• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেষ ৰাশিত কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ তৈয়াৰ কৰিব বুধে, এইবাৰ দ্বিগুণ লাভ বৃষসহ ৩ৰাশিৰ

মেষ ৰাশিত কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ তৈয়াৰ কৰিব বুধে, এইবাৰ দ্বিগুণ লাভ বৃষসহ ৩ৰাশিৰ

2 years ago

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

3 minutes ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

55 minutes ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

1 hour ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

2 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

3 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

3 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

4 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

4 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

7 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

8 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মেষ ৰাশিত কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ তৈয়াৰ কৰিব বুধে, এইবাৰ দ্বিগুণ লাভ বৃষসহ ৩ৰাশিৰ

editor by editor
March 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মেষ ৰাশিত কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ তৈয়াৰ কৰিব বুধে, এইবাৰ দ্বিগুণ লাভ বৃষসহ ৩ৰাশিৰ
0
SHARES
404
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মঙ্গলৰ আধিপত্যযুক্ত ৰাশি মেষত ভ্ৰমণ কৰিছে বুধে। ৯ এপ্ৰিল পৰ্যন্ত এই ৰাশিতেই বুধ থাকিব। জ্যোতিষ গণনা অনুসৰি বুধ মেষ ৰাশিৰ লগ্ন স্থানত বিৰাজ কৰিছে। এই পৰিস্থিতিত কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ নিৰ্মিত হ’ব। এই ৰাজযোগৰ প্ৰভাৱত দ্বিগুণ ফল লাভ কেইটামান ৰাশিৰ জাতকে। কেৰিয়াৰত অসাধাৰণ সাফল্য লাভ কৰিব। কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগৰ প্রভাৱত কোন কোন ৰাশিৰ জাতক বিশেষভাৱে লাভাম্বিত হ’ব জানি থওক সবিশেষ।

বৃষ ৰাশি
বৃষ ৰাশিৰ যিসকল জাতকে বিদেশলৈ যাত্ৰা কৰিবলৈ ইচ্ছুক তেওঁলোকে সাফল্য লাভ কৰিব পাৰে। ইয়াৰোপৰি ৰোগৰ পৰা মুক্তি লাভ কৰা সম্ভৱ। ব্যৱসায় বৃদ্ধিৰ কথা চিন্তা কৰিলে ঋণ পাব পাৰে। সন্তানৰ তৰফৰ পৰা সুসংবাদ লাভ কৰিব পাৰে। সমাজত প্ৰতিষ্ঠা বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ। সন্তানক বিদেশত পঢ়াশুনাৰ বাবে পঠোৱাৰ ইচ্ছা থাকিলে সময় অনুকূল। পুৰণি ইচ্ছাপূৰণ হ’ব। ব্যৱসায়ত লাভ অৰ্জনৰ সুযোগ আছে।

কন্যা ৰাশি
এই ৰাশিৰ জাতকৰ বাবে বুধৰ কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ অনুকূল প্ৰমাণিত হ’ব। এই ৰাশিৰ জাতকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত পৰিবৰ্তন আহিব। ইয়াৰোপৰি আত্মবিশ্বাস বৃদ্ধি পাব কন্যা ৰাশিৰ জাতকৰ। পৰিয়াল বা বন্ধুবান্ধৱ সৈতে যাত্ৰা কৰিব পাৰে। যোগাযোগ কৌশল উন্নত হ’ব। মানসিক সুস্বাস্থ্য বৰ্তি থাকিব। সমাজত মান-সন্মান বৃদ্ধি পাব। টকা-পইছা সংক্ৰান্তিয় সিদ্ধান্ত লওঁতে খৰধৰ নকৰিব।

মকৰ ৰাশি
বুধৰ কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগৰ অনুকূল প্ৰভাৱ পৰিব মকৰ ৰাশিৰ জাতকৰ জীৱনত। অপ্ৰত্যাশিত ধন লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। সম্পত্তি সংক্ৰান্তিয় সমস্যাৰ সমাধান হ’ব। ইয়াৰোপৰি ঘৰ ক্ৰয়ৰ বাবে ঋণ ল’ব পাৰে। ঘৰ ক্ৰয়ৰ বাবে এয়াই শুভ সময়। পৰিয়ালৰ সৈতে আনন্দ বৰ্তি থাকিব। ইয়াৰোপৰি পিতৃ-মাতৃৰ স্বাস্থ্য ভালে থাকিব। অৱসাদ আহিব পাৰে। আইনী মামলাত সাফল্য লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ
জীৱনশৈলী

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

March 18, 2026
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়
জীৱনশৈলী

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

March 18, 2026
Next Post
লোকসভা নিৰ্বাচনত কঙ্গনা ৰানাউটৰ বিজয়ৰ সম্ভাৱনা কিমান? ব্যক্তিত্বই প্ৰভাৱ পেলাব ভোটযুদ্ধত বুলি কোনে কৰিছে দাবী?

লোকসভা নিৰ্বাচনত কঙ্গনা ৰানাউটৰ বিজয়ৰ সম্ভাৱনা কিমান? ব্যক্তিত্বই প্ৰভাৱ পেলাব ভোটযুদ্ধত বুলি কোনে কৰিছে দাবী?

মহাকাশত ‘ছাৰ্জিকেল ষ্ট্ৰাইক’ ভাৰতৰ! গোপনে ধ্বংস কৰিছিল নিজৰেই এটা উপগ্ৰহ, আঁৰৰ কাৰণ জানেনে?

মহাকাশত 'ছাৰ্জিকেল ষ্ট্ৰাইক’ ভাৰতৰ! গোপনে ধ্বংস কৰিছিল নিজৰেই এটা উপগ্ৰহ, আঁৰৰ কাৰণ জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.