• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰোহিত শৰ্মাৰ শতকৰ ওপৰত ধোনীৰ ২০ ৰানে কোবালে হাতুৰি, মুম্বাইৰ বিৰুদ্ধে চেন্নাইৰ ৰাজকীয় বিজয়

ৰোহিত শৰ্মাৰ শতকৰ ওপৰত ধোনীৰ ২০ ৰানে কোবালে হাতুৰি, মুম্বাইৰ বিৰুদ্ধে চেন্নাইৰ ৰাজকীয় বিজয়

2 years ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

6 minutes ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

42 minutes ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

1 hour ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

2 hours ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

2 hours ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

3 hours ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

4 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

5 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

6 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

7 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

16 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰোহিত শৰ্মাৰ শতকৰ ওপৰত ধোনীৰ ২০ ৰানে কোবালে হাতুৰি, মুম্বাইৰ বিৰুদ্ধে চেন্নাইৰ ৰাজকীয় বিজয়

editor by editor
April 15, 2024
in ক্ৰীড়া
0
ৰোহিত শৰ্মাৰ শতকৰ ওপৰত ধোনীৰ ২০ ৰানে কোবালে হাতুৰি, মুম্বাইৰ বিৰুদ্ধে চেন্নাইৰ ৰাজকীয় বিজয়
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰোহিত শৰ্মাৰ শতকৰ ওপৰত ধোনীৰ ২০ ৰানে কোবালে হাতুৰি, মুম্বাইৰ বিৰুদ্ধে চেন্নাইৰ ৰাজকীয় বিজয়

কালিৰ পহিলা বহাগৰ দিনটোতে ধোনীৰ বেটে দেখুৱালে বিক্ৰম। মাত্ৰ ২০ ৰান কৰিয়ো গোটেই ষ্টেডিয়ামতে জয় জয়কাৰ হয় ধোনীৰ। চাৰিওফালে গুঞ্জৰিত হয় কেৱল ধোনীৰ নাম।

মাত্ৰ ৪ টা বলত কৰা সেই ৰানেই পাছত মুম্বাই ইণ্ডিয়ানছ দলৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংগছ দলক জয়ী হোৱাত সহায় কৰে। একেবাৰে ৰাজকীয় বিজয়। যি বজয়ৰ সমুখত মুম্বাই দলৰ হৈ ৰোহিত শৰ্মাই কৰা শতকো শূণ্য সদৃশ হৈ পৰে।

চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে গৃহচহৰতে পৰাস্ত মুম্বাই ইণ্ডিয়ানছ। দেওবাৰে নিশা ৱাংখাড়ে ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ২০ ৰানৰ ব্যৱধানত ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছে পৰাজয়বৰণ কৰে। মুম্বাই ঘৰুৱা ষ্টেডিয়াম হলেও, গোটেই ষ্টেডিয়াম হালধীয়া জাৰ্চিৰেহে ভৰি পৰে।

টছত জয়ী হৈ মুম্বাইৰ অধিনায়ক হাৰ্ডিক পাণ্ডিয়াই ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈ চেন্নাইক বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনায়। প্ৰথমে বেট ধৰি চেন্নাইয়ে নিৰ্ধাৰিত অ’ভাৰত মাত্ৰ ৪টা উইকেট হেৰুৱাই ২০৭ ৰান সংগ্ৰহ কৰে।

চেন্নাইয়ে প্ৰথমে বেট ধৰি ১৯.২ অভাৰত ১৮৬ ৰান সংগ্ৰহ কৰে। সেই শেষৰ ৪ টা বল থকা অৱস্থাত ক্ৰীজলৈ আহে মহেন্দ্ৰ সিং ধোনী। ধোনীয়ে আহিয়েই লগে লগে কোবাই একেলেথাৰিয়ে ৩ টা চিক্স। আৰু শেষৰটো বলত ২ ৰান সংগ্ৰহ কৰে।

যাৰ ফলতে চেন্নাইৰ ৰান স্কৰ ২০৭ লৈ বৃদ্ধি পায়। পাছত মুম্বাই দলটোৰ হৈ ৰোহিতে ৬৩ টা বলত ১০৫ ৰান কৰে। দলটোৱে ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৮৬ ৰান সংগ্ৰহ কৰে।

যাৰ বাবেই ধোনীৰ সেই ২০ ৰানে চেন্নাইৰ বিজয়ত বহুত সহায় কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Chennai Super KingsiplIPL 2024IPL 24mumbai indians
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা
বিনোদন

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

June 20, 2026
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?
বিনোদন

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

June 20, 2026
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা
বিনোদন

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

June 19, 2026
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

June 19, 2026
Next Post
বিহুৰ দিনাই শেষ হৈ গ’ল তিতাবৰৰ এটা পৰিয়াল, দুৰ্ঘটনাত নিহত দুই যুৱ পুত্ৰ, খবৰ পাই পিতৃয়ো…

বিহুৰ দিনাই শেষ হৈ গ'ল তিতাবৰৰ এটা পৰিয়াল, দুৰ্ঘটনাত নিহত দুই যুৱ পুত্ৰ, খবৰ পাই পিতৃয়ো...

কেজৰিৱাল সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, পাবনে জামিন !

কেজৰিৱাল সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, পাবনে জামিন !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.