• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোলীৰ ফুৰ্তি, ছাই বুলি ভাবি গৰম অঙঠাৰ ওপৰতে পেলাই দিলে বন্ধুই বন্ধুক, তাৰ পাছত

2 years ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

23 minutes ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

56 minutes ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

1 hour ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

2 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

3 hours ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

20 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

21 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

22 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হোলীৰ ফুৰ্তি, ছাই বুলি ভাবি গৰম অঙঠাৰ ওপৰতে পেলাই দিলে বন্ধুই বন্ধুক, তাৰ পাছত

editor by editor
March 26, 2024
in ভাৰত
0
হোলীৰ ফুৰ্তি, ছাই বুলি ভাবি গৰম অঙঠাৰ ওপৰতে পেলাই দিলে বন্ধুই বন্ধুক, তাৰ পাছত
0
SHARES
43
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হোলীৰ ফুৰ্তি, ছাই বুলি ভাবি গৰম অঙঠাৰ ওপৰতে পেলাই দিলে বন্ধুই বন্ধুক, তাৰ পাছত

চাৰিওফালে হোলীৰ ফুৰ্তি। এই হোলীতে ভগৱান শিৱ আৰু কৃষ্ণক প্ৰাৰ্থনা কৰা যায়। শিৱক যদি ছাই-ভস্মৰে, কৃষ্ণক ৰং আৰু ফুলেৰে। যাৰ বাবে কেইগৰাকী মান কিশোৰে লগ লাগি এজন বন্ধুক ফুৰ্তিতে ছাইত পেলাই দিলে আন এজন বন্ধুক।

পাছে সেই ছাইৰ তলতে আছিল দপদপীয়া অঙঠা। যাৰ বাবে লগে লগে বিকট চিঞৰ মাৰি দিয়ে কিশোৰটিয়ে। চিঞৰ শুনি ভয় খাই যায় আন কিশোৰ কেইটিয়ো। কিন্তু কিবা বুজি উঠালৈ ছাইত পেলাই দিয়া কিশোৰটিৰ দুয়োখন ভৰিয়ে জ্বলি যায়।

এই হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে গ্ৰেটাৰ নয়ডা ৱেষ্টৰ গেলাক্সি নৰ্থ ১ ছ’চাইটিত। ছ’চাইটিটোৰ লোক সকলে হোলী উপলক্ষে হোলিকা দহনৰ পিছতে সেই ছাইত ফুৰ্তিৰে চাৰিজন বন্ধুৱে হোলিকাৰ গৰম ছাইত নিজৰ এজন বন্ধুক দলিয়াই দিয়ে।

লগে লগে ভুক্তভোগী কিশোৰটিৰ পৰিয়ালে কিশোৰটিক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায়। আৰক্ষীয়ো ঘটনা সম্পৰ্কে খবৰ লাভৰ পাছতে ঘটনাস্থলীত উপস্থিত হয়।

কিন্তু এয়া কোনো জানি শুনি কৰা ঘটনা নহয় বাবে ভুক্তভোগী কিশোৰটিৰ পৰিয়ালে কাৰোৰে বিৰুদ্ধে কোনো পদক্ষেপ নলয়। এয়া এক দুৰ্ঘটনা বুলিহে ব্যক্ত কৰে। আনহাতে বৰ্তমানে হাস্পতালত চিকিৎসাধীন কিশোৰটি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentHoliHoli 2024Holika Dahan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

March 12, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

Next Post
হোলীৰ পাছতে কেনে যাব আজিৰ দিনটো; মেষ, তুলা, কুম্ভ ৰাশিৰ লোকৰ ভাগ্য উদয় হ’ব

হোলীৰ পাছতে কেনে যাব আজিৰ দিনটো; মেষ, তুলা, কুম্ভ ৰাশিৰ লোকৰ ভাগ্য উদয় হ'ব

আজি কোনে কোনে দাখিল কৰিব মনোনয়ন, যোৰহাটৰ বিজেপি প্ৰাৰ্থীক সংগ দিব মুখ্যমন্ত্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন