• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীৰ্ষ ১০ নহয়, এইবাৰ শীৰ্ষ ৩, মেট্ৰিকৰ শীৰ্ষ ৩ স্থানত কোন কোন শিক্ষাৰ্থী, জিলাভিত্তিত শীৰ্ষত বাক্সা

শীৰ্ষ ১০ নহয়, এইবাৰ শীৰ্ষ ৩, মেট্ৰিকৰ শীৰ্ষ ৩ স্থানত কোন কোন শিক্ষাৰ্থী, জিলাভিত্তিত শীৰ্ষত বাক্সা

2 years ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

4 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

4 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

5 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

6 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

6 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

7 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

8 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

9 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

10 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

11 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

11 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শীৰ্ষ ১০ নহয়, এইবাৰ শীৰ্ষ ৩, মেট্ৰিকৰ শীৰ্ষ ৩ স্থানত কোন কোন শিক্ষাৰ্থী, জিলাভিত্তিত শীৰ্ষত বাক্সা

editor by editor
April 20, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
শীৰ্ষ ১০ নহয়, এইবাৰ শীৰ্ষ ৩, মেট্ৰিকৰ শীৰ্ষ ৩ স্থানত কোন কোন শিক্ষাৰ্থী, জিলাভিত্তিত শীৰ্ষত বাক্সা
0
SHARES
681
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শীৰ্ষ ১০ নহয়, এইবাৰ শীৰ্ষ ৩, মেট্ৰিকৰ শীৰ্ষ ৩ স্থানত কোন কোন শিক্ষাৰ্থী, জিলাভিত্তিত শীৰ্ষত বাক্সা

আজি২০ এপ্ৰিল তাৰিখে ঘোষণা কৰা হয় মেট্ৰিকৰ ফলাফল। এইবাৰ অইনকেইবাৰৰ দৰে শীৰ্ষ ১০ নহয়, শীৰ্ষ ৩ স্থানৰ শিক্ষাৰ্থীৰ নামহে ঘোষণা কৰা হয়। যি পূৰ্বে শীৰ্ষ ২০ বুলি আছিল। এইবাৰ ৰাজ্যৰ ভিতৰতে ৫ শিক্ষাৰ্থীয়ে লাভ কৰিছে শীৰ্ষ ৩ স্থান।

পুৱা ১০.৩০ বজাত ছেবাৰ ১০ টা ৱেবচাইটত উপলব্ধ হৈছে এই ফলাফলসমূহ। ইয়াৰ পূৰ্বে শীৰ্ষ স্থান দখল কৰা প্ৰথম ৫ জনৰ নাম ঘোষণা কৰে ছেবাই। একেলগে তিনি শিক্ষাৰ্থীয়ে লাভ কৰে তৃতিয় স্থান।

শীৰ্ষ ৫ শিক্ষাৰ্থী হৈছে-
১) অনুৰাগ দলৈ, প্ৰজ্ঞা একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুল, যোৰহাট (৫৯৩ নম্বৰ)
২) ঝৰ্ণা শইকীয়া, শংকৰদেৱ শিশু নিকেতন, বিশ্বনাথ চাৰিআলি (৫৯০ নম্বৰ)
৩) মানস প্ৰতীম শইকীয়া, আইলেণ্ড একাডেমী, কমলাবাৰী, মাজুলী (৫৮৮নম্বৰ)
৪) বেদান্ত চৌধুৰী, ষ্টেলা মেৰিছ স্কুল, সৰুপেটা, বৰপেটা (৫৮৮ নম্বৰ)
৫) দেৱশ্ৰী কাশ্যপ, ৰামনুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও (৫৮৮ নম্বৰ)

অনুৰাগ দলৈয়ে অসমীয়াত লাভ কৰিছে ৯৬ নম্বৰ, ইংৰাজীত ৯৭, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ১০০ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰে।

ঝৰ্ণা শইকীয়াই অসমীয়াত লাভ কৰিছে ৯৮ নম্বৰ, ইংৰাজীত ১০০, সাধাৰণ গণিতত ৯৪, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ১০০ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰে।

মানস প্ৰতিম শইকীয়াই অসমীয়াত লাভ কৰিছে ৯৪ নম্বৰ, ইংৰাজীত ১০০, সাধাৰণ গণিতত ৯৫, সাধাৰণ বিজ্ঞানত ৯৯, সমাজ বিজ্ঞানত ১০০ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰে।

বেদান্ত চৌধুৰীয়ে অসমীয়াত লাভ কৰিছে ৯৪ নম্বৰ, ইংৰাজীত ১০০, সাধাৰণ গণিতত ৯৭, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৯ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰে।

দেৱাশ্ৰী কাশ্যপে অসমীয়াত লাভ কৰিছে ৯৯ নম্বৰ, ইংৰাজীত ৯৬, সাধাৰণ গণিতত ৯৬, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ১০০ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰে।

উল্লেখ্য যে, ১৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪,১৯,০৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰে উত্তীৰ্ণ হৈছে ৩,১৭,৩১৭ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা আছিল ১,৮৭,৯০৪ গৰাকী, ছাত্ৰীৰ সংখ্যা আছিল ২,৩১,১৬৪ গৰাকী আৰু তৃতীয় লিংগৰ আছিল ১০ গৰাকী।

এইবাৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ। ডিষ্টিংছন নম্বৰ লাভ কৰিছে ৬,৩৯২ গৰাকীয়ে, ষ্টাৰ মাৰ্ক লাভ কৰিছে ২০,৫৫২ গৰাকীয়ে আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১,০৫,৮৭৩ গৰাকী।

ইয়াৰ লগতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৫০,৭৬৪ গৰাকী, তৃতীয় বিভাগত উত্তীৰ্ণ ৬০,৬৮০ গৰাকী, লেটাৰ মাৰ্ত লাভ কৰিছে ১,৯৩,১৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে।

আনহাতে জিলাভিত্তিক ফলাফল চাবলৈ গ’লে- এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ সবাতোকৈ অধিক আছে ছিৰাং জিলাত। জিলাখনত ৯১.২ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। জিলা পৰ্যায়ত দ্বিতীয় স্থানত আছে নলবাৰী(৮৮.১ শতাংশ), তৃতীয় স্থানত আছে ডিমা হাচাও ( ৮৭.৩ শতাংশ), চতুৰ্থ স্থানত আছে বাক্সা (৮৬.৯ শতাংশ), পঞ্চম স্থানত আছে শিৱসাগৰ (৮৫.১ শতাংশ)। আনহাতে ৬০ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্নত ওদালগুৰি জিলা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: \10th REsultassamMatricsebaSEBA Result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?
অসম

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

August 11, 2026
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ
অসম

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

August 11, 2026
Next Post
৫০ যাত্ৰীসহ নদীৰ মাজতে ডুব গ’ল নাও, বৰ্তমানলৈ ৭ জন নিহত

৫০ যাত্ৰীসহ নদীৰ মাজতে ডুব গ'ল নাও, বৰ্তমানলৈ ৭ জন নিহত

চমৎকাৰ, এগৰাকী মাতৃৰ গৰ্ভৰ পৰা দুবাৰকৈ জন্ম পালে একেজনী কন্যা সন্তানে

চমৎকাৰ, এগৰাকী মাতৃৰ গৰ্ভৰ পৰা দুবাৰকৈ জন্ম পালে একেজনী কন্যা সন্তানে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.