• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি খেলপথাৰত ৰেকৰ্ড গঢ়িব পাৰে চহলে, ভংগ কৰিব পাৰে শ্বেন ৱাৰ্নৰ ৰেকৰ্ড

আজি খেলপথাৰত ৰেকৰ্ড গঢ়িব পাৰে চহলে, ভংগ কৰিব পাৰে শ্বেন ৱাৰ্নৰ ৰেকৰ্ড

2 years ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

3 minutes ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

39 minutes ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

1 hour ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

2 hours ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

2 hours ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

3 hours ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

4 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

5 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

6 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

7 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

16 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজি খেলপথাৰত ৰেকৰ্ড গঢ়িব পাৰে চহলে, ভংগ কৰিব পাৰে শ্বেন ৱাৰ্নৰ ৰেকৰ্ড

editor by editor
April 6, 2024
in ক্ৰীড়া
0
আজি খেলপথাৰত ৰেকৰ্ড গঢ়িব পাৰে চহলে, ভংগ কৰিব পাৰে শ্বেন ৱাৰ্নৰ ৰেকৰ্ড
0
SHARES
140
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি খেলপথাৰত ৰেকৰ্ড গঢ়িব পাৰে চহলে, ভংগ কৰিব পাৰে শ্বেন ৱাৰ্নৰ ৰেকৰ্ড

আই পি এল ২০২৪ৰ ১৯ সংখ্যক খেল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে ইতিমধ্যে দুয়োটা দল সাজু। ৰাজস্থানৰ হৈ আজিৰ মেচত যুজবেন্দ্ৰ চহলকো খেলা পোৱা যাব। যদি আজিৰ খেলত চহলে প্লেয়িং একাদশত সুযোগ পায় তেন্তে তেওঁ নিজৰ নামত এটা ডাঙৰ অভিলেখ গঢ়িব পাৰে।

যদি আজিৰ খেলখনত যুজবেন্দ্ৰ চহলে ৪টা উইকেট দখল কৰিবলৈ সক্ষম হয়, তেন্তে শ্বেন ৱাৰ্ণৰ সমানে উইকেট দখল কৰাৰ ৰেকৰ্ড হব। যদিহে ৫টা উইকেট লয় তেওঁ ৱাৰ্ণৰ অভিলেখো ভংগ কৰিব।

ইয়াৰ উপৰিও তেওঁ ৰাজস্থান ৰয়েলছ ফ্ৰেঞ্চাইজিৰ তৃতীয় সৰ্বাধিক উইকেট গ্ৰহণকাৰী হিচাপেও পৰিগণিত হ’ব। বৰ্তমান চহলৰ নামক ৫৪টা উইকেট আছে। একে সময়তে শ্বেন ৱাৰ্নে ৰাজস্থানৰ হৈ কেৰিয়াৰত ৫৮টা উইকেট দখল কৰিছিল।

এতিয়ালৈকে ৰাজস্থান ৰয়েলছৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছে শ্বেন ৱাটছনে। ৱাটছনে নিজৰ কেৰিয়াৰত ৮৪খন মেচত ৬৭টা উইকেট দখল কৰে। ৰাজস্থানৰ উপৰিও ৱাটছনে আন ফ্ৰেঞ্চাইজিৰ হৈও খেলিছে। ৱাটছনৰ পিছতে ৰাজস্থানৰ হৈ সৰ্বাধিক উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে সিদ্ধাৰ্থ ত্ৰিবেদীয়ে। ত্ৰিবেদীয়ে ৭৬খন মেচত মুঠ ৬৫টা উইকেট দখল কৰিছিল। একে সময়তে শ্বেন ৱাৰ্ণ বৰ্তমান তৃতীয় স্থানত আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketiplIPL 2024yuzvendra chahal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা
বিনোদন

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

June 20, 2026
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?
বিনোদন

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

June 20, 2026
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা
বিনোদন

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

June 19, 2026
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

June 19, 2026
Next Post
ধৰিব পাৰিছেনে কোন! বলীউডৰ তিনি খানৰ অভিনেত্ৰী বৰ্তমানে ক্ৰিকেটাৰৰ পত্নী, নেটৱৰ্থ ৩০০ কোটি টকা

ধৰিব পাৰিছেনে কোন! বলীউডৰ তিনি খানৰ অভিনেত্ৰী বৰ্তমানে ক্ৰিকেটাৰৰ পত্নী, নেটৱৰ্থ ৩০০ কোটি টকা

এই ৰাশিৰ লোকৰ আজি ভাগ্যোদয় হ’ব, মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব কিছু লোকৰ ওপৰত, যাত্ৰা বাৰণ কৰক এই লোকে

এই ৰাশিৰ লোকৰ আজি ভাগ্যোদয় হ'ব, মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব কিছু লোকৰ ওপৰত, যাত্ৰা বাৰণ কৰক এই লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.