• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭৫০০ কোটি টকা ক্ৰুজৰ ভাড়া! আম্বানী পুত্ৰৰ দ্বিতীয় প্ৰাক বিবাহৰ অনুষ্ঠানৰ খৰচ শুনিলে আচৰিত হ’ব আপুনিও 

৭৫০০ কোটি টকা ক্ৰুজৰ ভাড়া! আম্বানী পুত্ৰৰ দ্বিতীয় প্ৰাক বিবাহৰ অনুষ্ঠানৰ খৰচ শুনিলে আচৰিত হ’ব আপুনিও 

2 years ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

17 minutes ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

43 minutes ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

1 hour ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

2 hours ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

3 hours ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

4 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

5 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

6 hours ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

7 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

7 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

8 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৭৫০০ কোটি টকা ক্ৰুজৰ ভাড়া! আম্বানী পুত্ৰৰ দ্বিতীয় প্ৰাক বিবাহৰ অনুষ্ঠানৰ খৰচ শুনিলে আচৰিত হ’ব আপুনিও 

৭৫০০ কোটি টকা ক্ৰুজৰ ভাড়া! আম্বানী পুত্ৰৰ দ্বিতীয় প্ৰাক বিবাহৰ অনুষ্ঠানৰ খৰচ শুনিলে আচৰিত হ'ব আপুনিও 

editor by editor
June 1, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
৭৫০০ কোটি টকা ক্ৰুজৰ ভাড়া! আম্বানী পুত্ৰৰ দ্বিতীয় প্ৰাক বিবাহৰ অনুষ্ঠানৰ খৰচ শুনিলে আচৰিত হ’ব আপুনিও 
0
SHARES
394
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় উদ্যোগীৰ তালিকাত তেওঁ প্ৰথম শাৰীত। তেওঁ সম্পত্তি আঙুলিত গণি শেষ কৰিব নোৱাৰি। সেই মুকেশ আম্বানীৰ কনিষ্ঠ সন্তান অনন্তৰ বিবাহৰ আলোচনা এতিয়া সৰ্বত্ৰতে। জুলাই মাহত বিবাহ সম্পন্ন হব অনন্ত-ৰাধিকাৰ। ইতিমধ্যেই জামেনগৰৰ পৰাই আৰম্ভ হৈছে বিবাহৰ অনুষ্ঠান।

পৰিয়ালৰ সৰু সন্তান উপলক্ষ্যে কোনো ক্ষেত্ৰতেই কোনো বেমেজালি বিচৰা নাই আম্বানী পৰিয়ালে। জাকজমকতাৰে আৰম্ভ হৈছে এটাৰ পাছত আনটো বিবাহৰ অনুষ্ঠান। খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি অতিথিৰ তলিকাত আছে দেশ বিদেশৰ বহু ধনী-মানি ব্যক্তি। কোন কোন আহিব এই অনুষ্ঠানলৈ?

ইতিমধ্যে আন এক প্ৰাক বিবাহৰ অনুষ্ঠান চলি আছে বিদেশৰ মাটিত। এই প্ৰাক বিবাহৰ অনুষ্ঠান চলিছে এখন বিশেষ ক্ৰুজত। ভাসমান এখন জাহাজত চলিছে বিবাহৰ অনুষ্ঠান। ইটালীৰ এখন বিলাসবহুল ক্ৰুজ ভাড়া কৰি প্ৰাক বিবাহৰ অনুষ্ঠান আয়োজন কৰা হৈছে। আজি শেষ হব প্ৰাক বিবাহৰ অনুষ্ঠান। কিন্তু শেষৰ দিনটোও সাধাৰণভাৱে পাৰ হব তেনে নহয়।

