• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ ৫টা লোকসভা সমষ্টিত আজি দ্বিতীয় পৰ্যায়ৰ ভোট,

অসমৰ ৫টা লোকসভা সমষ্টিত আজি দ্বিতীয় পৰ্যায়ৰ ভোট,

2 years ago
চলনাময়ী নাৰীৰ চকুত নপৰাৰ পূৰ্বে পুৰুষসকল সাৱধান হওক, মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত নপৰাৰ পূৰ্বে পুৰুষসকল সাৱধান হওক, মনত ৰাখক এইকেইটা কথা

27 minutes ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

1 hour ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

2 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

2 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

3 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

3 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

4 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

5 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

6 hours ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

6 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

23 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমৰ ৫টা লোকসভা সমষ্টিত আজি দ্বিতীয় পৰ্যায়ৰ ভোট,

editor by editor
April 26, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ৰাজনীতি
0
অসমৰ ৫টা লোকসভা সমষ্টিত আজি দ্বিতীয় পৰ্যায়ৰ ভোট,
0
SHARES
75
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ ৫টা লোকসভা সমষ্টিত আজি দ্বিতীয় পৰ্যায়ৰ ভোট।  নগাঁও, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু দৰং-ওদালগুৰিত পুৱা ৭বজাৰে পৰা বিয়লি ৫বজালৈকে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

ইতিমধ্যে ভোটকেন্দ্ৰ সমূহত নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে  নাগৰিক সকল।

আজিৰ কোন কোন সমষ্টিত কিমান ভোটাৰ, কিমান প্ৰাৰ্থী আৰু কি নাম প্ৰাৰ্থী সকলৰ পঢ়ক সবিশেষ-

দৰং-ওদালগুৰি

মুঠ ভোটাৰ- ২১, ৮৭, ১৬০গৰাকী

অন্তৰ্গত বিধানসভা সমষ্টি- ১১টা

ৰঙিয়া, কমলপুৰ, তামুলপুৰ, গোৰেশ্বৰ, ভেৰগাঁও, ওদালগুৰি, মাজবাট, টংলা ছিপাঝাৰ, মঙ্গলদৈ আৰু দলগাঁও

মুঠ প্ৰাৰ্থীৰ সংখ্যা- ১১গৰাকী, প্ৰাৰ্থী সকল-

দিলীপ শইকীয়া, বিজেপি

দুৰ্গাদাস বড়ো, বিপিএফ

মাধৱ ৰাজবংশী, কংগ্ৰেছ

অৰুণ বৰুৱা, ভাৰতীয় জৱান কিষাণ পাৰ্টি

আবুল কাচিম, ৰিপ্লাবিকান পাৰ্টি অৱ ইণ্ডিয়া

আব্দুল হামিদ, ৰাষ্ট্ৰীয় ওলেমা কাউন্সিল

জিতেন্দ্ৰ চলিহা, ছচিয়েল ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়া

বীৰেন বাচাক, ভাৰতীয় গণ পৰিষদ

ললিত পেগু, ভোটাৰছ পাৰ্টি ইণ্টাৰনেচনেল

স্বৰ্ণ দেৱী, গণ সুৰক্ষা পাৰ্টি

ডেনিয়েল মাদ্ৰী, নিদৰ্লীয়

ডিফু

মুঠ ভোটাৰৰ সংখ্যা- ৮, ৯৩, ০৫৮গৰাকী

অন্তৰ্গত বিধানসভা সমষ্টি- ৬টা

বোকাজান (ST), হাওৰাঘাট, ডিফু, ৰংখাং, আমৰি আৰু হাফলং

মুঠ প্ৰাৰ্থীৰ সংখ্যা- ৫গৰাকী, প্ৰাৰ্থী সকল

অমৰসিং তিছু- বিজেপি

জয়ৰাম ইংলেং- কংগ্ৰেছ

জটচন বে- অটোনমাচ ষ্টেট ডিমাণ্ড কমিটি

জন বৰনাড চাংমা- গণ সুৰক্ষা পাৰ্টি

জে আই কাথাৰ- নিদৰ্লীয়

কৰিমগঞ্জ

মুঠ ভোটাৰৰ সংখ্যা- ১৪,১২,২৩৯ গৰাকী

অন্তৰ্গত বিধানসভা সমষ্টিঃ ৭টা

উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, পাথাৰকান্দি, ৰামকৃষ্ণ নগৰ,হাইলাকান্দি জিলা, হাইলাকান্দি আৰু আলগাপুৰ-কাটলিচেৰা

