• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯ ঘণ্টা ধৰি ৰৈ থাকিল পুলিং বিষয়া, পাছে নাগালেণ্ডত আজি নপৰিল এটাও ভোট!

৯ ঘণ্টা ধৰি ৰৈ থাকিল পুলিং বিষয়া, পাছে নাগালেণ্ডত আজি নপৰিল এটাও ভোট!

2 years ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

10 minutes ago
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

56 minutes ago
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

1 hour ago
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

2 hours ago
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

5 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

5 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

6 hours ago
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

7 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

15 hours ago
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

16 hours ago
৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

৯ ঘণ্টা ধৰি ৰৈ থাকিল পুলিং বিষয়া, পাছে নাগালেণ্ডত আজি নপৰিল এটাও ভোট!

editor by editor
April 19, 2024
in উত্তৰ-পূব, ৰাজনীতি
0
৯ ঘণ্টা ধৰি ৰৈ থাকিল পুলিং বিষয়া, পাছে নাগালেণ্ডত আজি নপৰিল এটাও ভোট!
0
SHARES
458
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৯ ঘণ্টা ধৰি ৰৈ থাকিল পুলিং বিষয়া, পাছে নাগালেণ্ডত আজি নপৰিল এটাও ভোট!

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আজিৰ দিনটোত দেশৰ কেউখন ৰাজ্যতে সুকলমে পাৰ হয় ভোটদান প্ৰক্ৰিয়া। অসমতো ৭০ শতাংশ লোকে সাৱ্যস্ত কৰে নিজৰ ভোটাধিকাৰ। পাছে নাগালেণ্ডৰ আজি ৪ লাখ ভোটাৰৰ এজনেও নিদিয়ে ভোট।

উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম পাহাৰীয়া ৰাজ্য নাগালেণ্ডৰ ৬ খনকৈ পূৱৰ জিলাৰ কোনো এজন লোকেও ভোট দিবলৈ নাহে। যাৰ ফলত ৯ ঘণ্টা ধৰি ভোটকেন্দ্ৰত ৰৈ থাকিব লগা হয় পুলিং বিষয়া।

৬ খন জিলাৰ মুঠ ৪ লাখ ভোটাৰ আছিল আজিৰ প্ৰথম পৰ্যায়ৰ ভোটত। ফ্ৰ’ন্টিয়াৰ নাগালেণ্ড টেৰ’টৰী (Frontier Nagaland Territory)ৰ দাবীৰেই ইষ্টাৰ্ণ নাগালেণ্ড পিপুলছ অৰ্গেনাইজেশ্যনৰ আহ্বানক্ৰমে আজি ভোট দিবলৈ ওলাই নাহে কোনো এজনো নাগৰিক।

কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ফ্ৰ’ন্টিয়াৰ নাগালেণ্ড টেৰ’টৰীৰ দাবী অধিক জোৰদাৰ কৰি তুলিবৰ বাবেই এইদৰে কোনো লোক ভোট দিবলৈ নাহে নাগালেণ্ডৰ পূৱপ্ৰান্তৰ এজনো লোক। নিৰ্বাচন বৰ্জন কৰে নাগালেণ্ডৰ ৬ জিলাৰ লোকসকলে।

উল্লেখ্য যে, বিগত ১০ বছৰে ধৰি ৰাজ্যখনৰ পূৱ প্ৰান্তৰ ৬ খন জিলাই পৃথক নাগালেণ্ডৰ দাবী কৰি আহিছে। জিলা কেইখন- লংলেং (Longleng), টিৱেনচাং (Tuensang), মন (Mon), নকলাক (Noklak), শামাট’ৰ (Shamator), কিফিৰ (Kiphire)।

এতিয়া উত্তৰ-পূব ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াই নিৰ্বাচন প্ৰক্ৰিয়াত বাধা প্ৰদান কৰাৰ বাবে ইএনপিঅ’ক জাননী জাৰি কৰিছে। এক বিবৃতিত শীৰ্ষ নিৰ্বাচনী বিষয়াজনে কয় যে সংগঠনটোৱে “সাধাৰণ নিৰ্বাচনত ভোট দিয়াৰ ক্ষেত্ৰত পূৱ নাগালেণ্ড অঞ্চলত বাস কৰা লোকসকলৰ অধিকাৰত হস্তক্ষেপ কৰিছে।

সেয়েহে সংগঠনটোক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে নিৰ্বাচনী বিষয়াই। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৭১ চি-ৰ উপ-ধাৰাৰ অধীনত এই তদন্ত আৰম্ভ কৰা হ’ব।

ইয়াৰ বিপৰীতে ইষ্টাৰ্ণ নাগালেণ্ড পিপুলছ অৰ্গেনাইজেশ্যনে কয় যে, এয়া জনসাধাৰণৰ দ্বাৰা এক “স্বেচ্ছামূলক পদক্ষেপ” আছিল। গতিকে ইয়াত ধাৰা ১৭১ চি-ৰ অধীনত তদন্ত প্ৰযোজ্য নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: electionFrontier Nagaland Territorylok sabha electionnagalandVoting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?
ৰাজনীতি

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

June 29, 2026
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ
উত্তৰ-পূব

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

June 29, 2026
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!
বিশ্ব

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

June 27, 2026
Next Post
কেৱল এবিধ সামগ্ৰী তেল হিচাপে ব্যৱহাৰ কৰক শিশুৰ চুলিত, চিৰদিনৰ বাবে বিদায় দিয়ক সমস্যাক

কেৱল এবিধ সামগ্ৰী তেল হিচাপে ব্যৱহাৰ কৰক শিশুৰ চুলিত, চিৰদিনৰ বাবে বিদায় দিয়ক সমস্যাক

হনুমান জয়ন্তীৰ দিনা হ’ব গ্ৰহৰ আচৰিত সংযোগ, এই ৰাশিৰ লোকৰ ওপৰত বিশেষ আশীৰ্বাদ পৰিব বজৰংগবলীৰ

হনুমান জয়ন্তীৰ দিনা হ'ব গ্ৰহৰ আচৰিত সংযোগ, এই ৰাশিৰ লোকৰ ওপৰত বিশেষ আশীৰ্বাদ পৰিব বজৰংগবলীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.