• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাদেৱৰ দুই অৱতাৰ এতিয়াও জীৱিত! এওঁলোক কোন কোন?

মহাদেৱৰ দুই অৱতাৰ এতিয়াও জীৱিত! এওঁলোক কোন কোন?

2 years ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

19 minutes ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

1 hour ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

2 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

3 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

3 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

4 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

5 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

6 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

7 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

23 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

1 day ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাদেৱৰ দুই অৱতাৰ এতিয়াও জীৱিত! এওঁলোক কোন কোন?

মহাদেৱৰ দুই অৱতাৰ এতিয়াও জীৱিত! এওঁলোক কোন কোন?

editor by editor
May 8, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মহাদেৱৰ দুই অৱতাৰ এতিয়াও জীৱিত! এওঁলোক কোন কোন?
0
SHARES
276
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শিৱ পুৰাণত মহাদেৱৰ একাধিক অৱতাৰৰ কথা বৰ্ণনা কৰা আছে৷ মহাদেৱে মুঠ ১৯টা অৱতাৰেৰে আবিৰ্ভূত হৈছিল৷ মহাদেৱৰ এই ১৯অৱতাৰৰ ভিতৰত দুটা অৱতাৰ আজিও জীৱিত আছে৷ অশুভ আৰু অত্যাচাৰী শক্তিৰ বিনাশ কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন অৱতাৰ লৈছিল শিৱ আৰু বিষ্ণুৱে৷ শাস্ত্ৰত বিষ্ণুৰ কলিযুগত কল্কি অৱতাৰৰ উল্লেখ পোৱা যায়৷ শিৱও ঠিক তেনেকুৱাই৷ সময় অনুসৰি ভিন্ন ভিন্ন ৰূপ গ্ৰহণ কৰি আহিছে শিৱইয়ো৷ তেনে ২ ৰূপেই আজিও পৃথিৱীত বিৰাজমান৷

শিৱৰ একাদশতম ৰুদ্ৰ অৱতাৰ হৈছে বজৰংবলী৷ অঞ্জনীৰ পুত্ৰ বজৰংবলী৷ পৱন দেৱৰ কঠোৰ তপস্যাৰ ফল হিচাপে বজৰংবলীক পুত্ৰৰূপে লাভ কৰিছিল মাতা অঞ্জনীয়ে৷ এই কাৰণতেই বজৰংবলীৰ আন এক নাম পৱনপুত্ৰ৷ বজৰংবলীয়ে ৰামভক্ত হিচাপে প্ৰসিদ্ধি লাভ কৰিছিল৷ ৰামায়ণত পৱনপুত্ৰৰ ভক্তি সম্পৰ্কেও বাখ্যা কৰা আছে৷

ৰামায়ণত উল্লেখ থকা অনুসৰি বিভীষণে ভৰা সভাগৃহত হনুমানৰ ৰাম ভক্তিক পৰিহাস কৰিছিল৷ তেতিয়া বজৰংবলীয়ে নিজৰ বুকু ফালি ৰাম আৰু সীতাৰ ছবি সকলোকে দেখুৱাই৷ ৰামায়ণত সীতা অপহৰণৰ পাছত ৰাৱনে যেতিয়া সীতাক লংকালৈ লৈ যায় তেতিয়া সীতাক বিচাৰিবৰ বাবে পৱনপুত্ৰ সমুদ্ৰ পাৰ হৈ লংকা পাইছিলগৈ৷ বজৰংবলীৰ ৰাম ভক্তি সম্পৰ্কে বিভিন্ন কাহিনী প্ৰচলিত আছে৷
অদ্ভুত বুদ্ধি আৰু শক্তিৰে পৰিপূৰ্ণ আছিল শিৱৰ এই একাদশ ৰুদ্ৰ অৱতাৰ৷ বজৰংবলীৰ ভক্তিত প্ৰসন্ন হৈ সীতাই তেওঁক চিৰঞ্জীৱী হোৱাৰ আশীৰ্বাদ দিছিল৷ একাংশ ভক্তৰ ধাৰণা যে তেওঁ এতিয়াও ভক্তৰ সুৰক্ষাৰ বাবে জীয়াই আছে৷ বৰ্তমান পৰ্যন্ত জীৱীত থকা শিৱৰ দ্বিতীয় অৱতাৰৰ সৈতে সাক্ষাৎ ঘটিছিল মহাভাৰতৰ সময়ত৷ মহাভাৰতৰ যোদ্ধা অশ্বথামাই শিৱৰ সেই অৱতাৰ৷ তেওঁ এতিয়াও পৃথিৱীত জীৱিত অৱস্থাত আছে বুলি লোকবিশ্বাস চলি আহিছে৷
গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বথামাৰূপে জন্মগ্ৰহণ কৰিছিল মহাদেৱে৷ অশ্বথামা নিপুন যোদ্ধা আছিল৷ মহাভাৰতৰ যুদ্ধতেই ইয়াৰ প্ৰমাণ পোৱা যায়৷ অশ্বথামাক পৰাজিত কৰাটো কাৰোপক্ষে সম্ভৱ নাছিল৷ কিন্তু দ্ৰোণাচাৰ্যক পৰাজিত কৰাৰ বাবে অশ্বথামাৰ মিছা মৃত্যুৰ খবৰ প্ৰচাৰ কৰিছিল ধৰ্মৰাজ যুধিষ্ঠিৰে৷ যুধিষ্ঠিৰৰ মুখত অশ্বথামাৰ কথা শুনিয়েই অস্ত্ৰ ত্যাগ কৰিছিল দ্ৰোণাচাৰ্যই৷ তেতিয়াই পাণ্ডৱে দ্ৰোণাচাৰ্যক বধ কৰে৷  কথিত কাহিনী অনুসৰি মহাভাৰতৰ যুদ্ধত যেতিয়া কৌৰৱ পৰাজিত হয় তেতিয়াই নিশাৰ অন্ধকাৰত পাণ্ডৱৰ শিৱিৰত গৈ পাণ্ডৱৰ পাঁচ পুত্ৰ সন্তানক হত্যা কৰে অশ্বথামাই৷ কেৱল সেয়াই নহয় উত্তৰাৰ গৰ্ভত পালিত সন্তানক নষ্ট কৰাৰ বাবে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছিল তেওঁ৷ ইয়াতেই ক্ষুদ্ধ হৈ কৃষ্ণই অশ্বথামাক অভিশাপ দিয়ে যে তেওঁ চিৰকাল পৃথিৱীত জীৱিত থাকিব ৰোগ, কষ্ট ভোগ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?
জীৱনশৈলী

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

March 15, 2026
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
স্বাস্থ্য

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

March 15, 2026
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!
স্বাস্থ্য

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

March 15, 2026
Next Post
এই ১০ ছবি ঘৰত ৰাখিলেই ভাগ্যলক্ষ্মীৰ কৃপাত সুখ সৌভাগ্য বাঢ়িব৷ কি কি ছবি ঘৰত লগাব, বাস্তুৱে কি কয়?

এই ১০ ছবি ঘৰত ৰাখিলেই ভাগ্যলক্ষ্মীৰ কৃপাত সুখ সৌভাগ্য বাঢ়িব৷ কি কি ছবি ঘৰত লগাব, বাস্তুৱে কি কয়?

ক্ষন্তেক পাছতেই লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট, কোন কোন ৱেবচাইটত পাব ৰিজাল্ট?

ক্ষন্তেক পাছতেই লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট, কোন কোন ৱেবচাইটত পাব ৰিজাল্ট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.