• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অযোধ্যাৰ ৰামমন্দিৰত প্ৰথম ৰামনৱমী, ২৪ ঘণ্টাই সাৰে থাকিব লাগিব ৰামলালা, কিন্তু কিয়?

অযোধ্যাৰ ৰামমন্দিৰত প্ৰথম ৰামনৱমী, ২৪ ঘণ্টাই সাৰে থাকিব লাগিব ৰামলালা, কিন্তু কিয়?

2 years ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

11 minutes ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

1 hour ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

2 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

3 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

4 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

5 hours ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

6 hours ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

6 hours ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

7 hours ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

8 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অযোধ্যাৰ ৰামমন্দিৰত প্ৰথম ৰামনৱমী, ২৪ ঘণ্টাই সাৰে থাকিব লাগিব ৰামলালা, কিন্তু কিয়?

editor by editor
April 3, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
অযোধ্যাৰ ৰামমন্দিৰত প্ৰথম ৰামনৱমী, ২৪ ঘণ্টাই সাৰে থাকিব লাগিব ৰামলালা, কিন্তু কিয়?
0
SHARES
244
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাম নৱমীৰ সময়ত তিনিদিন সাৰে ৰখা হ’ব ৰামলালাক। ২৪ ঘণ্টাই ভক্তৰ বাবে সাৰে থাকিব ৰামলালা। এই খবৰ ৰামমন্দিৰ ট্ৰাষ্টে জনোৱাৰ পাছতেই আপত্তি দৰ্শাইছে একাংশ সাধু সন্ন্যাসীয়ে। তেওঁলোকৰ মত পূজাৰ বাবে এনে কোনো পৰম্পৰা নাই। শিশু ৰামক এনেকৈ জগাই ৰখাটো অনুচিত।

৩দিন ২৪ঘণ্টা ভক্তক দৰ্শন দিব ৰামলালাই?
আগন্তুক ৯এপ্ৰিলত আৰম্ভ হ’ব ৰাম নৱমীৰ মেলা। এই সময়ত ৫০লাখৰো অধিক তীৰ্থযাত্ৰী অযোধ্যাত উপস্থিত হ’ব। ভীৰৰ কথা ভাৱিয়েই সকলোকে ৰামলালাৰ দৰ্শন যাতে দিয়াব পাৰে তাৰবাবে ২৪ঘণ্টাই ৰাম মন্দিৰ খোলা ৰখাৰ কথা চিন্তা কৰিছে কৰ্তৃপক্ষই। বৰ্তমান ৰাম মন্দিৰ দিনে ১৪ঘণ্টাকৈ খোলা থাকে। প্ৰতিদিনে ডেৰৰ পৰা দুইলাখ ভক্তই ৰামলালাৰ দৰ্শন কৰে। জিলা প্ৰশাসনে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টক অষ্টমী, নৱমী আৰু দশমী তিথিত ৰাম মন্দিৰ ২৪ ঘণ্টা খোলা ৰখাৰ বাবে আৰ্জি জনাইছে বহুজনে। ট্ৰাষ্টৰ বক্তব্য, সাধু সন্তসকলৰ পৰা এই প্ৰসংগত মতামত লৈহে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব।

আপত্তি দৰ্শাইছে সন্তসকলে
সাধু-সন্তসকলৰ বক্তব্য যে, ৰামলালাক সঠিক সময়ত শয়ন কৰিবলৈ নিদিয়াতো শাস্ত্ৰ সন্মত নহয়। ট্ৰাষ্টৰ মহাসচিব চম্পত ৰায়ে কয়, ‘ৰামলালা অযোধ্যাৰ ৰাম মন্দিৰত ৫বছৰীয়া বালক হিচাপেহে আছে। তেওঁ ২৪ঘণ্টা সাৰে থকা সেয়ে সম্ভৱ নহয়। ৰাম নৱমীৰ সময়ত ভক্তসকলে তেওঁক দৰ্শন কৰিবলৈ আশা ৰাখিলেও ২৪ঘণ্টা জগাই ৰখাটো উচিত নহ’ব।

উল্লেখ্য যে অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰত এইবাৰ প্ৰথম ৰামনৱমী। ৰামৰ জন্মোৎসৱ উপলক্ষ্যে সৰয়ূ নদীৰ পাৰো সজাই পৰাই তোলা হৈছে। ন ৰূপে সাজিছে অযোধ্যা নগৰীও। ৰামলালাৰ অভিষেকৰ পাছতেই দেশ বিদেশৰ পৰা অযোধ্যামুখী হৈছে বহু ভক্ত। ১৭এপ্ৰিলত ৰাম নৱমীৰ দিনা ভীৰ বঢ়াৰ সম্ভাৱনা আছে। ৯এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ৰাম নৱমী মেলা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

July 25, 2026
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

July 25, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

July 25, 2026
Next Post
এই ৫ সিদ্ধান্তই গঢ়িছে নতুন ভাৰত! সংসদীয় ৰাজনীতিক বিদায় সংস্কাৰবাদী অৰ্থনীতিবিদ মনমোহন সিঙৰ

এই ৫ সিদ্ধান্তই গঢ়িছে নতুন ভাৰত! সংসদীয় ৰাজনীতিক বিদায় সংস্কাৰবাদী অৰ্থনীতিবিদ মনমোহন সিঙৰ

৫০তকৈয়ে বেছি আফটাৰশ্ব’ক! ক্ষন্তেক সময়ৰ মূৰে মূৰেই কঁপি আছে টাইৱান, ভূমিকম্পই শেষ কৰি দিলে টাইৱানৰ কেইবাটাও অঞ্চল, জাৰি সতৰ্কতা

৫০তকৈয়ে বেছি আফটাৰশ্ব’ক! ক্ষন্তেক সময়ৰ মূৰে মূৰেই কঁপি আছে টাইৱান, ভূমিকম্পই শেষ কৰি দিলে টাইৱানৰ কেইবাটাও অঞ্চল, জাৰি সতৰ্কতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.