• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিৱলিংগত ঢালা পানীৰে কৰক এই কাম, সফলতাই আহি ধৰা দিব আপোনাৰ হাতত

শিৱলিংগত ঢালা পানীৰে কৰক এই কাম, সফলতাই আহি ধৰা দিব আপোনাৰ হাতত

2 years ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

2 hours ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

3 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

5 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

16 hours ago
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

16 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

17 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

17 hours ago
বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

17 hours ago
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

18 hours ago
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

19 hours ago
বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

20 hours ago
ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখত KKR য়ে ক্ৰয় কৰিলেও কেমৰণে পাব ১৩কোটিহে, বাকী ১২ কোটি ২০ লাখ ধন ক’লৈ যাব?

ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখত KKR য়ে ক্ৰয় কৰিলেও কেমৰণে পাব ১৩কোটিহে, বাকী ১২ কোটি ২০ লাখ ধন ক’লৈ যাব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শিৱলিংগত ঢালা পানীৰে কৰক এই কাম, সফলতাই আহি ধৰা দিব আপোনাৰ হাতত

editor by editor
May 1, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
শিৱলিংগত ঢালা পানীৰে কৰক এই কাম, সফলতাই আহি ধৰা দিব আপোনাৰ হাতত
0
SHARES
145
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিৱলিংগত ঢালা পানীৰে কৰক এই কাম, সফলতাই আহি ধৰা দিব আপোনাৰ হাতত

হিন্দু ধৰ্ম অনুসৰি দেৱাদিদেৱ মহাদেৱ সকলো দেৱতাতকৈ শ্ৰেষ্ঠ। অলপতে সন্তুষ্ট হয় তেখেত। হিন্দু ধৰ্মত ভগৱান শিৱক কল্যাণৰ দেৱতা বুলি গণ্য কৰা হয়, যাক পূজা কৰিলে সাধকৰ সকলো দুখ চকুৰ পলকতে গুচি যায়।

সনাতন পৰম্পৰাত প্ৰতিটো দিনকে শিৱ পূজাৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। যদি কোনো ভক্তই কোনো শিৱ মন্দিৰলৈ গৈ সঠিক ৰীতি-নীতিৰে ভগৱান শিৱৰ নিৰাকাৰ ৰূপ অৰ্থাৎ শিৱলিংগক পূজা কৰে, তেন্তে সেই লোকৰ ওপৰত মহাদেৱৰ আশীৰ্বাদৰ বৰষুণ হয়।

বিশ্বাস কৰা হয় যে শিৱলিংগৰ পূজা কৰিলে সাধকৰ সকলো কামনা চকুৰ পলকতে পূৰ্ণ হয়, কিন্তু মনত ৰাখিব যে শিৱলিংগ পূজাৰো নিজস্ব নিয়ম আছে। শিৱ পুৰাণত কোৱা হৈছে যে শিৱলিংগৰ ওপৰত পানী ঢালিলে বা অৰ্পণ কৰিলে মনেবিচৰা ফল লাভ কৰে।

পাছে শিৱলিংগৰ ওপৰত যি পানী ঢালা হয়, সেই পানীৰো বহু মাহাত্ম্য আছে। মান্যতা অনুসৰি কোনো কোনো কামত সেই পানী ব্যৱহাৰ কৰিলেও ফল পোৱা যায়।

লিংগৰ ওপৰত ঢালা পানী পদজল হিচাপে ব্যৱহাৰ কৰিব পাৰি। যিহেতু লিংগৰ পৰা সেই পানী যায়, সেয়ে ইয়াক প্ৰসাদ হিচাপে গ্ৰহণ কৰিব পাৰে। শিৱ পুৰাণত এই বিষয়ে ২২ নম্বৰ অধ্যায়ৰ ১৮ সংখ্যক শ্লোকতো পোৱা যায়। শিৱ পুৰাণ অনুসৰি, লিংগৰ পানী খালে মানুহ বহু প্ৰকাৰৰ ৰোগৰ পৰা মুক্ত হয়।

পানী ঢালাৰ ক্ষেত্ৰত সাৱধান হব। মান্যত অনুসৰি তথা হিন্দু বিশ্বাস অনুসৰি কেতিয়াও পূবমুখী শিৱলিঙত পানী ঢালি দিব নালাগে, কাৰণ সনাতন পৰম্পৰা অনুসৰি ইয়াক ভগৱান শিৱৰ প্ৰধান প্ৰৱেশদ্বাৰ বুলি গণ্য কৰা হয়। হিন্দু বিশ্বাস অনুসৰি উত্তৰ দিশলৈ মুখ কৰি শিৱলিংগৰ ওপৰত সদায় পানী ঢালিব লাগে।

অন্য দেৱ-দেৱতাৰ দৰে শিৱ মন্দিৰ বা শিৱ লিংগৰ কোনোদিনে প্ৰদক্ষিণ কৰিব নালাগে। কোৱা হয়, শিৱ লিংগৰ প্ৰদক্ষিণ কৰিলে পূজাৰ ফল লাভ নকৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: SivaSiva AbhishekSiva PujaSivaLinga
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…
ক্ৰীড়া

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

December 16, 2025
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই
অসম

অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

December 16, 2025
Next Post
সাৱধান, হোৱাটছ এপৰ নতুন ফিচাৰে কৰিব পাৰে সমস্যা, বাৰ্তা প্ৰেৰণ কৰা হৈ পৰিব বন্ধ

সাৱধান, হোৱাটছ এপৰ নতুন ফিচাৰে কৰিব পাৰে সমস্যা, বাৰ্তা প্ৰেৰণ কৰা হৈ পৰিব বন্ধ

ভয়ংকৰ দুৰ্ঘটনা, ৰাজপথ খহি একেলগে নিহত ২৪ গৰাকী লোক, সংকটজনক অৱস্থাত ৩০গৰাকী,  ভাইৰেল হৈ পৰিছে ভিডিঅ’

ভয়ংকৰ দুৰ্ঘটনা, ৰাজপথ খহি একেলগে নিহত ২৪ গৰাকী লোক, সংকটজনক অৱস্থাত ৩০গৰাকী, ভাইৰেল হৈ পৰিছে ভিডিঅ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.