• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি মাৰ্চ মাহৰ শেষৰটো শনিবাৰ, এই ৰাশিৰ লোক সকলৰ ওপৰত পৰিব দেৱ-দেৱীৰ অসীম কৃপা, ঘৰলৈ আহিব সুখ, সমৃদ্ধি

আজি মাৰ্চ মাহৰ শেষৰটো শনিবাৰ, এই ৰাশিৰ লোক সকলৰ ওপৰত পৰিব দেৱ-দেৱীৰ অসীম কৃপা, ঘৰলৈ আহিব সুখ, সমৃদ্ধি

3 years ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

15 minutes ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

46 minutes ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

2 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

2 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

3 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

3 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

5 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

6 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

6 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

6 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

8 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি মাৰ্চ মাহৰ শেষৰটো শনিবাৰ, এই ৰাশিৰ লোক সকলৰ ওপৰত পৰিব দেৱ-দেৱীৰ অসীম কৃপা, ঘৰলৈ আহিব সুখ, সমৃদ্ধি

editor by editor
March 30, 2024
in জীৱনশৈলী
0
আজি মাৰ্চ মাহৰ শেষৰটো শনিবাৰ, এই ৰাশিৰ লোক সকলৰ ওপৰত পৰিব দেৱ-দেৱীৰ অসীম কৃপা, ঘৰলৈ আহিব সুখ, সমৃদ্ধি
0
SHARES
404
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি মাৰ্চ মাহৰ শেষৰটো শনিবাৰ, এই ৰাশিৰ লোক সকলৰ ওপৰত পৰিব দেৱ-দেৱীৰ অসীম কৃপা, ঘৰলৈ আহিব সুখ, সমৃদ্ধি

আজি ইংৰাজী মাৰ্চ মাহৰ শেষৰটো শনিবাৰ তথা চ’ত মাহৰ কৃষ্ণ পক্ষৰ পঞ্চমটো দিন। আজি নিশা ৯.১৪ বজালৈ চলিব পঞ্চমী তিথি। আজি ৰং পঞ্চমীৰ উৎসৱ। আজিৰ এই সকল ৰাশিৰ জাতক -জাতিকাৰ বাবে দিনটো হ’ব অতিকে বিশেষ।

মেষ ৰাশি
এই ৰাশিৰ লোকৰ আজি চাকৰিৰ ক্ষেত্ৰত দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা । ব্যৱসায়ৰ ক্ষেত্ৰতো অধিক লাভ। বিবাহিত জীৱনত ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আজি মহিলাসকলৰ বাবে সুখৰ দিন হ’ব। ৰাজনীতিৰ লগত জড়িত মানুহৰ স্থিতি বাঢ়িব।
শুভ ৰং- সেউজীয়া
শুভ সংখ্যা- ৪

বৃষ ৰাশি
আজি যিকোনো সিদ্ধান্তত পৰিয়ালৰ পৰা সমৰ্থন পাব। ক্ৰীড়াৰ লগত জড়িত লোকসকলে তেওঁলোকৰ প্ৰশিক্ষকৰ পৰা গুৰুত্বপূৰ্ণ কিবা শিকিবলৈ সুযোগ পাব। বিবাহিত জীৱনত চলি থকা বিসংগতি আজি শেষ হ’ব।
শুভ ৰং- হালধীয়া
শুভ সংখ্যা- ১

মিথুন ৰাশি
আজি ব্যৱসায় কৰা মানুহেডাঙৰ অৰ্ডাৰ পাব। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ছিনিয়ৰৰ সহায়ত অসম্পূৰ্ণ প্ৰকল্প সম্পন্ন কৰিব। বৈবাহিক সম্পৰ্কত সুখ আৰু সম্প্ৰীতি বাঢ়িব। ৰাজনীতিৰ লগত জড়িত লোকৰ সন্মান বাঢ়িব।
শুভ ৰং- কমলা
শুভ সংখ্যা- ৯

কৰ্কট ৰাশি
আজি এই ৰাশিৰ লোকে বিশ্বাসযোগ্য বন্ধু-বান্ধৱীৰ পৰামৰ্শ লাভ কৰি কামত সফল হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাসে আপোনাৰ উত্তৰণত সহায় কৰিব। বিবাহিত জীৱন সুখী হব, প্ৰেমৰ ক্ষেত্ৰতো ভাল দেখা যায়।
শুভ ৰং- নীলা
শুভ সংখ্যা- ৩

