• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ বজালৈকে ক’ত, কিমান হ’ল ভোটগ্ৰহণ, দেশৰ ভিতৰতে সৰ্বাধিক ভোটদান অসমৰ এইখন চুবুৰীয়া ৰাজ্যত…

৫ বজালৈকে ক’ত, কিমান হ’ল ভোটগ্ৰহণ, দেশৰ ভিতৰতে সৰ্বাধিক ভোটদান অসমৰ এইখন চুবুৰীয়া ৰাজ্যত…

2 years ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

5 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

6 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

7 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

7 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

9 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

9 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

10 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

10 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

11 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

11 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

12 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৫ বজালৈকে ক’ত, কিমান হ’ল ভোটগ্ৰহণ, দেশৰ ভিতৰতে সৰ্বাধিক ভোটদান অসমৰ এইখন চুবুৰীয়া ৰাজ্যত…

editor by editor
April 19, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
৫ বজালৈকে ক’ত, কিমান হ’ল ভোটগ্ৰহণ, দেশৰ ভিতৰতে সৰ্বাধিক ভোটদান অসমৰ এইখন চুবুৰীয়া ৰাজ্যত…
0
SHARES
578
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫ বজালৈকে ক’ত, কিমান হ’ল ভোটগ্ৰহণ, দেশৰ ভিতৰতে সৰ্বাধিক ভোটদান অসমৰ এইখন চুবুৰীয়া ৰাজ্যত…

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত দেখা গৈছিল ভোটাৰৰ দীঘলীয়া শাৰী। নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছিল জনতা।

অসমৰ ৫টা সমষ্টিত আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। যোৰহাট, ডিব্ৰুগড়, শোণিতপুৰ, লখিমপুৰ আৰু কাজিৰঙা সমষ্টিত আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। বহু ঠাইত ইভিএমৰ বিসংগতি হ’লেও অসমৰ সমষ্টিসমূহত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় আজিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি ৫ বজালৈকে অসমত ৭০ শতাংশৰো অধিক ভোটদান সম্পন্ন হয়। নিৰ্বাচনী আয়োগৰ ফালৰ পৰা প্ৰকাশিত তথ্য অনুসৰি অসমত ৭০.৭৭ শতাংশ ভোটদান সম্পন্ন হৈছে।

আজিৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ তথ্য অনুসৰি বিহাৰত সৰ্বনিম্ন ভোটদান সাব্যস্ত কৰে জনসাধাৰণে। তাৰ বিপৰীতে পশ্চিমবংগত সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত হয়।

ইয়াৰ বাহিৰে দেশৰ অন্য ৰাজ্য সমূহৰ প্ৰকাশিত তথ্য এনেধৰণৰ- আন্দামান আৰু নিকোবৰত ৫৬.৮৭ শতাংশ, অৰুণাচল প্ৰদেশত ৬৪.০৭ শতাংশ, বিহাৰত ৪৬.৩২ শতাংশ, ছত্তিশগড়ত ৬৩.৪১ শতাংশ, জম্মু আৰু কাশ্মীৰত ৬৫.০৮ শতাংশ, লক্ষাদ্বীপত ৫৯.০২ শতাংশ, মধ্যপ্ৰদেশত ৬৩.২৫ শতাংশ, মহাৰাষ্ট্ৰত ৫৪.৮৫ শতাংশ, মণিপুৰত ৬৮.৬৩ শতাংশ, মেঘালয়ত ৬৯.৯১ শতাংশ, মিজোৰামত ৫৩.৯৬শতাংশ, নাগালেণ্ডত ৫৬.৫৩ শতাংশ, পুডুচেৰীত ৭২.৮৪ শতাংশ, ৰাজস্থানত ৫০.২৭ শতাংশ, ছিকিমত ৬৮.০৬ শতাংশ, তামিলনাডুত ৬২.০২ শতাংশ, ত্ৰিপুৰাত ৭৬.১০ শতাংশ, উত্তৰ প্ৰদেশত ৫৭.৫৪ শতাংশ, উত্তৰাখণ্ডত ৫৩.৫৬ শতাংশ আৰু পশ্চিমবংগত ৭৭.৫৭ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam electionFirst Phasefirst phase pollslok sabha electionlok sabha election 2024Voting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ
অসম

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

May 30, 2026
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?
অসম

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

May 29, 2026
ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ
ভাৰত

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

May 29, 2026
দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে
অসম

দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে

May 29, 2026
Next Post
চাণক্য নীতিঃ এই ৩টা কাৰ্যই মানুহৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰে, আঁতৰি থাকক

চাণক্য নীতিঃ এই ৩টা কাৰ্যই মানুহৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰে, আঁতৰি থাকক

৯ ঘণ্টা ধৰি ৰৈ থাকিল পুলিং বিষয়া, পাছে নাগালেণ্ডত আজি নপৰিল এটাও ভোট!

৯ ঘণ্টা ধৰি ৰৈ থাকিল পুলিং বিষয়া, পাছে নাগালেণ্ডত আজি নপৰিল এটাও ভোট!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.