• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুত্ৰ-কন্যাক দেখিয়েই অনুপ্ৰাণিত! ২০০ কোটিৰ সম্পত্তি বিলাই সন্ন্যাসী হ’ল গুজৰাটৰ দম্পত্তি

পুত্ৰ-কন্যাক দেখিয়েই অনুপ্ৰাণিত! ২০০ কোটিৰ সম্পত্তি বিলাই সন্ন্যাসী হ’ল গুজৰাটৰ দম্পত্তি

2 years ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

5 minutes ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

32 minutes ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

2 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

5 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

6 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

6 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

6 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

7 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

7 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

8 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

10 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুত্ৰ-কন্যাক দেখিয়েই অনুপ্ৰাণিত! ২০০ কোটিৰ সম্পত্তি বিলাই সন্ন্যাসী হ’ল গুজৰাটৰ দম্পত্তি

পুত্ৰ-কন্যাক দেখিয়েই অনুপ্ৰাণিত! ২০০ কোটিৰ সম্পত্তি বিলাই সন্ন্যাসী হ’ল গুজৰাটৰ দম্পত্তি

editor by editor
April 16, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পুত্ৰ-কন্যাক দেখিয়েই অনুপ্ৰাণিত! ২০০ কোটিৰ সম্পত্তি বিলাই সন্ন্যাসী হ’ল গুজৰাটৰ দম্পত্তি
0
SHARES
12.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰায় ২০০ কোটি টকাৰ সংম্পত্তি দান কৰি সন্ন্যাস গ্ৰহণ কৰিছে গুজৰাটৰ এজন ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়ে। এইগৰাকী ব্যৱসায়ীৰ নাম ভৱেশ ভাণ্ডাৰী। তেওঁ জৈন ধৰ্মাৱলম্বী। ফেব্ৰুৱাৰী মাহত আনুষ্ঠানিকভাৱে নিজৰ সমস্ত সম্পত্তি দৰিদ্ৰৰ মাজত বিলাই দিছে ব্য়ৱসায়ী ভৱেশ আৰু তেওঁৰ পত্নীয়ে।

ইয়াৰ পূৰ্বে ২০২২ চনত দম্পত্তিহালৰ ১৯ বছৰীয়া কন্যা আৰু ১৬ বছৰীয়া পুত্ৰ সন্তানে সন্ন্য়াস গ্ৰহণ কৰিছিল। পুত্ৰ-কন্যাক দেখি অনুপ্ৰাণিত হৈয়েই দম্পত্তিহালে সন্ন্যাস গ্ৰহণ কৰা বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগত প্ৰকাশো কৰিছে। ভৱেশ গুজৰাটৰ হিম্মতনগৰৰ ব্য়ৱসায়ী। কনষ্ট্ৰাকছন ব্য়ৱসায়ৰ সৈতেও তেওঁ যুক্ত হৈ আছিল। তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২০০ কোটি। এই সকলো সম্পত্তিয়েই তেওঁ দান কৰি দিছে। বৰ্তমান তেওঁলোকে সন্ন্যাস গ্ৰহণ কৰিছে যদিও আগন্তুক ২২ এপ্ৰিলতহে তেওঁলোকে আনুষ্ঠানিক ভাৱে দীক্ষা গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে ভৱেশ আৰু তেওঁৰ পত্নীয়ে সমস্ত পাৰিবাৰিক বন্ধন ছিন্ন কৰিছে।

সকলো বস্তুবাদী চিন্তাভাৱনাও ত্যাগ কৰিছে তেওঁলোকে। দীক্ষালাভৰ পাছতেই তেওঁলোকে খালী ভৰিৰে সমগ্ৰ ভাৰত ভ্ৰমণ কৰাৰ পৰিকল্পনাও হাতত ৰাখিছে। তেওঁলোকে জীৱনযাপন কৰিব কেৱল ভীক্ষাৰ ওপৰত নিৰ্ভৰ কৰি। জৈন ধৰ্মত দীক্ষাগ্ৰহণৰ অৰ্থ ভোগবিলাসৰ জীৱন এৰি ভিক্ষা কৰি জীয়াই থকা আৰু সমগ্ৰ দেশ খালী ভৰিৰে ভ্ৰমণ কৰা। দীক্ষাগ্ৰহণৰ পাছত ভৱেশ আৰু তেওঁৰ পত্নীয়ে শ্বেতবস্ত্ৰ পৰিধান কৰিব। ভিক্ষাৰ এটি পাত্ৰ তেওঁলোকে হাতত ৰাখিব।

উল্লেখ্য যে, এগৰাকী কোটিপতি হীৰা ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়েও একে পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰপূৰ্বে ২০১৭ চনত মধ্যপ্ৰদেশৰ ব্য়ৱসায়ী সুমিত ৰাঠৌৰ আৰু তেওঁৰ পত্নী অনামিকাইয়ো ১০০ কোটি টকাৰ সম্পত্তি দান কৰাৰ পাছত সন্ন্যাস গ্ৰহণ কৰি শিৰোনামলৈ আহিছে। তিনি বছৰীয়া কন্য়াক ককাক আইতাকৰ সৈতে ৰাখি ভিক্ষা কৰি খাইছে দুইগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি
নিয়োগ

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

August 24, 2026
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’
অসম

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

August 24, 2026
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন
ভাৰত

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

August 24, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
বাণিজ্য

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

August 24, 2026
Next Post
গুগলৰ বিজ্ঞাপনৰ শীৰ্ষ স্থানত বিজেপি! ইতিমধ্যেই খৰচ ৩৯ কোটি

গুগলৰ বিজ্ঞাপনৰ শীৰ্ষ স্থানত বিজেপি! ইতিমধ্যেই খৰচ ৩৯ কোটি

নৱৰাত্ৰিৰ মহাষ্টমীত ৰাশি অনুযায়ী দান কৰিলেই পাব দুৰ্গাৰ আশীৰ্বাদ, কাটিব গ্ৰহ দোষ

নৱৰাত্ৰিৰ মহাষ্টমীত ৰাশি অনুযায়ী দান কৰিলেই পাব দুৰ্গাৰ আশীৰ্বাদ, কাটিব গ্ৰহ দোষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.