সিংহ ৰাশি
আজি ৰাজনীতিৰ ক্ষেত্ৰত সুনাম বাঢ়িব। হাৰ্ডৱেৰ ব্যৱসায়ীসকলৰ আয় বৃদ্ধি পাব। নতুনকৈ কৰ্মত যোগদান কৰা লোকসকলৰ বাবে আজি এটা ভাল দিন। আজি ছাত্ৰ-ছাত্ৰীৰ বাবে মিশ্ৰিত দিন হ’বলৈ গৈ আছে। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পাব।
শুভ ৰং – মেজেন্টা
ভাগ্যৰ সংখ্যা- ৫

কন্যা ৰাশি
আজি কৰ্মোদ্যমী মহিলাৰ উপাৰ্জন বৃদ্ধি পাব। নৱবিবাহিত দম্পতীয়ে আজি আৰ্থিক দিশত ভাল খবৰ লাভ কৰিব। বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক পেটৰ সমস্যাই দেকা দিব পাৰে।
শুভ ৰং- গোলাপী
শুভ সংখ্যা- ৪

তুলা ৰাশি
আজি কম্পিউটাৰ কাৰ কৰা সকলে কিছু সাৱধান হব। বৈবাহিক সম্পৰ্কত ঘটি থকা ভুল বুজাবুজিবোৰ আজি শেষ হৈ যাব, যাৰ ফলত আপোনাৰ সম্পৰ্কত সুখ বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপুনি ভালেই থাকিব।
শুভ ৰং – মেৰুণ
ভাগ্যৰ সংখ্যা- ৩

বৃশ্চিক ৰাশি
সম্পত্তিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আজি ইয়াৰ বাবে এটা ভাল দিন। আজি অফিচত নিজৰ কামত মনোনিৱেশ কৰক, কাকো কোৱাৰ সুযোগ নিদিব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আজি আপুনি সকাহ পাব।
শুভ ৰং – সোণালী
শুভ সংখ্যা- ৫

ধনু ৰাশি
আজি প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীয়ে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। গহনা ব্যৱসায়ীসকলৰ আজি ভাল বিক্ৰী হ’ব। বিগত দিনত বাকী থকা কাম আজি সম্পূৰ্ণ কৰিব ছাত্ৰ-ছাত্ৰীয়ে। বাহন চলোৱাৰ পৰা বিৰত থাকক।
শুভ ৰং- ৰঙা
শুভ সংখ্যা- ৪

মকৰ ৰাশি
আজি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সহায়ত ভাল চাকৰি পোৱাৰ সম্ভাৱনা আছে। যি ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে, তেওঁলোকে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লোৱাৰ প্ৰয়োজন।
শুভ ৰং – ৰূপালী
শুভ সংখ্যা- ৩

কুম্ভ ৰাশি
আজি এই ৰাশিৰ লোকে ব্যৱসায় আৰু অধিক সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পাব। অপ্ৰয়োজনীয় খৰচ বন্ধ কৰিব লাগিব। ব্যক্তিগত শিক্ষকৰ বাবে দিনটো বৰ ভাল হ’ব।
শুভ ৰং – বেঙুনীয়া
শুভ সংখ্যা- ২

মীন ৰাশি
ৰাজনীতিৰ লগত জড়িত মানুহে কোনোবা ডাঙৰ পৰিকল্পনাত সফলতা লাভ কৰিব। লেখকৰ বাবে আজিৰ দিনচো খুবেই ভাল। মাৰ্কেটিং ব্যৱসায় কৰা লোকৰ উপাৰ্জন বৃদ্ধি পাব। ঠিকাভিত্তিক কাম কৰা মানুহে আজি এটা ডাঙৰ চুক্তি পাব।
শুভ ৰং- সেউজীয়া
শুভ সংখ্যা- ৪

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: daily horoscopehoroscopeRang Panchamirashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

October 16, 2026
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…
জীৱনশৈলী

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

October 16, 2026
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ
জীৱনশৈলী

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

October 16, 2026
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক
জীৱনশৈলী

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

October 16, 2026
Next Post
৭০ বছৰৰ মূৰকত পৃথিৱীৰ ফালে আহি আছে সেউজীয়া ৰঙৰ দৈত্যকায় ধুমকেতু, আকাৰ এখন চহৰৰ সমান

৭০ বছৰৰ মূৰকত পৃথিৱীৰ ফালে আহি আছে সেউজীয়া ৰঙৰ দৈত্যকায় ধুমকেতু, আকাৰ এখন চহৰৰ সমান

বৰপেটাৰোডত ট্ৰাকে খুন্দিয়ালে স্কুটীকঃ একে পৰিয়ালৰ ৩ ভাতৃ-ভগ্নী নিহত

বৰপেটাৰোডত ট্ৰাকে খুন্দিয়ালে স্কুটীকঃ একে পৰিয়ালৰ ৩ ভাতৃ-ভগ্নী নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.