• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যোৰহাটত ১৪৪ ধাৰা জাৰি, কি কি নিয়ম মানিব লাগিব জনসাধাৰণে?

যোৰহাটত ১৪৪ ধাৰা জাৰি, কি কি নিয়ম মানিব লাগিব জনসাধাৰণে?

2 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

6 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

7 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

7 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

8 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

9 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

9 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

9 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

9 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

9 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

10 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

10 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

যোৰহাটত ১৪৪ ধাৰা জাৰি, কি কি নিয়ম মানিব লাগিব জনসাধাৰণে?

যোৰহাটত ১৪৪ ধাৰা জাৰি, কি কি নিয়ম মানিব লাগিব জনসাধাৰণে?

editor by editor
April 17, 2024
in অসম, ৰাজনীতি, লেখা
0
যোৰহাটত ১৪৪ ধাৰা জাৰি, কি কি নিয়ম মানিব লাগিব জনসাধাৰণে?
0
SHARES
362
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনটি মুক্ত আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটৰ জিলা দণ্ডাধীশে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জিলাখনত ১৭ এপ্ৰিল,২০২৪ তাৰিখৰ বিয়লি ৫.০০ বজাৰ কাৰ্যকৰী হোৱাকৈ সমগ্ৰ জিলাখনতে কিছু নিৰ্দেশনা জাৰি কৰিছে।

নিৰ্দেশনা অনুসৰি যিকোনো ধৰণৰ বে-আইনী সমাৱেশ আৰু ভোটগ্ৰহণ প্ৰক্ৰিয়া শেষ হোৱা পৰ্যন্ত ৪৮ ঘণ্টাৰ ভিতৰত যিকোনো ৰাজহুৱা সভা,শোভাযাত্ৰা, প্ৰচাৰ আদি কৰিব নোৱাৰিব। এই নিৰ্দেশনা সমষ্টিৰ বাহিৰৰ পৰা অহা ৰাজনৈতিক কৰ্মী তথা দলীয় কৰ্মীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।

তদুপৰি, নির্বাচনী প্ৰক্রিয়াত বিৰূপ প্ৰভাৱ পেলাব পৰা বিভিন্ন জাতি, বৰ্ণ, সম্প্ৰদায় আদিৰ সাম্প্ৰদায়িক ভাষণ বা বাৰ্তা জড়িত যিকোনো শ্লোগান,পোষ্টাৰ,দেৱাল লিখন, প্ৰচাৰ পত্ৰিকা, লিফলেট আদি প্ৰচাৰ কৰিব নোৱাৰিব। লগতে কোনো ব্যক্তিয়ে ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত কোনো প্ৰাৰ্থীৰ বা ৰাজনৈতিক দলৰ নাম লিখা বা চিহ্ন সম্বলিত , ফটো অংকিত থকা পোচাক, টুপী আদি পৰিধান কৰিব নোৱাৰিব। লগতে ভোটগ্ৰহণ কেন্দ্রৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যিকোনো ব্যক্তিৰ ব্যক্তিগত বাহন প্ৰৱেশত বাধা আৰোপ কৰা হৈছে।

আনহাতে, ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ১০০ মিটাৰ দূৰত্বৰ ভিতৰত কোনো লোকে ভোটদানৰ প্ৰচাৰ কৰা, যিকোনো প্ৰাৰ্থীৰ হৈ ভোট বিচৰা বা প্ৰাৰ্থীৰ হৈ কোনো লোকক প্ৰলোভিত কৰাৰ লগতে কোনো ব্যক্তিক ভোটদানৰ পৰা বিৰত থাকিবলৈ কোৱা, ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনৰ সৈতে জড়িত জাননীৰ বাহিৰে আন কোনো জাননী প্ৰদৰ্শন কৰা, ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ তথা ইয়াৰ সমীপত উচ্চস্বৰত লাউডস্পীকাৰ ব্যৱহাৰ নিষেধ কৰাৰ উপৰিও কোনোলোকে উক্ত স্থানত কোলাহল কৰি বিশৃংখল পৰিৱেশ সৃষ্টি কৰিব নোৱাৰিব।এই আদেশ ১৭ এপ্ৰিলৰ বিয়লি ৫.০০ বজাৰ পৰা ২০ এপ্ৰিল,২০২৪ ৰ নিশা ১২ বজালৈকে কাৰ্যকৰী হৈ থাকিব।এই আদেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত দণ্ডনীয় হ’ব ।

উল্লেখ্য যে এই ধাৰা সন্দৰ্ভত বিশেষ বিবৃতিযোগে এই সকলোবোৰ নিৰ্দেশনা জাৰি কৰিছে জনসংযোগ বিভাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত
জীৱনশৈলী

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

April 11, 2026
Next Post
ৰাম মন্দিৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে? এই ৫টা বিষয় মূৰত ৰাখিহে অযোধ্যালৈ যাত্ৰা কৰিব, অন্যথা সোমাব নোৱাৰিব ৰাম মন্দিৰত

ৰাম মন্দিৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে? এই ৫টা বিষয় মূৰত ৰাখিহে অযোধ্যালৈ যাত্ৰা কৰিব, অন্যথা সোমাব নোৱাৰিব ৰাম মন্দিৰত

বৃদ্ধি যোগ আৰু ৰবি যোগৰ সুফল, নাৰায়ণৰ আশীৰ্বাদত সৌভাগ্যৰ শিখৰত থাকিব ৫ৰাশি

বৃদ্ধি যোগ আৰু ৰবি যোগৰ সুফল, নাৰায়ণৰ আশীৰ্বাদত সৌভাগ্যৰ শিখৰত থাকিব ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.