• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল এবিধ সামগ্ৰী তেল হিচাপে ব্যৱহাৰ কৰক শিশুৰ চুলিত, চিৰদিনৰ বাবে বিদায় দিয়ক সমস্যাক

কেৱল এবিধ সামগ্ৰী তেল হিচাপে ব্যৱহাৰ কৰক শিশুৰ চুলিত, চিৰদিনৰ বাবে বিদায় দিয়ক সমস্যাক

2 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

3 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

4 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

4 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

5 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

5 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

5 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

6 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

7 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

8 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

9 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

10 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেৱল এবিধ সামগ্ৰী তেল হিচাপে ব্যৱহাৰ কৰক শিশুৰ চুলিত, চিৰদিনৰ বাবে বিদায় দিয়ক সমস্যাক

editor by editor
April 19, 2024
in জীৱনশৈলী, ফেশ্বন
0
কেৱল এবিধ সামগ্ৰী তেল হিচাপে ব্যৱহাৰ কৰক শিশুৰ চুলিত, চিৰদিনৰ বাবে বিদায় দিয়ক সমস্যাক
0
SHARES
150
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল এবিধ সামগ্ৰী তেল হিচাপে ব্যৱহাৰ কৰক শিশুৰ চুলিত, চিৰদিনৰ বাবে বিদায় দিয়ক সমস্যাক

প্ৰাপ্তবয়স্কৰ লগতে শিশুৰ চুলিকো বিশেষ যত্নৰ প্ৰয়োজন। উপযুক্ত যত্নৰ অভাৱত শিশুৰ চুলি শুকান আৰু নিৰ্জীৱ হৈ পৰে। কেৱল এয়াই নহয়, চুলিৰ বৃদ্ধিও বন্ধ হৈ যায়।

কিন্তু এই ক্ষেত্ৰত যদি আপুনি বজাৰত উপলব্ধ ৰাসায়নিক পদাৰ্থৰে ভৰা বেবী প্ৰডাক্ট ব্যৱহাৰ কৰে, তেন্তে ই চুলিৰ আৰু অধিক ক্ষতি কৰিব পাৰে। কেৱল এয়াই নহয়, এই ব্যয়বহুল সামগ্ৰীয়ে ছালৰ ক্ষতিও কৰে।

শিশুৰ ছাল আৰু চুলিৰ যত্নৰ বাবে কেৱল প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰিলেহে ভাল। সুপৰিচিত চুলি বিশেষজ্ঞ জাভেদ হাবিবে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল য’ত তেওঁ কয় যে শিশুৰ চুলিৰ বাবে কি প্ৰডাক্ট উত্তম।

জাভেদ হাবিবে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা জনাইছে যে শিশুৰ চুলি সুস্থ কৰি ৰখাৰ আটাইতকৈ উত্তম উপায় হ’ল দেশী ঘিউ তথা ঘৰতে প্ৰস্তুত কৰা ঘিউ ব্যৱহাৰ কৰা। তেওঁ ক’লে যে দেশী ঘিউৰে শিশুৰ মূৰত লাহে লাহে মালিচ কৰিলে বহুত উপকাৰ হ’ব।

হাবিবে কয় যে যেতিয়াই ল’ৰা-ছোৱালীৰ মূৰত চেম্পু কৰে তাৰ পূৰ্বে চুলিত দেশী ঘিউ লগাই লাহে লাহে হাতেৰে মালিচ কৰিব লাগে। এইদৰে কৰিলে চুলিৰ সমস্যা নোহোৱা হৈ যাব আৰু শিশুৰ চুলি সুস্থ আৰু শক্তিশালী হৈ থাকিব।

উল্লেখ্য যে, ঘৰতে প্ৰস্তুত কৰা ঘিউত ভিটামিন এ, ভিটামিন ডি, ভিটামিন ই, বিভিন্ন প্ৰকাৰৰ ফেটি এচিড আদি প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে চুলিৰ বৃদ্ধিত সহায় কৰে।

কেৱল এয়াই নহয়, চুলিত লগালে মূৰত খজুৱতি আৰু শুকানতা ভাল হয়, ৰক্ত সঞ্চালন ভাল হয় আৰু চুলিৰ বৃদ্ধি ভাল হয়। এইদৰে ঘৰতে প্ৰস্তুত কৰা ঘিউ কেৱল শিশুৰ বাবেই নহয়, ডাঙৰৰ বাবেও বহু উপকাৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baby HairChild hairGheeHair ProblemHair Problem Sollution
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ
জীৱনশৈলী

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

September 5, 2026
Next Post
হনুমান জয়ন্তীৰ দিনা হ’ব গ্ৰহৰ আচৰিত সংযোগ, এই ৰাশিৰ লোকৰ ওপৰত বিশেষ আশীৰ্বাদ পৰিব বজৰংগবলীৰ

হনুমান জয়ন্তীৰ দিনা হ'ব গ্ৰহৰ আচৰিত সংযোগ, এই ৰাশিৰ লোকৰ ওপৰত বিশেষ আশীৰ্বাদ পৰিব বজৰংগবলীৰ

শীৰ্ষ ১০ নহয়, এইবাৰ শীৰ্ষ ৩, মেট্ৰিকৰ শীৰ্ষ ৩ স্থানত কোন কোন শিক্ষাৰ্থী, জিলাভিত্তিত শীৰ্ষত বাক্সা

শীৰ্ষ ১০ নহয়, এইবাৰ শীৰ্ষ ৩, মেট্ৰিকৰ শীৰ্ষ ৩ স্থানত কোন কোন শিক্ষাৰ্থী, জিলাভিত্তিত শীৰ্ষত বাক্সা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.