• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডায়বেটিছ ৰোগী কেজৰী, ধৰ্মীয় তাবিজ খুলিবলৈ নক’ব! কেজৰীৰ অধিবক্তাৰ আদালতত আৰু কি কি আৰ্জি?

ডায়বেটিছ ৰোগী কেজৰী, ধৰ্মীয় তাবিজ খুলিবলৈ নক’ব! কেজৰীৰ অধিবক্তাৰ আদালতত আৰু কি কি আৰ্জি?

2 years ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

4 minutes ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

19 minutes ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

42 minutes ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

1 hour ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

2 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

3 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

4 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

5 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

5 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

5 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ডায়বেটিছ ৰোগী কেজৰী, ধৰ্মীয় তাবিজ খুলিবলৈ নক’ব! কেজৰীৰ অধিবক্তাৰ আদালতত আৰু কি কি আৰ্জি?

editor by editor
April 2, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
ডায়বেটিছ ৰোগী কেজৰী, ধৰ্মীয় তাবিজ খুলিবলৈ নক’ব! কেজৰীৰ অধিবক্তাৰ আদালতত আৰু কি কি আৰ্জি?
0
SHARES
257
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ১৪ঃ তিহাৰ জে’লত প্ৰথম নিশা পাৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে। আগন্তুক ১৪ দিন এই হাই প্ৰফাইল কাৰাগাৰেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঠিকনা হ’ব। ১৫এপ্ৰিল পৰ্যন্ত কাৰাগাৰতেই থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ প্ৰধান কেজৰিৱাল। দিল্লীৰ আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অৰবিন্দ কেজৰিৱাল তিহাৰ জে’লত কেনে অৱস্থাত আছে সেই কথা জানিবলৈ বহুজনেই আগ্ৰহী। তিহাৰ জে’লৰ ২নম্বৰ ছেলত প্ৰথম নিশা সাধাৰণ কয়দীৰ দৰেই কটালে কেজৰীয়ে। এক সূত্ৰৰ খবৰ অনুসৰি দিল্লীৰ ৰাউছ এভিনিউ আদালতৰ দুগৰাকী অধিবক্তা বিক্ৰম চৌধুৰী আৰু ৰমেশ গুপ্তাই একাধিক আৱেদন জনাইছে কেজৰীৰ সপক্ষে।

কি কি আৱেদন জনাইছে কেজৰীৰ অধিবক্তাই?
দিল্লীৰ মুখ্যমন্ত্ৰী ডায়বেটিছ ৰোগী। সেয়ে তেওঁক নিয়মিত ডায়বেটিছৰ ঔষধ যোগান ধৰিব লাগিব।
ভাগৱত গীতা, ৰামায়ণ আৰু হাউ প্ৰাইম মিনিষ্টাৰ্ছ ডিছাইড এই তিনি গ্ৰন্থ তেওঁক যোগান ধৰাৰ আৱেদন।
তেওঁ ডিঙিত এটা তাবিজ পৰিধান কৰে। সেই তাবিজ যাতে খুলি নিদিয়ে।
বিশেষকৈ ডায়েট মানিবলৈ তেওঁক সুযোগ দিব লাগে বুলিও আবেদন জনোৱা হৈছে।
কাৰাগাৰত টেবুল-চকীও বিচাৰি আবেদন কৰিছে কেজৰীৱালে।

উল্লেখ্য যে অৰবিন্দ কেজৰীৱালত তিহাৰ জে’লৰ ভিতৰত ঠিকনা হৈছে ২নম্বৰ ছেলত আছে কেজৰিৱাল। তেওঁৰ নিচেই কাষৰ ছেলত অৰ্থাৎ ১নম্বৰ ছেলত আছে মণীশ ছিচোডিয়া। তেওঁৰ দলৰ আন এজন নেতা তথা প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন আছে ৭নম্বৰ ছেলত। ৰাজ্যসভাৰ আপ সাংসদ সঞ্জয় সিং আছে ৫নম্বৰ ছেলত।

কাৰাগাৰত কেজৰিৱালৰ ৰুটিন কেনে হ’ব?

তিহাৰ জে’লৰ অন্যান্য কয়দীৰ দৰেই সূৰ্যোদয়ৰ লগে লগেই শোৱাপাটী এৰিব লাগিব কেজৰীয়ে। ব্ৰেকফাষ্টত তেওঁ লাভ কৰিব একাপ চাহ আৰু কেইটুকুৰামান পাউৰুটি। ইয়াৰপাছতেই পুৱা গা ধোৱাৰ পাছত তেওঁক আদালতলৈ নিয়া হ’ব। যদি আদালতত হাজিৰ নহয় তেন্তে তেওঁৰ আইনী দলৰ সৈতে তিহাৰ জে’লৰ ভিতৰতেই বৈঠক অনুষ্ঠিত কৰাৰ অনুমতি আছে। ১০বাজি ৩০ মিনিটৰ পৰা ১১ বজাৰ ভিতৰত দিয়া হ’ব দিনৰ আহাৰ। মেনুত থাকিব দাইল, পাচলি আৰু ভাত নতুবা ৫খন ৰুটি। দুপৰীয়া ৩বজালৈকে তেওঁ ছেলতেই আৱদ্ধ হৈ থাকিব লাগিব। দুপৰীয়া ৩বজাৰ পৰা ৩ বাজি ৩০ মিনিটৰ ভিতৰত দিয়া হ’ব চাহ বিস্কুট। বিয়লি ৪ বজাত তেওঁ নিজা অধিবক্তাক লগ কৰিব পাৰিব। বিয়লি ৫বজাতেই দিয়া হ’ব নিশাৰ আহাৰ। সন্ধিয়া ৭বজাত তেঁও ছেলত বন্দী হ’ব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
Next Post
এতিয়া ঘৰুৱা কেছতো ED, চিবিআই! উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে বুজাই ক’লে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ কাম কি

এতিয়া ঘৰুৱা কেছতো ED, চিবিআই! উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে বুজাই ক’লে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ কাম কি

এক্সট্ৰা মেৰিটেল সম্পৰ্ক শাস্তিযোগ্য নহয়, কোন আদালতে দিলে এই ৰায়?

এক্সট্ৰা মেৰিটেল সম্পৰ্ক শাস্তিযোগ্য নহয়, কোন আদালতে দিলে এই ৰায়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.