• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ দুৰ্ঘটনাত একেবাৰে থেঁতেলা খাই পৰিল বাহন, কৰুণ মৃত্যুক সাৱটিলে ৮ গৰাকী লোকে

2 years ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

2 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

3 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

4 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

20 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

21 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

22 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

24 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

1 day ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভয়ংকৰ দুৰ্ঘটনাত একেবাৰে থেঁতেলা খাই পৰিল বাহন, কৰুণ মৃত্যুক সাৱটিলে ৮ গৰাকী লোকে

editor by editor
May 16, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ভয়ংকৰ দুৰ্ঘটনাত একেবাৰে থেঁতেলা খাই পৰিল বাহন, কৰুণ মৃত্যুক সাৱটিলে ৮ গৰাকী লোকে
0
SHARES
452
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ দুৰ্ঘটনাত একেবাৰে থেঁতেলা খাই পৰিল বাহন, কৰুণ মৃত্যুক সাৱটিলে ৮ গৰাকী লোকে

বুধবাৰে নিশা ইন্দোৰ-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ভয়ানক দুৰ্ঘটনাৰ ফটো পোহৰলৈ আহিছে। ফটো চাইয়ে অনুমান কৰিব পাৰি কিমান ভয়ংকৰ আছিল সেই দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় ৮ জনকৈ লোক।

বুধবাৰে নিশা প্ৰায় ১০.৩০ বজাত ইন্দোৰৰ ঘাটাবিলাউডৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। নিশাৰ ভাগত আৰক্ষীয়ে এই দুৰ্ঘটনাৰ বিষয়ে তথ্য লাভ কৰিছিল। ঘটনাস্থলীত উপস্থিত থকা লোকসকলে জনোৱা মতে, দুৰ্ঘটনাৰ সময়ত এম পি ৪৩ বি ডি ১০০৫ নম্বৰৰ বাহনখনত ৯ জন লোক আছিল।

দুৰ্ঘটনাটোত বাহনখন তীব্ৰ বেগত আছিল, কিন্তু হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰৈ থকা বালিৰে ভৰ্তি এখন ডাম্পাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে আৰু এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাটো ইমানেই বিপজ্জনক আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে থেঁতেলা খাই, যাৰ ফলত বাহন খনৰ ভিতৰতে আৱদ্ধ হৈ পৰে ৯গৰাকী লোক। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ৰাইজৰ সহায়ত ৯জনকে উলিয়াই আনে। কিন্তু ১ জনৰ বাহিৰে বাকি ৮ জনেই প্ৰাণ হেৰুৱাই সেই স্থানতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentPeople Diedroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

January 30, 2026
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

January 30, 2026
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ
জীৱনশৈলী

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

January 30, 2026
Next Post
বিৰল সন্মান দীপিকাৰ, সকলো অভিনেত্ৰীকে পিছ পেলাই এই সন্মান লাভ কৰোতা প্ৰথম ভাৰতীয় অভিনেত্ৰী

আছে নেকি এই ৫ টকীয়া মুদ্ৰাটো আপোনাৰ ওচৰত, এটা মুহুৰ্ততে ৫ টকাৰ ঠাইত লাভ কৰক ৫ লাখ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন