• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সীতা নৱমীত ৰবি যোগ, লক্ষ্মীবাৰে লক্ষ্মী আহিব এই ৫ ৰাশিৰ জাতকৰ ঘৰলৈ

সীতা নৱমীত ৰবি যোগ, লক্ষ্মীবাৰে লক্ষ্মী আহিব এই ৫ ৰাশিৰ জাতকৰ ঘৰলৈ

2 years ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

2 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

2 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

3 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

3 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

4 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

5 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

6 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

7 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

7 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

8 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

9 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সীতা নৱমীত ৰবি যোগ, লক্ষ্মীবাৰে লক্ষ্মী আহিব এই ৫ ৰাশিৰ জাতকৰ ঘৰলৈ

সীতা নৱমীত ৰবি যোগ, লক্ষ্মীবাৰে লক্ষ্মী আহিব এই ৫ ৰাশিৰ জাতকৰ ঘৰলৈ

editor by editor
May 16, 2024
in বিবিধ, ভাৰত, লেখা
0
সীতা নৱমীত ৰবি যোগ, লক্ষ্মীবাৰে লক্ষ্মী আহিব এই ৫ ৰাশিৰ জাতকৰ ঘৰলৈ
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৬ মে বৃহস্পতিবাৰ পঞ্জিকা অনুসৰি ব’হাগ মাহৰ শুক্লা নৱমী তিথি৷ আজি সীতা নৱমীও৷ কেলেণ্ডাৰ অনুসৰি বৃষ সংক্ৰান্তীৰ পৰাই আৰম্ভ হৈছে জেঠ মাহ৷ শাস্ত্ৰ অনুসৰি এই দিনটোত জন্ম হৈছিল সীতা দেৱীৰ৷ চন্দ্ৰই দিনজুৰি অৱস্থান কৰিব সূৰ্যৰ ৰাশি সিংহত৷ জ্যোতিষ গণনা অনুসৰি আজি কেইবাটাও বেছ শুভ যোগ তৈয়াৰ হ’ব৷ এই শুভ যোগসমূহ হৈছে ৰবি যোগ আৰু ধ্ৰুৱ যোগ৷ ইয়াৰোপৰি বৃহস্পতিবাৰে থাকিব মঘা নক্ষত্ৰৰ প্ৰভাৱ৷ ইয়াৰ ফলত দিনটো বিশেষ গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ হিন্দুধৰ্ম মতে বৃহস্পতিবাৰ হৈছে শ্ৰীবিষ্ণুৰ প্ৰিয় দিন৷ বৃহস্পতিবাৰক লক্ষ্মীবাৰ বুলিও কোৱা হয়৷ ইয়াৰ সৈতে সীতা নৱমীৰ দিনটোৰ মাহাত্ম্য বিশেষভাৱে বৃদ্ধি পাইছে৷ জ্যোতিষবিদে জনোৱা অনুসৰি এই সকলো শুভ যোগৰ কাৰণে নানান দিশৰ পৰা উন্নতি কৰিব কেইটামান ৰাশিৰ জাতকে৷ ১৬ মে বৃহস্পতিবাৰে সুখ সৌভাগ্য বাঢ়িব এইকেইটা ৰাশিৰ জীৱনত৷

মেষ ৰাশি

সীতা নৱমীত দিনটো ভালধৰণে পাৰ হ’ব মেষ ৰাশিৰ জাতকৰ৷ আপোনাৰ নেতৃত্বত সকলো কামেই সফলতাৰে সম্পন্ন হ’ব৷ আপোনাৰ কামত উৎসাহ দেখি বিৰোধীয়ে আপোনাক ভয় কৰিব৷ নতুন চাকৰি লাভৰো যোগ আছে মেষ ৰাশিৰ জাতকৰ৷ পাৰিবাৰিক ব্যৱসায়ৰ পৰা কাংখিত সাফল্য লাভ কৰিব পাৰে৷

সিংহ ৰাশি

শ্ৰীবিষ্ণুৰ আশীৰ্বাদত সুন্দৰ দিন কটাব সিংহ ৰাশিৰ জাতকে৷ সংগীৰ সৈতে বুজাপৰা বাঢ়িব৷ ইয়াৰ ফলত আপোনাৰ মনত সুখ শান্তিয়ে বিৰাজ কৰিব৷ সন্ধিয়া কোনো আত্মীয়ৰ সৈতে দেখা সাক্ষাৎ হ’ব পাৰে৷ ব্যৱসায়ত উন্নতিৰ পৰিকল্পনা কৰিলে শুভ ফল লাভ কৰিব৷ কাৰ্যালয়ৰ পৰিস্থিতি সিংহ ৰাশিৰ জাতকৰ বাবে অনুকূল৷ ঘৰত সুখৰ পৰিবেশে বিৰাজ কৰিব৷

মকৰ ৰাশি

বৃহস্পতিবাৰে ধ্ৰুৱ যোগৰ প্ৰভাৱত সুখ আৰু সমৃদ্ধি বাঢ়িব মকৰ ৰাশিৰ জাতকৰ৷ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত বিশেষ সাফল্য লাভ কৰিব৷ বিনিয়োগৰ পৰা মোটা আৰ্থিক লাভ পাব পাৰে৷ নিজৰ জ্ঞান আৰু বুদ্ধি কামত লগাই সুফল পাব৷

কুম্ভ ৰাশি

ৰবি যোগৰ প্ৰভাৱত কুম্ভ ৰাশিৰ দিনটো শুভ হ’ব৷ আপোনাৰ ঘৰত কোনো অনুষ্ঠান আয়োজিত হ’ব পাৰে৷ এই অনুষ্ঠান পৰিয়ালৰ সকলো সদস্যৰ সৈতে উপভোগ কৰিব৷ আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব৷ আৰ্থিকভাৱেও লাভৱান হ’ব আপুনি৷

মীন ৰাশি

উৎসাহ আৰু আত্মবিশ্বাসেৰে ভৰপূৰ হৈ থাকিব মীন ৰাশিৰ জাতক৷ আপুনি যি কামতেই হাত নিদিয়ক কিয় জয় লাভ কৰিবই৷ সন্ধিয়াবেলা পুৰণা বন্ধুক লগ পাব পাৰে৷ পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্ক পূৰ্বতকৈ ভাল হ’ব৷ কেৰিয়াৰত কোনো সুখবৰ আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 14, 2026
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা
ৰাজনীতি

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

August 14, 2026
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!
জীৱনশৈলী

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

August 14, 2026
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’
বিনোদন

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

August 14, 2026
Next Post
‘শৰীৰটো নহয়, মনটোক হে ভাল পাওঁ’, হুইল চেয়াৰত বহি থকা যুৱকজনৰ কাষত থিয় হ’ল এগৰাকী উদাৰমনা যুৱতী

‘শৰীৰটো নহয়, মনটোক হে ভাল পাওঁ’, হুইল চেয়াৰত বহি থকা যুৱকজনৰ কাষত থিয় হ’ল এগৰাকী উদাৰমনা যুৱতী

১২০ টকাতেই ১৮০ ডিগ্ৰী ঘূৰিল ভাগ্যৰ চকা, লটাৰী জয় কৰি কোটিপতি হ’ল ৰাজমিস্ত্ৰি

১২০ টকাতেই ১৮০ ডিগ্ৰী ঘূৰিল ভাগ্যৰ চকা, লটাৰী জয় কৰি কোটিপতি হ’ল ৰাজমিস্ত্ৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.