেখুৱালে।

https://x.com/isro/status/1770998585003512045?s=20

পুষ্পকৰ এই সফল অৱতৰণৰ বিষয়ে ইছৰোই জানিবলৈ দিয়া অনুসৰি, প্ৰথমে পুষ্পকক এখন ভাৰতীয় বায়ু সেনাৰ চিনুক হেলিকপ্টাৰে ৪.৫ কিলোমিটাৰৰ উচ্চতালৈ উৰুৱাই নিছিল। সেই উচ্চতাতেই এৰি দিছিল পুষ্পকক।

তাৰ পাছত স্বয়ংক্ৰিয়ভাৱে ৰানৱেলৈ সফলতাৰে নামি আহিছিল পুষ্পক।

কি এই পুষ্পক বিমান- এই পুষ্পক হৈছে পুনৰ ব্যৱহাৰ কৰিব পৰা এক লঞ্চিং বিমান। ইয়াৰ দীঘ ৬.৫ মিটাৰ, ওজন ১.৭৫ টন । ইয়াৰ সকলোতকৈ ডাঙৰ গুণটো হৈছে ইয়াক পুনৰ ধৰাৰ বুকুলৈ আনি পুনঃ ব্যৱহাৰ কৰিব পাৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indiaisrolandingPushpakPushpak (RLV-TD)
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?
জীৱনশৈলী

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

April 26, 2026
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে
জীৱনশৈলী

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

April 26, 2026
Next Post
ভাইৰেল ভিডিঅ’, ৰোগীয়ে কিবা এটা কোৱাৰ লগে লগে লাগি গ’ল হাহাকাৰ, চিকিৎসকে কৰিলে এই কাম

ভাইৰেল ভিডিঅ', ৰোগীয়ে কিবা এটা কোৱাৰ লগে লগে লাগি গ'ল হাহাকাৰ, চিকিৎসকে কৰিলে এই কাম

কেজৰিৱালক কিয় গ্ৰেপ্তাৰ কৰিলে ED-এ, কি ভুল আছিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন