• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অক্ষয় তৃতীয়াত ভুলতো নকৰিব এই ৫কাম, ৰুষ্ট হ’ব লক্ষ্মী, দূৰ হ’ব সুখ-সমৃদ্ধি

অক্ষয় তৃতীয়াত ভুলতো নকৰিব এই ৫কাম, ৰুষ্ট হ’ব লক্ষ্মী, দূৰ হ’ব সুখ-সমৃদ্ধি

2 years ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

12 minutes ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

35 minutes ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

56 minutes ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

2 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

3 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

3 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

5 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

17 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

17 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

18 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

18 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অক্ষয় তৃতীয়াত ভুলতো নকৰিব এই ৫কাম, ৰুষ্ট হ’ব লক্ষ্মী, দূৰ হ’ব সুখ-সমৃদ্ধি

অক্ষয় তৃতীয়াত ভুলতো নকৰিব এই ৫কাম, ৰুষ্ট হ’ব লক্ষ্মী, দূৰ হ’ব সুখ-সমৃদ্ধি

editor by editor
May 8, 2024
in জীৱনশৈলী
0
অক্ষয় তৃতীয়াত ভুলতো নকৰিব এই ৫কাম, ৰুষ্ট হ’ব লক্ষ্মী, দূৰ হ’ব সুখ-সমৃদ্ধি
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ব’হাগ  মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিত অক্ষয় তৃতীয়া পালিত হয়৷ এই বছৰ ১০মে’ শুকুৰবাৰে অক্ষয় তৃতীয়া পালিত হ’ব৷ প্ৰচলিত বিশ্বাস অনুসৰি এই তিথিত সোণ-ৰূপৰ সামগ্ৰী ক্য় কৰিলে পৰিয়ালত আৰ্থিক সমৃদ্ধি বৃদ্ধি পায়৷ ইয়াৰোপৰি লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাৰে৷ এই তিথিত সোণ-ৰূপ ক্ৰয় কৰাটো শুভ৷ অক্ষয় তৃতীয়াত কিছু কাম কৰিলে অৱশ্যে অশান্তি বাঢ়ে৷ শাস্ত্ৰমতে অক্ষয় তৃতীয়াত এই কাম কৰিলে পৰিয়াললৈ দৰিদ্ৰতা আহে৷ অক্ষয় তৃতীয়াত কি কি কাম কৰাটো অশুভ৷ সবিশেষ জানি থওক৷

অক্ষয় তৃতীয়াত ভুলতো কোনো মগনীয়াক ঘৰৰ পৰা উভতাই নিদিব

অক্ষয় তৃতীয়াত সোন, ৰূপসহ নানান সামগ্ৰী ক্ৰয় কৰাৰ প্ৰথা আছে৷ অৱশ্যে এই দিনটোত আপুনি যিমানেই দামী সামগ্ৰী ক্ৰয় নকৰক কিয় ঘৰলৈ যদি কোনো মগনীয়া আহোতে দান নকৰে তেন্তে অমঙ্গল খাটাং৷ কোনো ভিক্ষাৰীয়ে ঘৰত ভৰি দিয়ে অন্ন-জল বা ধন দিবলৈ হেমাহী নকৰিব৷ এনে কৰিলে লক্ষ্মী ৰুষ্ট হয়৷

অক্ষয় তৃতীয়াৰ দিনা ঋণ নল’ব

শাস্ত্ৰমতে অক্ষয় তৃতীয়াত কাৰোপৰাই ধন ধাৰে নল’ব৷ নিজৰ সামৰ্থ অনুসৰি ধাৰ নোলোৱাকৈ চলক৷ এই দিনটোত ঋণ ল’লে আৰ্থিক সমৃদ্ধিৰ পৰিবৰ্তে ভাগ্যত দৰিদ্ৰতা আহে৷ এই তিথিত অসহায় সকলক সহায় কৰিলে লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ৷

অক্ষয় তৃতীয়াত ভোগ নিবেদন নকৰাকৈ অন্ন-জল গ্ৰহণ নকৰিব

এই তিথিত সোন-ৰূপ ক্ৰয়ৰ উপৰিও দান কৰাৰো প্ৰথা আছে৷ এই তিথিত পুৱা সোনকালে গা ধুই লক্ষ্মী-নাৰায়ণৰ পূজা কৰক৷ নৈবেদ্য নিবেদনৰ পাছতহে অন্ন-জল গ্ৰহণ কৰিব৷ পূজা আৰু ভোগ নিবেদনৰ পূৰ্বে অন্ন-জল গ্ৰহণ কৰাক শাস্ত্ৰ চুৰি বুলি কোৱা হৈছে৷

কাকো কটু কথা নক’ব

এই তিথিত কাকোৱেই কটু মন্তব্য নকৰিব৷ ইয়াৰোপৰি কাৰো মনত কষ্ট দিয়া মন্তব্য নকৰিব৷ অক্ষয় তৃতীয়াত দুৰ্ব্যৱহাৰ কৰাৰ প্ৰৱণতা এৰাই চলক৷ এই কাম কৰিলে অভাৱ অনাটন আহিব৷ অক্ষয় তৃতীয়াত কাকোৱেই অপমান নকৰিব৷

আমিষ নাখাব

এই তিথিত মাছ-মাংস খোৱা উচিত নহয়৷ ইয়াৰোপৰি মদ্যপান কৰাটো নিষেধ৷ শাস্ত্ৰমতে ইয়াৰ ফলত নৱগ্ৰহ দুৰ্বল হয় আৰু ব্যক্তিয়ে পৰিশ্ৰমৰ ফলাফল অৰ্জন নোৱাৰে৷ লক্ষ্মী ৰুষ্ট হৈ গৃহত্যাগ কৰে৷ এই তিথিত সাত্বিক ভোজন কৰাৰ ওপৰিও ব্ৰহ্মচৰ্য পালন কৰা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?
জীৱনশৈলী

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

August 20, 2026
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

August 20, 2026
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
Next Post
মহাদেৱৰ দুই অৱতাৰ এতিয়াও জীৱিত! এওঁলোক কোন কোন?

মহাদেৱৰ দুই অৱতাৰ এতিয়াও জীৱিত! এওঁলোক কোন কোন?

এই ১০ ছবি ঘৰত ৰাখিলেই ভাগ্যলক্ষ্মীৰ কৃপাত সুখ সৌভাগ্য বাঢ়িব৷ কি কি ছবি ঘৰত লগাব, বাস্তুৱে কি কয়?

এই ১০ ছবি ঘৰত ৰাখিলেই ভাগ্যলক্ষ্মীৰ কৃপাত সুখ সৌভাগ্য বাঢ়িব৷ কি কি ছবি ঘৰত লগাব, বাস্তুৱে কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.