• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে ট্ৰাকত খুন্দা মৰাৰ ফলত নিহত ৬ লোক

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে ট্ৰাকত খুন্দা মৰাৰ ফলত নিহত ৬ লোক

2 years ago
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

2 minutes ago
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

17 minutes ago
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

1 hour ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

2 hours ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

3 hours ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

15 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

16 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

16 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

16 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

17 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

17 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে ট্ৰাকত খুন্দা মৰাৰ ফলত নিহত ৬ লোক

editor by editor
May 14, 2024
in ভাৰত
0
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে ট্ৰাকত খুন্দা মৰাৰ ফলত নিহত ৬ লোক
0
SHARES
359
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাষ্ট্ৰীয় ঘাইপথত পথত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে ট্ৰাকত খুন্দা মৰাৰ ফলত নিহত ৬ লোক

যোৱা নিশা সংঘটিত োহৱা এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬ গৰাকীকৈ লোকে। ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত।তথ্য অনুসৰি গাজিয়াবাদৰ হাপুৰ জিলাৰ ০৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আল্লাহবাখশপুৰ টোল প্লাজাৰ সমীপত এখন বাহন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ ডিভাইডাৰ পাৰ হৈ সিপাৰ পায়।

ডিভাইডাৰৰ সিপাৰে গৈ এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাত বাহনখনত থকা ৭ জন লোক গুৰুতৰভাৱে আহত হয়। লগে লগে আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

পাছে চিকিৎসকে ৬ জন লোকক মৃত ঘোষণা কৰে। সোমবাৰে নিশা প্ৰায় ১২ বজাত হাপুৰৰ পৰা মোৰাদাবাদ অভিমুখে গৈ আছিল বাহনখন। তেতিয়াই এই দুৰ্ঘটনাটো সংঘটিত হয়।

কোতৱালি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ-৯ৰ সমীপৰ আল্লাবাখশপুৰত উপস্থিত হোৱাৰ লগে লগে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে। তীব্ৰ গতিৰ বাবে ডিভাইডাৰৰ সৈতে খুন্দা মৰাৰ ফলত গাড়ীখন বাগৰি পৰে।

যাৰ ফলতে বাহনখন থেঁতেলা পৰি যায়। বাহনখনৰ সংঘৰ্ষৰ ফলত হোৱা প্ৰচণ্ড শব্দ শুনি গাঁৱৰ ৰাইজে সাৰ পাই লগে লগে সেই স্থানত উপস্থিত হয়। আৰক্ষীক খবৰ দিয়াৰ পাছতে গাঁওবাসীয়ে বাহনখনত আবদ্ধ হৈ থকা লোকসকলক উলিয়াই আনিবলৈ চেষ্টা কৰে যদিও থেঁতেলা খাই যোৱাই উলিয়াবললৈ সক্ষম নহয়।

পাছত আৰক্ষী উপস্থিত হৈ বাহন কাটি গাঁওবাসীৰ সহযোগত আটাইকেইজন আহতক উলিয়াই আনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentmORADABAADroad accidentuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ
ভাৰত

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

May 16, 2026
মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ
জীৱনশৈলী

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

May 16, 2026
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?
জীৱনশৈলী

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

May 16, 2026
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?
জীৱনশৈলী

বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

May 16, 2026
Next Post
গোহৰ জান, দেশৰ প্ৰথমগৰাকী কোঁঠত থকা মহিলা, যাৰ গাণ ৰেকৰ্ড হৈ ইতিহাস ৰচিছিল, সেই দিনতে লৈছিল ৩০০০ টকা

গোহৰ জান, দেশৰ প্ৰথমগৰাকী কোঁঠত থকা মহিলা, যাৰ গাণ ৰেকৰ্ড হৈ ইতিহাস ৰচিছিল, সেই দিনতে লৈছিল ৩০০০ টকা

৫ টকীয়া দামৰ কুৰকুৰে আনি নিদিয়াৰ বাবেই স্বামীক বিবাহ বিচ্ছেদ পত্নীৰ

৫ টকীয়া দামৰ কুৰকুৰে আনি নিদিয়াৰ বাবেই স্বামীক বিবাহ বিচ্ছেদ পত্নীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.