• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাবা ভাংগাৰ ২০২৪ সন্দৰ্ভত কোৱা প্ৰথমটো ভৱিষ্যতবাণী সঁচা প্ৰমাণিত, তেন্তে পাছলৈ সঁচাকৈয়ে হ’ব নেকি এই…

বাবা ভাংগাৰ ২০২৪ সন্দৰ্ভত কোৱা প্ৰথমটো ভৱিষ্যতবাণী সঁচা প্ৰমাণিত, তেন্তে পাছলৈ সঁচাকৈয়ে হ’ব নেকি এই…

2 years ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

3 minutes ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

31 minutes ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

58 minutes ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

3 hours ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

4 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

4 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

6 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

7 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

15 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

16 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাবা ভাংগাৰ ২০২৪ সন্দৰ্ভত কোৱা প্ৰথমটো ভৱিষ্যতবাণী সঁচা প্ৰমাণিত, তেন্তে পাছলৈ সঁচাকৈয়ে হ’ব নেকি এই…

editor by editor
May 2, 2024
in জীৱনশৈলী
0
বাবা ভাংগাৰ ২০২৪ সন্দৰ্ভত কোৱা প্ৰথমটো ভৱিষ্যতবাণী সঁচা প্ৰমাণিত, তেন্তে পাছলৈ সঁচাকৈয়ে হ’ব নেকি এই…
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাবা ভাংগাৰ ২০২৪ সন্দৰ্ভত কোৱা প্ৰথমটো ভৱিষ্যতবাণী সঁচা প্ৰমাণিত, তেন্তে পাছলৈ সঁচাকৈয়ে হ’ব নেকি এই…

বাবা ভাংগা, অন্ধ হৈয়ো ভৱিষ্যত দেখা এইগাৰকী বাবাৰ প্ৰায় প্ৰতিটো ভৱিষ্যতবাণীয়ে সঁচা প্ৰমাণিত হৈ আহিছে। ১৯৯৬ চনতে ভৱিষ্যৰ বিষয়ে কৰিছিল বহু ভৱিষ্যতবাণী। ২০২৪ বৰ্ষ সন্দৰ্ভতো কৰিছিল ভৱিষ্যতবাণী। যাৰ ভিতৰত প্ৰথমটৌ ভৱিষ্যতবাণীয়েই সঁচা প্ৰমাণিত।

৯/১১, চেৰ্নোবিল দুৰ্যোগ, ৰাজকুমাৰী ডায়েনাৰ মৃত্যুৰ দৰে ডাঙৰ ডাঙৰ বিশ্বব্যাপী পৰিঘটনাৰ আগজাননী দিয়াৰ বাবে বিখ্যাত অন্ধ বুলগেৰিয়ান ৰহস্যবাদী বাবা ভাংগাই ১৯৯৬ চনত ৮৫ বছৰ বয়সত মৃত্যুৰ পূৰ্বে ২০২৪ চনৰ বাবে তেওঁৰ ভৱিষ্যদ্বাণী শ্বেয়াৰ কৰিছিল।

জলবায়ুৰ পৰিৱৰ্তন
বাবা ভাংগাই ২০২৪ চনত ভয়াৱহ বতৰৰ পৰিঘটনা আৰু প্ৰাকৃতিক দুৰ্যোগৰ ভৱিষ্যদ্বাণী কৰিছিল। যি এতিয়া সঁচা প্ৰমাণিত হৈছে। বৰ্তমানে বিশ্বৰ কেইবাখনো দেশত ভয়ংকৰ বানপানী। আনকি মৰুভুমি ছৌডি আৰৱ, বিশ্বৰ সবাতোকৈ আধুনিক আৰৱ, চীন লগতে ভাৰততো ভয়ংকৰ বানে পৰিস্থিতিয়ে দেখা দিছে।

কেনো কোনো ঠাইত বানৰ লগতে ভুমিস্খলন আদি বিভিন্ন প্ৰাকৃতিক ঘটনা সংঘটিত হৈছ। কোনো ঠইত আকৌ পূৰ্বৰ বছৰ বোৰৰ তুলনাত অধিক তাপমাত্ৰা বৃদ্ধি পাইছে।

ছায়েন্স এডভান্সেছত প্ৰকাশিত এক অধ্যয়ন অনুসৰি বিশ্বব্যাপী তাপৰ তৰংগ ৬৭% বেছিকৈ সংঘটিত হৈছে। এই অধ্যয়নত প্ৰকাশ পাইছে যে এই তাপ ঢৌৰ সময়ত সৰ্বোচ্চ উষ্ণতা ৪০ বছৰ পূৰ্বে ৰেকৰ্ড কৰা উষ্ণতাৰ তুলনাত বৃদ্ধি পাইছে।

অধ্যয়নটোৱে আৰু উল্লেখ কৰিছে যে ১৯৭৯ চনৰ পৰা ১৯৮৩ চনলৈকে বিশ্বৰ তাপৰ ঢৌ সাধাৰণতে গড়ে আঠ দিন ধৰি চলিছিল, আনহাতে ২০১৬ চনৰ পৰা ২০২০ চনলৈকে এই সময়সীমা ১২ দিনলৈ বৃদ্ধি পাইছিল।

ইয়াৰ উপৰিও বিশ্ব বতৰ বিজ্ঞান সংস্থাই উল্লেখ কৰিছে যে ২০২৪ চনটো আন এক অভিলেখ সৃষ্টিকাৰী গৰম বছৰ হিচাপে পঞ্জীয়ন হোৱাৰ “উচ্চ সম্ভাৱনা” আছে।

জলবায়ুৰ পৰিৱৰ্তনৰ উপৰি অৰ্থনৈতিক সংকট, চাইবাৰ আক্ৰমণ, জৈৱিক অস্ত্ৰ পৰীক্ষা আদিয়ো এই ২০২৪ বৰ্ষতে হব বুলি সদৰি কৰি থৈ গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 20242024 predictionAstroastrologyBaba Vangaprediction
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?
জীৱনশৈলী

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

June 18, 2026
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!
জীৱনশৈলী

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

June 18, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

June 18, 2026
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব
জীৱনশৈলী

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

June 18, 2026
Next Post
নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কংগনা ৰানাৱতৰ সাজ-পোচাকক লৈহে বিশেষ চৰ্চা, পিন্ধিছে এনে কাপোৰ-ঘুৰি ঘুৰি চাইছে জনতাই

নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কংগনা ৰানাৱতৰ সাজ-পোচাকক লৈহে বিশেষ চৰ্চা, পিন্ধিছে এনে কাপোৰ-ঘুৰি ঘুৰি চাইছে জনতাই

সলনি হ’ব নেকি দল! টি-২০ বিশ্বকাপৰ দল ঘোষণাৰ পাছতে ৰোহিত শৰ্মাৰ বিস্ফোৰক মন্তব্য- ‘ৱেষ্ট ইণ্ডিজতহে সদৰি কৰিম সকলো’

সলনি হ'ব নেকি দল! টি-২০ বিশ্বকাপৰ দল ঘোষণাৰ পাছতে ৰোহিত শৰ্মাৰ বিস্ফোৰক মন্তব্য- 'ৱেষ্ট ইণ্ডিজতহে সদৰি কৰিম সকলো'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.