• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকাৰ সৈতে সময় কটাবলৈ প্ৰেমিকে বুক কৰিলে OYO কোঠা, কিছু সময় কটালে, পাছে…

প্ৰেমিকাৰ সৈতে সময় কটাবলৈ প্ৰেমিকে বুক কৰিলে OYO কোঠা, কিছু সময় কটালে, পাছে…

2 years ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

1 minute ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

15 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

15 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

16 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

16 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

17 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

18 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

18 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

19 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

19 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

20 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰেমিকাৰ সৈতে সময় কটাবলৈ প্ৰেমিকে বুক কৰিলে OYO কোঠা, কিছু সময় কটালে, পাছে…

editor by editor
June 7, 2024
in বিবিধ, ভাৰত
0
প্ৰেমিকাৰ সৈতে সময় কটাবলৈ প্ৰেমিকে বুক কৰিলে OYO কোঠা, কিছু সময় কটালে, পাছে…
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমিকাৰ সৈতে সময় কটাবলৈ প্ৰেমিকে বুক কৰিলে OYO কোঠা, কিছু সময় কটালে, পাছে…

প্ৰেমিকাৰ সৈতে কিছু সময় কটাও বুলি এখন হোটেলৰ OYO কোঠা বুক কৰিলে প্ৰেমিকে। সেই উদ্দেশ্যে প্ৰেমিকাৰ সৈতে উপস্থিত হয় দুয়ো। কিছু সময়ো কটাই। পাছে দুদিন পাছত এক আচৰিত ঘটনা ঘটি যায়, যি ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে চাৰিওফালে।

উত্তৰ প্ৰদেশৰ লক্ষ্নৌৰ পৰা আহিছে এই খবৰ। হোটেলত সময় কটোৱা এহাল প্ৰেমিক প্ৰেমিকাৰ খবৰে এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি সদ্যহতে দুয়ো প্ৰেমিক-প্ৰেমিকাৰ মৃত্যু হৈছে।

৫ জুন তাৰিখে প্ৰেমিকাৰ মৃতদেহ সেই ভাৰা কোঠাত উদ্ধাৰ হোৱাৰ পাছৰে পৰা চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘৰৰ পৰা ৩ জুন তাৰিখে ওলাই আহিছিল প্ৰেমিক প্ৰেমিকাহাল। OYO কোঠা বুক কৰি সময় কটাই দুয়ো। পাছত প্ৰেমিকে বাহিৰৰ পৰা কোঠা তলা বন্ধ কৰি অকলেই সেই কোঠাৰ পৰা ওলাই যায়।

আনহাতে দুদিন ধৰি কোঠাৰ দৰ্জা নোখোলাত হোটেলৰ মালিকৰ কিছু সন্দেহ হোৱাত তাৰোপৰি কোঠাৰ পৰা সামান্য দুৰ্গন্ধ ওলোৱাত দৰ্জা ভাঙি কোঠাৰ ভিতৰত সোমাই কোঠাৰ বিচনাত যুৱতীৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে হুৱাদুৱা লাগি যায়। আৰক্ষীকো খবৰ কৰা হয় ঘটনা সন্দৰ্ভত।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। যুৱতীৰ সৈতে শেষ সময়ত থকা প্ৰেমিকৰ ওপৰত হত্যাৰ সন্দেহ কৰি সন্ধানত নামি পৰে আৰক্ষী।

পাছে ৬ জুন তাৰিখে আৰক্ষীৰ সন্ধানত ওলাই আন এক খবৰ। প্ৰেমিক যুৱকেও দুদিন পূৰ্বে ৰেলৰ আগত পৰি নিজকে শেষ কৰি দিছে। যাৰ বাবে ৰহস্যৰে আবৰি পৰিছে ঘটনা। আৰক্ষীয়ো বিমোৰত পৰিছে ঘটনাৰ তদন্তৰ নামত।

কোনে কাক হত্যা কৰিলে, কিয় দুয়োৰে মৃতদেহ উদ্ধাৰ হয়, কিয় তেনেদৰে ঘৰৰ পৰা ওলাই আহিল সকলো এতিয়া ৰহস্যৰ আৱৰ্তত। তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তত হে প্ৰকাশ পাব ঘটনাৰ সত্যতা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: murder caseOYOOYO roomPolice Casesuicide case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

September 9, 2026
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি
জীৱনশৈলী

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

September 8, 2026
Next Post
চেন্ট্ৰেল হ’লত বিশেষ বৈঠক, চৰকাৰ গঠনৰ দাবীপত্ৰ দাখিল কৰিব, কোনে লাভ কৰিব কি দপ্তৰ

চেন্ট্ৰেল হ'লত বিশেষ বৈঠক, চৰকাৰ গঠনৰ দাবীপত্ৰ দাখিল কৰিব, কোনে লাভ কৰিব কি দপ্তৰ

সমুখেৰে পাৰ হ’ব লওতেই পুৰণি বান্ধৱী কংগনাক মাত লগালে চিৰাগে, ইটোৱে-সিটোক ধৰিলে সাৱটি

সমুখেৰে পাৰ হ'ব লওতেই পুৰণি বান্ধৱী কংগনাক মাত লগালে চিৰাগে, ইটোৱে-সিটোক ধৰিলে সাৱটি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.