• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এখন ফ্লাইটৰ সাধাৰণ সহযাত্ৰীয়ে কেনেকৈ শিষ্টাচাৰ শিকাইছিল অমিতাভ বচ্চনক?

এখন ফ্লাইটৰ সাধাৰণ সহযাত্ৰীয়ে কেনেকৈ শিষ্টাচাৰ শিকাইছিল অমিতাভ বচ্চনক?

2 years ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

23 minutes ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

53 minutes ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

2 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

2 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

3 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

4 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

5 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

5 hours ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

5 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

23 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

23 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এখন ফ্লাইটৰ সাধাৰণ সহযাত্ৰীয়ে কেনেকৈ শিষ্টাচাৰ শিকাইছিল অমিতাভ বচ্চনক?

editor by editor
April 11, 2024
in চিনেমা, জীৱনশৈলী, লেখা, শিক্ষা
0
এখন ফ্লাইটৰ সাধাৰণ সহযাত্ৰীয়ে কেনেকৈ শিষ্টাচাৰ শিকাইছিল অমিতাভ বচ্চনক?
0
SHARES
146
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অমিতাভ বচ্চনৰ এক জীয়া অভিজ্ঞতা। যি অভিজ্ঞতাই অমিতাভক শিকাইছিল জীৱনবোধ কি? সফলতাৰ তুংগত থাকিলেও কিয় অহংকাৰক আপোন কৰিব নাপায়। অমিতাভে তেওঁৰ জীৱনীত উল্লেখ কৰিছে-

‘মোৰ কেৰিয়াৰ তেতিয়া তুংগত। এদিন প্লেনেৰে যাত্ৰা কৰি আছিলো। খুব সাধাৰণ চাৰ্ট আৰু পেণ্ট পৰিহিত এজন ভদ্ৰলোক মোৰ কাষৰ ছীটত যাত্ৰা কৰিছিল। তেওঁলৈ মই চাইছিলো। দেখাত তেওঁক এজন শিক্ষিত মাৰ্জিত, মধ্যবিত্ত মানুহ যেন লাগিছিল। অন্য সহযাত্ৰীয়ে মোক চিনি পায় খুব উৎসাহেৰে কাষ চাপি আহি অটগ্ৰাফ লৈছিল। কিন্তু কাষত বহি থকা ভদ্ৰলোকজনক লক্ষ্য কৰিলো, তেওঁৰ মোৰ ফালে কোনো ভ্ৰক্ষেপেই নাই।

এখন খবৰ কাগজ হাতত লৈ আগ্ৰহেৰে ব্যক্তিজনে পঢ়ি আছিল। মাজে মাজে খবৰ কাগজৰ পৰা মূৰ তুলি খিৰিকিৰে বাহিৰলৈ চাই। আকৌ কাগজখন লুটিয়াই। ক্ৰু মেম্বাৰে চাহ দিয়ে, চাহৰ কাপ হাতত তুলি লৈ তেওঁ খুব সৌহাদ্যপূৰ্ণভাৱে ধন্যবাদ দিয়ে। ক্ৰু মেম্বাৰে কিবা লাগিব নেকি সুধিলে নালাগে বুলি কৈয়ো ধন্যবাদ দিয়ে। মুঠতে তেওঁৰ ওঁঠতেই থেংকছ শব্দটো লাগি থাকে। মোক অৱশ্যে গোটেই যাত্ৰাত তেওঁ এবাৰো গুৰুত্ব দিয়া নাই। মইহে তেওঁৰ কাৰুকাৰ্যক গুৰুত্ব দি গৈছো। মাজে মাজে ভাৱিছো সঁচায়ে তেওঁ হিৰ’ অমিতাভক চিনি পোৱা নাই নেকি?