ইটালীৰ এই ক্ৰুজ ভাড়া কৰিবলৈ আম্বানী পৰিয়ালে খৰচ কৰিছে কেইবাকোটি টকা। এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ক্ৰজ ভাড়াত লোৱাৰ বাবে আম্বানীয়ে দিছে ৯০০ মিলিয়ন ডলাৰ। ভাৰতীয় টকাত এই মূল্য ৭,৫০০ কোটি টকা। বলীউডৰ অভিনেতা অভিনেত্ৰীসকলক ৰখাৰ বাবে ব্যয় কৰিছে প্ৰায় ৬০লাখ টকা। প্ৰায় ৬০০ অতিথিক লৈ দক্ষিণ-ফ্ৰান্সৰ পৰা এখন বিলাসবহুল জাহাজ ভাড়ালৈ অনা হৈছে। এই জাহাজ  ইটালীৰ সাগৰৰ মাজে মাজে ফুৰিব। এই বিশেষ জাহাজত অতিথিয়ে লাভ কৰিব বিলাসবহুল সুবিধা। এই জাহাজত আছে আৰমদায়ক স্পা, জীম, ছুইমিং পুল, যোগভ্যাসৰো বিভিন্ন সুবিধা।

ভোজনৰসিকেও ইয়াত কৰিব পাৰিব ভোজনবিলাস। তিনিদিনীয়া এই অনুষ্ঠানত গীত পৰিবেশন কৰিছে পপ গায়িকা ছাকিৰাই। এই তিনিদিনীয়া অনুষ্ঠানৰ বাবে ছাকিৰাই লৈছে প্ৰায় ৭৫ কোটি টকা। ইয়াৰোপৰি বলীউডৰ কেইবাগৰাকীও নামী-দামী তাৰকা আছে এই অনুষ্ঠানত। তালিকাত আছে তিনি খান, ৰণবীৰ কাপুৰ, আলিয়া ভাট্টকে ধৰি কেইবাগৰাকীও অতিথি।

উল্লেখ্য যে ১২ জুলাইৰ পৰা ১৪ জুলাই পৰ্যন্ত চলিব বিবাহৰ অনুষ্ঠান। প্ৰথম দিনা, ১২ জুলাইত বিয়া। সেই দিনটোত নিমন্ত্ৰিত অতিথিয়ে পিন্ধিব লাগিব ভাৰতীয় পোছাক, ১৩ জুলাইত বিদায় আৰু ১৪ জুলাইত পাৰ্টী। তিনিদিনীয়া এই অনুষ্ঠান চলিব জিঅ ৱাৰ্ল্ড কনভেনছন চেণ্টাৰত। বলীউড তাৰকাই নিমন্ত্ৰণ লাভ কৰাৰ ওপৰিও এই অনুষ্ঠানত থাকিব বিশ্বৰ বহু খ্যাতনামা ব্যক্তি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা
জীৱনশৈলী

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

May 1, 2026
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!
বিনোদন

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

May 1, 2026
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

May 1, 2026
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!
জীৱনশৈলী

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

May 1, 2026
Next Post
বয়সৰ সৈতে সংগীৰ প্ৰতি প্ৰেম আৰু আকৰ্ষণ বাঢ়ে এই ৪ৰাশিৰ জাতকৰ। চিনি থওক এইকেইটা ৰাশিৰ জাতকক

বয়সৰ সৈতে সংগীৰ প্ৰতি প্ৰেম আৰু আকৰ্ষণ বাঢ়ে এই ৪ৰাশিৰ জাতকৰ। চিনি থওক এইকেইটা ৰাশিৰ জাতকক

ব্যক্তিগত কাৰণ একো নাই, দেশেহে পাব সুফল! ভোটদান শেষ হ’লেই ধ্যানৰ পৰা উঠিব প্ৰধানমন্ত্ৰী মোদী

ব্যক্তিগত কাৰণ একো নাই, দেশেহে পাব সুফল! ভোটদান শেষ হ'লেই ধ্যানৰ পৰা উঠিব প্ৰধানমন্ত্ৰী মোদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.