মুঠ প্ৰাৰ্থীৰ সংখ্যা- ২৪গৰাকী

কৃপানাথ মাল্লা- বিজেপি

চাহাবুল ইছলাম চৌধুৰী- এ আই ইউ ডি এফ

হাফিজ ৰজিদ আহমেদ চৌধুৰী- কংগ্ৰেছ

এহেদ উদ্দিন- ৰাষ্ট্ৰীয় ওলেমা কাউন্সিল

দেৱাশীষ ঘোষ- বেংগলী নৱনিৰ্মাণ সেনা

প্ৰাজলউদ্দীপ দেৱ- ছচিয়েল ইউনিটী চেন্টাৰ অৱ ইণ্ডিয়া

নিদৰ্লীয় প্ৰাৰ্থীসকলঃ-আব্দুছ সুবান তপদ্দাৰ, আব্দুল কালাম মজুমদাৰ,আব্দুল গফ্ফৰ তালুকদাৰ, আব্দুল বাচিট তপদ্দাৰ, আব্দুল হামিদ, আলিম উদ্দিন মজুমদাৰ, গোপাল চন্দ্ৰ পাল, জিবেজ দে, দিলীপ কুমাৰ, দেৱজ্যোতি নাথ, বিনয় কৃষ্ণ ৰয়, নজৰুল ইছলাম লস্কৰ, মুছাক্কিৰ হাছাল লস্কৰ, ৰকিবুল হুচেইন চৌধুৰী, ৰচিদ আহমেদ চৌধুৰী, ৰচিদ আহমেদ লস্কৰ, চাফিকুৰ ৰহমান হাজাৰী, চাহেল আহমেদ।

শিলচৰ

মুঠ ভোটাৰৰ সংখ্যা- ১৩,৬১,৪৯৬

অন্তৰ্গত বিধানসভা সমষ্টি- ৭টা

শিলচৰ, সোণাই, ধলাই(SC), উধাৰবন্দ, লক্ষীপুৰ, বৰখলা আৰু কাটিগড়া

মুঠ প্ৰাৰ্থীৰ সংখ্যা- ৮গৰাকী

পৰিমল শুক্লবৈদ্য, বিজেপি

সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ

প্ৰভাস চন্দ্ৰ চৰকাৰ, ছচিয়েলিষ্ট ইউনিটী চেন্টাৰ অৱ ইণ্ডিয়া

বীৰেন্দ্ৰ কুমাৰ দাস, বেংগলী নৱনিৰ্মাণ কমিটী

ৰাজীৱ দাস, বহুজন মহা পাৰ্টি

ৰাধেশ্যাম বিশ্বাস, তৃণমূল কংগ্ৰেছ

নিদৰ্লীয় প্ৰাৰ্থীসকলঃ- অনন্ত মোহন ৰয়, ৰাজু দাস

নগাঁও

মুঠ ভোটাৰৰ সংখ্যা- ১৮,০৪, ৪৭১ গৰাকী

অন্তৰ্গত বিধানসভা সমষ্টি- ৮টা

জাগীৰোড, লাহৰীঘাট, মৰিগাঁও , ধিং , ৰূপহীহাট, চামগুৰি, নগাঁও-বটদ্ৰবা আৰু ৰহা সমষ্টি (SC)

মুঠ প্ৰাৰ্থীৰ সংখ্যা- ১৩গৰাকী

আমিনুল ইছলাম, এ আই ইউ ডি এফ

প্ৰদ্যুত বৰদলৈ, কংগ্ৰেছ

সুৰেশ বৰা, বিজেপি

অনুপম বৰুৱা, জয় প্ৰকাশ জনতা দল

চাইফুল ইছলাম চৌধুৰী, অসম জন মৰ্চা

ৰব্বুল হক, ৰাষ্ট্ৰীয় ওলেমা কাউন্সিল

শান্তনু মুৰ্খাজী, ভাৰতীয় গণ পৰিষদ

নিদৰ্লীয় প্ৰাৰ্থীসকলঃ- আবু ৰেইহান উদ্দিন, আবু চামা,  চামচুল আলম,  নিখিল ডেকাৰজা, বিপদ ভানজান সৰকাৰ,  শিখা শৰ্মা ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2n phase Electionassam electionelectionlok sabha electionVoting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!
অসম

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

April 29, 2026
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?
অসম

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

April 29, 2026
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?
অসম

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

April 29, 2026
Next Post
লোকসভা নিৰ্বাচন ২০২৪: জম্মুৰ পৰা ৱায়ানাদলৈ — দ্বিতীয় পৰ্যায়ৰ ভোটদানত কোন কোন বিশেষ প্ৰাৰ্থী

লোকসভা নিৰ্বাচন ২০২৪: জম্মুৰ পৰা ৱায়ানাদলৈ — দ্বিতীয় পৰ্যায়ৰ ভোটদানত কোন কোন বিশেষ প্ৰাৰ্থী

উচ্চ ন্যায়ালয়ৰ মজিয়াত মন্তব্য – ভাৰতত বন্ধ হ’ব হোৱাটছএপ

উচ্চ ন্যায়ালয়ৰ মজিয়াত মন্তব্য - ভাৰতত বন্ধ হ'ব হোৱাটছএপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.