মানুহজনৰ এই আঁচৰণ দেখিয়েই মোৰ কৌতুহল বাঢ়ি আছিল। তেওঁৰ সৈতে কথা পাতিবলৈ আগ্ৰহীও হৈ উঠিছিলো। মই নিজেই তেওঁৰ ফালে চাই এবাৰ হাঁহি মাৰিলো। তেওঁৱো মোৰ হাঁহিৰ প্ৰত্তুত্ত্যৰত হাঁহি এটা মাৰি মোক ক’লে, ‘হেল্লো…’ তেওঁৰ হেল্লো শুনি মই নিজেই কথা বতৰা আৰম্ভ কৰিলো। মই নিজেই চিনেমাৰ প্ৰসংগ উত্থাপন কৰিলো। তেওঁক সুধিলো, ‘আপুনি চিনেমা চাইনে?’

তেওঁ কয়, কেতিয়াবা কেতিয়াবা। লগে লগে মই তেওঁক সুধিলো, শেষ কোনখন চিনেমা চাইছিল আপুনি? তেওঁ ক’লে, অহ হিন্দী চিনেমা এখন চাইছিলো। এবছৰ বেছি হ’ল। মই লগে লগে উৎসাহী হৈ ক’লো, সেই ফিল্ম ইণ্ডাষ্ট্ৰীত ময়ো কাম কৰো। তেওঁ মোৰ উৎসাহ দেখি উৎসাহিত হৈ ক’লে, অহ ভাল কথা। কিন্তু কি কৰে আপুনি?

মই লগে লগে উত্তৰ দিলো, ‘মই এজন অভিনেতা।’ উত্তৰত তেওঁ ক’লে ভাল কথা। মই তেওঁৰ এই ভাল কথা বুলি প্ৰত্তুত্ত্যৰতো শুনি মনে মনে ভাৱিলো, কি মানুহ এইটো! প্লেন লেণ্ড কৰাৰ সময়ত মই ভদ্ৰলোক বুলি নিজকে পৰিচয় দিবলৈকে কৰমৰ্দনৰ বাবে হাতখন আগবঢ়াই ক’লো, মোৰ নাম অমিতাভ বচ্চন’। তেঁও মোৰ নাম শুনি মূৰটো অকণমান তললৈ নমাই কৰমৰ্দন কৰি ক’লে, ‘আপোনাৰ সৈতে পৰিচিত হৈ ভাল লাগিল। মোৰ নাম জে আৰ ডি টাটা(Jehangir Ratanji Dadabhoy Tata, chairman of TATA Group).’ নাম শুনি মোৰ মূৰটো আচন্দ্ৰাই কৰিলে।

সেই দিনৰ ঘটনাৰ পৰা মই এটা কথাই শিকিলো, যিমানেই ডাঙৰ নহওক কিয় নিজতকৈয়ো ডাঙৰ কোনোবা আছে। ডাঙৰ হ’লেও দৃষ্টি সদায় মাটিৰ দিশতেই ৰাখিব লাগে। গছ যিমানেই ডাঙৰ নহওক কিয় সি মাটিৰ ফালেই হাউলি থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!
জীৱনশৈলী

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

April 30, 2026
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!
জীৱনশৈলী

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

April 30, 2026
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ
জীৱনশৈলী

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

April 30, 2026
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!
জীৱনশৈলী

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

April 30, 2026
Next Post
ক্ৰমাৎ ডুবি গৈ আছে ১৩ লাখ কোটি ব্যয়েৰে কৃত্ৰিম দ্বীপত নিৰ্মাণ কৰা বিমান বন্দৰ, সাগৰৰ মাজত কেনেকৈ নিৰ্মাণ হৈছিল এই বিমান বন্দৰ? 

ক্ৰমাৎ ডুবি গৈ আছে ১৩ লাখ কোটি ব্যয়েৰে কৃত্ৰিম দ্বীপত নিৰ্মাণ কৰা বিমান বন্দৰ, সাগৰৰ মাজত কেনেকৈ নিৰ্মাণ হৈছিল এই বিমান বন্দৰ? 

আম্বানীৰ গেৰেজত আছে দেশ বিদেশৰ ১৭০ খন বিলাসী বাহন, এইবাৰ আহিল ১২ কোটিৰ অভিনৱ বাহন

আম্বানীৰ গেৰেজত আছে দেশ বিদেশৰ ১৭০ খন বিলাসী বাহন, এইবাৰ আহিল ১২ কোটিৰ অভিনৱ বাহন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.